Browsing Category
শিক্ষা
চৰকাৰ মাধ্যম বিৰোধী : তিনিচুকীয়া জিলাৰ প্ৰান্তে প্ৰান্তে ছাত্ৰ সন্থাৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩১ মে’ : চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰা মাহজোৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশৰূপে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ১২ খন আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদী…
শিক্ষকসকলে কামৰ বোজা সন্দৰ্ভত কিয় প্ৰশ্ন কৰেঃ তেজপুৰত মন্ত্ৰী ৰণোজ পেগু
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮মে’ঃ “শিক্ষকতাৰ উপৰিও শিক্ষকসকলে নিৰ্বাচনী কাম কাজ কৰিব লাগিব নতুবা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত তেওঁলোকে সেৱা আগবঢ়াব লাগিব৷দেশৰ শিক্ষাৰ অধিকাৰ আইন অনুসৰিয়েই শিক্ষক সকলে ৰাষ্ট্ৰৰ সেৱা প্ৰয়োজন অনুসাৰে কৰিব লাগিব৷…
তিনিচুকীয়া কলেজত চাৰি বছৰীয়া প্ৰাকস্নাতক কাৰ্য্যক্ৰম সন্দৰ্ভত কৰ্মশালা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৬ মে’ : তিনিচুকীয়া মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত মহাবিদ্যালয়ৰ সভাগৃহত 'Implementation of Four Year Undergraduate Programme (FYUP) as per National Education Policy -20 under Dibrugarh…
লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ বাবে ৰাজহুৱা সভা অনুষ্ঠিত
উত্তৰ লখিমপুৰ: ২৭ মে: আজি লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ বাবে এক ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। বিশিষ্ট শিক্ষাবিদ তথা লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ড° মুকুন্দ ৰাজবংশীৰ সভাপতিত্বত…
সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ কৰ্মশালা সম্পন্ন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৭ মে' : গুৱাহাটী ভৰলুমুখস্থিত সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত এখন কেৰিয়াৰ সজাগতা সভা ২৭ মে' তাৰিখে অনুষ্ঠিত হয় । সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ…
পৰিচালনা সমিতিৰ প্ৰতি অনাস্থা প্ৰকাশ বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৪ মেঃ বিহপুৰীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটে মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে চলাই অহা ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতিৰ বিৰুদ্ধে কৰি অহা প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত বৰ্তমানলৈকে কোনো ধৰণৰ সমাধানসূত্ৰ নোলোৱাৰ পৰিপ্ৰেক্ষিতত আন্দোলন…
লখিমপুৰৰ ৫ কীৰ্তিমানক লখিমপুৰ জিলা প্ৰশাসনৰ সম্বৰ্ধনা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৩ মে’ ঃ লখিমপুৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি বিয়লি এখন অভিনন্দন সভা অনুষ্ঠিত হয়৷ জিলা উপায়ুক্ত সুমিত সাত্তাৱনে আঁত ধৰা অভিনন্দন অনুষ্ঠানত সোমবাৰে ঘোষিত মেট্ৰিকৰ ফলাফলত জিলাখনৰ পৰা স্থান লাভ কৰা ৫…
বিহপুৰীয়া মহাবিদ্যালয় পৰিচালনা সমিতিৰ বৈঠক নোলাল সমাধানঃ শিক্ষক গোটৰ আন্দোলন অব্যাহত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৩ মেঃ বিহপুৰীয়া মহাবিদ্যালয়ত অব্যাহত থকা শিক্ষকৰ প্ৰতিবাদ সন্দৰ্ভত আজি পৰ্যন্ত কোনোধৰণৰ সমাধান সূত্ৰ বাহিৰ হোৱা নাই। কিছুদিন পূৰ্বে বিধায়কৰ অনুপস্থিতিৰ দোহাই দি পৰিচালনা সমিতিৰ এখন বৈঠক বাতিল কৰা হৈছিল যদিও আজি…
আধুনিক শিক্ষা ব্যৱস্থা বিষয়কেন্দ্ৰিক, বিদ্যাৰ্থীকেন্দ্ৰিক নহয়ঃ দিগন্তবিশ্ব শৰ্মা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৩ মে’ঃ আধুনিক শিক্ষা ব্যৱস্থা বিষয়কেন্দ্ৰিক, বিদ্যাৰ্থীকেন্দ্ৰিক নহয়।- এই ভাষ্য দিগন্তবিশ্ব শৰ্মাৰ। লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বক্তৃতা শৃংখলাৰ আৰম্ভণি আজি মহাবিদ্যালয়ত বিশিষ্ট বক্তা দিগন্ত বিশ্ব…
সৰ্বভাৰতীয় অসামৰিক প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অসমীয়াৰ সাফল্য অৰ্জন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৩ মেঃ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ (UPSC) সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত পঞ্চম স্থান লাভ কৰি ইতিহাস ৰচিলে অসম সন্তান নগাঁৱৰ ময়ূৰ হাজৰিকাই। ২৭১ সংখ্যক স্থান লাভ কৰিছে অঞ্জলি ভৰদ্বাজে, ২৯৮ সংখ্যক স্থান লাভ কৰিছে ইদুল…
