Browsing Category
শিক্ষা
গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড°…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৭ মাৰ্চ : অসম কলেজ অধ্যক্ষ পৰিষদৰ সম্পাদক তথা ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ তেজপুৰ নিবাসী ড° ৰঞ্জন কলিতা গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাত তেজপুৰৰ বিভিন্ন ব্যক্তি -…
দিজমুৰ হিন্দু প্ৰাথমিক বিদ্যালয়ত জিলাভিত্তিত বুনিয়াদী সাক্ষাৰতা আৰু সাংখ্যিকতা দিৱস উদযাপন
ধেমাজি, ২৭ মাৰ্চঃ "শিশুৰ শিক্ষাগ্ৰহণত বুনিয়াদী স্তৰটোৰ যথেষ্ট গুৰুত্ব আছে। বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা হ'ল- ভাষা শিকনৰ প্ৰধান কৌশলসমূহৰ লগতে দৈনন্দিন জীৱনত গাণিতিক প্ৰয়োগৰ কৌশলসমূহ ছাত্র-ছাত্ৰীয়ে আয়ত্ত কৰা আৰু ব্যৱহাৰিক প্ৰয়োগৰ…
উচ্চতৰ মাধ্যমিকত শাখা নিৰ্বাচনৰ ক্ষেত্রত কি কি দিশ চাব লাগে
ড° বুলজিৎ বুঢ়াগোহাঁই
হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত সাধাৰণতে প্রায়বোৰ ছাত্র-ছাত্রীয়ে উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান নে বাণিজ্য শাখাত নাম ভর্তি কৰিব নতুবা বৃত্তিমুখী (vocational) শিক্ষা গ্রহণ কৰিব, সেইটো সিদ্ধান্ত লওতে…
স্নাতক পাঠ্যক্ৰমত ড° ভূপেন হাজৰিকাৰ গীতি সাহিত্য আৰু শৈল্পীক জীৱনৰ ভিত্তিক পাঠ সংযোজন কৰিবলৈ…
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৪মাৰ্চঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছত অসমৰ সামাজিক আৰু সাংস্কৃতিক পথাৰখনিত সৰ্বজন সমাদৃত ব্যক্তি সকলৰ ভিতৰত ড° ভূপেন হাজৰিকা এক উজ্বল নক্ষত্ৰ । ড° হাজৰিকাৰ সাংস্কৃতিক কৰ্মৰাজি কেৱল অসমতে সীমিত নাথাকি…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত বিশ্ব জল দিৱস পালন
উত্তৰ লখিমপুৰঃ ২২ মাৰ্চঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি শেষ টোপাললৈকে পানী ৰাহি কৰাৰ আহ্বানৰে বিশ্ব জল দিৱস পালন কৰা হয়। সেই উপলক্ষে মহাবিদ্যালয়খনৰ ইকো ক্লাবৰ উদ্যোগত অনুষ্ঠিত এখন সভা উদ্বোধন কৰে অধ্যক্ষ ড০ লোহিত হাজৰিকাই। উদ্বোধনী…
ঢলপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজকুমাৰ পেগুৰ শাস্তি হবনে
শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ ২০ মাৰ্চঃ প্ৰশ্নকাকত ফাদিলৰ বিৰোধিতা কৰিবলৈ গৈ প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰীক আৰক্ষীয়ে চলোৱা নিৰ্যাতনৰ লৈ সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰ জিলাতো তীব্ৰ প্ৰতিবাদ মুখৰ হৈ পৰিছে বিভিন্ন সংগঠন৷ ইয়াৰ প্ৰতিক্ৰিয়া…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আই চি এছ এছ আৰৰ পৃষ্ঠপোষকতাত সেউজ পদ্ধতিৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰ…
উত্তৰ লখিমপুৰঃ ২০ মাৰ্চঃ আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত ভাৰতীয় সমাজ বিজ্ঞান আৰু গৱেষণা পৰিষদৰ পৃষ্ঠপোষকতাত বহনক্ষম উন্নয়নৰ দিশত সেউজ পদ্ধতি: একবিংশ শতিকাত ইয়াৰ প্ৰয়োজনীয়তা আৰু প্ৰত্যাহ্বানসমূহৰ ওপৰত এখনি ৰাষ্ট্ৰীয় আলোচনা চক্ৰ…
তিনিচুকীয়াত ’আদৰ্শ’ৰ ১২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২০ মাৰ্চ : ৰাজ্যখনৰ ভিতৰতে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত এক নামজ্বলা শিক্ষানুষ্ঠান তিনিচুকীয়াৰ তুলসীৰাম পথস্থিত ঐতিহ্যমণ্ডিত আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ১২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বিদ্যালয়খনৰ ৪ জন প্ৰাক্তন…
নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত বগীনদীত বৰষুণৰ পানী সংৰক্ষণৰ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
লখিমপুৰ,১৯মাৰ্চঃ ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ইতিমধ্যে জিলাখনৰ বিভিন্ন প্ৰান্তত ভাৰত চৰকাৰৰ "কেটচ্ দ্য ৰেইন" শীৰ্ষক কাৰ্যসূচীৰ অংশ স্বৰূপে বৰষুণৰ পানী সংৰক্ষণৰ ওপৰত এক…
প্ৰশ্নকাকত ফাদিলঃ ধলপুৰত প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীক ৰাজপথতে আৰক্ষীৰ মাৰধৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৮ মাৰ্চঃ লখিমপুৰ জিলাৰ ধলপুৰ আৰক্ষী চকীত আজি এক অভাৱনীয় কাণ্ডৰ সূচনা হয়৷ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ প্ৰতিবাদ জনাই আজি পুৱাৰ ভাগত ধলপুৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ মেট্ৰিকৰ একাংশ পৰীক্ষাৰ্থীয়ে ধলপুৰ…
