Browsing Category

শিক্ষা

বিহু উপলক্ষে সাহিত্য প্ৰতিযোগিতাৰ আয়োজন

শতাব্দ, উত্তৰ লখিমপুৰ, ৮ মেঃ দ্বাদশ বাৰ্ষিক কেন্দ্ৰীয় ৰঙালী উৎসৱ লখিমপুৰ-২০২৩ বৰ্ষৰ উদযাপন সমিতিৰ সাহিত্য উপ সমিতিয়ে অহা ১২ মেত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত পুৱা ৯:৩০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া সাহিত্য বিভাগৰ…

 ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত শ্ৰেষ্ঠ স্নাতক হিচাপে সোণৰ পদক লাভ লখিমপুৰৰ  নিতুমণি…

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ মে’ ঃ লখিমপুৰ জিলাৰ তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী নিতুমণি দেৱীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২০২১-২২ বৰ্ষৰ দীক্ষান্ত সমাৰোহত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ যোৱা ৩ মে’ত…

তিনিচুকীয়াত আৰোহণ আচঁনিৰ শুভাৰম্ভ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ মে’ : তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত তথা বিদ্যালয় শিক্ষা বিভাগৰ সহযোগত অসম চৰকাৰৰ কেবিনেটৰ নিৰ্দেশ মৰ্মে আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰৰ উত্তৰণৰ বাবে দিয়া নিৰ্দেশ অনুসৰি…

সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভাস্কৰ বৰ্মা সংস্কৃত ও পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ ব্যাপক…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ২২ এপ্ৰিল: ভাৰতত সংস্কৃত ভাষাৰ ব্যাপক প্ৰচলন আৰু সংস্কৃত ভাষাৰ শিক্ষাৰে শিক্ষিত কৰি তোলাৰ বাবে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত ও পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উদ্যোগত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে । সেই মহৎ…

নৰ্থ লখিমপুৰ কলেজত গণ সংযোগ বিভাগৰ সতীৰ্থ সমাৰোহত সাংবাদিকৰে মত বিনিময়

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ এপ্ৰিলঃ নৰ্থ লখিমপুৰ কলেজ প্ৰাংগনত গণ সংযোগ বিভাগে প্ৰথম প্ৰাক্তন সতীৰ্থ সমাৰোহখনি আজি উদযাপন কৰে। মহাবিদ্যালয়ৰ ডিজিটেল ক্লাছৰূমত অনুষ্ঠিত অনুষ্ঠানটি বন্তি প্ৰজ্বলনৰে শুভ উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বিমান…

তেজপুৰৰ ডায়মেনশ্যন একাডেমীলৈ চি এম এছিয়াৰ “নৰ্থ ইষ্ট লিডাৰশ্বিপ এৱাৰ্ড ২০২৩”

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১ এপ্ৰিল : বিদ্যায়তনিক আৰু আন্ত:গাঁথনিৰ ক্ষেত্ৰত কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱাৰ বাবেই ২০১৪ চনত তেজপুৰৰ এগৰাকী উচ্চ শিক্ষিত, উদ্যমী যুৱক পংকজ দাসৰ তৎপৰতাত গঢ় লৈ উঠা "ডায়মেনশ্যন একাডেমী" নামৰ শিক্ষানুষ্ঠানখনে…

তেজপুৰ বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে নিযুক্ত ড° শম্ভু নাথ সিঙ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১এপ্ৰিলঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে নতুন দিল্লীৰ ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° শম্ভু নাথ সিঙক৷তেওঁক কালি কেন্দ্ৰীয় চৰকাৰে তেজপুৰ বিশ্ববিদ্যালয়ত পাঁচবছৰীয়া…

শিক্ষা বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষৰ নিদেৰ্শত জুৰুলা শোণিতপুৰৰ প্ৰধান শিক্ষক আৰু অধ্যক্ষসকল

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৩১ মাৰ্চঃ শিক্ষা বিভাগৰ উৰ্ধতন কতৃৰ্পক্ষৰ নিদেৰ্শত জীয়াতু ভুগিছে শোণিতপুৰৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু অধ্যক্ষসকলে৷ কাৰণ, শিক্ষা বিভাগৰ উৰ্ধতন বিষয়া তথা বিভাগীয় মুৰব্বীৰ অদূৰদৰ্শিতাৰ বলি যাতে ছাত্ৰ-ছাত্ৰীসকল…

ৰাষ্ট্ৰীয় পাৰদৰ্শিতা জৰীপ ‘২০২১ৰ আধাৰত অনুষ্ঠিত দুদিনীয়া শিক্ষক প্ৰশিক্ষণ

উত্তৰ লখিমপুৰ, ৩১ মাৰ্চঃ লখিমপুৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত লখিমপুৰ জিলাৰ তিনিখনকৈ শিক্ষাখণ্ড ক্ৰমে নাওবৈচা, বিহপুৰীয়া আৰু নাৰায়ণপুৰ শিক্ষাখণ্ডৰ মুঠ ৬০ গৰাকী শিক্ষক প্ৰশিক্ষাৰ্থীকলৈ ৰাষ্ট্ৰীয় পাৰদৰ্শিতাৰ জৰীপ চমুকৈ এন এ…