Browsing Category

শিক্ষা

মেট্ৰিকত হৃদম ঠাকুৰীয়া প্ৰথম

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ : ২২ মে: ঢেকীয়াজুলি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ হৃদম ঠাকুৰীয়াই মেট্ৰিক পৰীক্ষাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল কৰি শ্বহীদ নগৰী ঢেকীয়াজুলিলৈ সুনাম কঢ়িয়াই আনিলে ৷ অসম মাধ্যমিক শিক্ষা পৰিষদে আজি পুৱা ১০ বজাত হাইস্কুল…

মেট্ৰিকত লখিমপুৰ উজ্বলালে পাঁচ কৃতীমানে

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ মে’ ঃ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত লখিমপুৰ জিলাৰ ৫ গৰাকী কৃতীমান ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষৰ ১০ টা স্থানৰ ভিতৰত চতুৰ্থ, পঞ্চম, অষ্টম আৰু নৱম স্থান দখলেৰে লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ ঘোষিত…

বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটৰ আন্দোলন অনিৰ্দিষ্ট কাললৈ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ মেঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটে মহাবিদ্যালয়খনৰ কেতবোৰ আভ্যন্তৰীণ সমস্যাক লৈ যোৱা ১১ মেৰ পৰা আন্দোলন অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত জিলা প্ৰশাসনে বিষয়টোত গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ উঠিছে।…

বিহপুৰীয়া মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ বৈঠক বাতিলঃ পুনৰ আন্দোলন ঘোষণা শিক্ষক গোটৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ মেঃ বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটে একাধিক দাবী উত্থাপন কৰি যোৱা ১১ মেৰ পৰা আন্দোলন অব্যাহত ৰাখিছিল। ১৫ মেত শিক্ষকগোট আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ যুটীয়া বৈঠকে আজি ১৮ মেত পৰিচালনা সমিতিয়ে এই বিষয়ত সিদ্ধান্ত…

আহকচোন, এখন চৰকাৰী আদৰ্শ বিদ্যালয়ৰ ভিতৰখন চাও 

হায় শিক্ষা বিভাগ ! আনন্দ চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি নিম্ন দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ বাবে নাই এযোৰাও ডেক্স-বেঞ্চএখনো ব্লেক বৰ্ড নাই প্ৰধান শিক্ষকৰ বাবেও নাই কোনো চকী-টেবুল ৯৮ লাখ টকীয়া গৃহ…

“পাঠশালা”ঃ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে প্ৰকাশ পাব ৰঙীন কাকত 

কৃতী শিক্ষক, লেখক সাংস্কৃতিক কৰ্মী ৰাম হাজৰিকাৰ দৃষ্টান্তমূলক পদক্ষেপশতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৭ মে' সমগ্ৰ অসমৰ অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ বাবে অসমত প্ৰথমবাৰৰ বাবে কিউ আৰ কোড সমৃদ্ধ এখন মাহেকীয়া…

বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটৰ আন্দোলন অব্যাহত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ মেঃ বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটে উত্থাপন কৰা দাবীসমূহ পূৰণৰ কাৰণে তেওঁলোকৰ আন্দোলন অব্যাহত আছে যদিও যোৱা ১৫ মেত শিক্ষকগোট আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ যুটীয়া বৈঠকে ১৮ মেত পৰিচালনা সমিতিয়ে এই বিষয়ত সিদ্ধান্ত…

লখিমপুৰত চি বি এছ ইৰ দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ছাত্ৰ-ছাত্ৰীৰ সাফল্য

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ মে’ ঃ আজি ঘোষিত চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফলত লখিমপুৰ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ আৰোহণ তিৱাৰী, চিমনা কলিতা আৰু অভিষেক বৰাই বিদ্যালয়খনত শীৰ্ষ স্থান দখল কৰে৷ আৰোহনে ৯৭.৮০ শতাংশ, চিমনাই ৯৬ শতাংশ আৰু অভিষেকে…

বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে শিক্ষক গোট সৰব 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১০ মেঃ লখিমপুৰ জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান বিহপুৰীয়া মহাবিদ্যালয়ৰ কেতবোৰ আভ্যন্তৰীণ ঘটনাক লৈ অধ্যক্ষৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ শিক্ষক গোট সৰৱ হৈ উঠিছে। উল্লেখ্য যে মহাবিদ্যালয়খনত পূৰ্বেও বিত্তীয় অনিয়ম হোৱা বুলি…