Browsing Category

শিক্ষা

লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে তিনিচুকীয়াত ১৪৪ ধাৰা 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৭ মাৰ্চ : অহা ২৬ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়াৰ উপায়ুক্ত তথা জিলা দণ্ডাধীশ স্বপ্নীল পালে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত ২৬ মাৰ্চৰ দিনা…

কেঁচাসোণা বিদ্যালয়ৰ স্বীকৃতি বাতিলৰ বিৰুদ্ধে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৭ মাৰ্চ :  তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ নখৰাই চাহ বাগিচাৰ কেঁচাসোণা উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰাৰ বিৰুদ্ধে আজি অসম চাহ মজদুৰ সংঘৰ পানীতোলা শাখাৰ সম্পাদক তথা চাবুৱাৰ প্রাক্তন বিধায়ক ৰাজু চাহুৰ…

মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাঃ লখিমপুৰত দুই শিক্ষকক গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১৬ মাৰ্চঃ মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনা সন্দৰ্ভত সমগ্ৰ ৰাজ্যত আৰক্ষী আৰু চি আই ডিয়ে তীব্ৰ অভিযান অব্যাহত ৰখাৰ সময়তে আজি লখিমপুৰ আৰু মাজুলী আৰক্ষীয়ে দুজনকৈ শিক্ষাগুৰুক গ্ৰেপ্তাৰ কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন…

লখিমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৬ মাৰ্চঃ অহা ১ আৰু ২ এপ্ৰিল ২০২৩ তাৰিখে লখিমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ পুনৰ মিলন সমাৰোহ আয়োজন কৰা হৈছে ৷ ১ এপ্ৰিল তাৰিখে বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পণ…

তেজপুৰত একাধিক সংগঠনৰ প্ৰতিবাদঃ শিক্ষামন্ত্ৰী,অধ্যক্ষৰ পুত্তলিকাক ফাঁচিঃ দাহ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৪মাৰ্চঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত আজিও তেজপুৰত একাধিক ছাত্ৰ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে৷ আজি চহৰখনৰ মাজমজিয়াত আছুৱে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত…

প্ৰশ্নকাকত ফাদিলৰ ঘটনাঃ লখিমপুৰত ৬ পৰীক্ষাৰ্থীক আটকঃ আছুৰ প্ৰতিবাদ অব্যাহত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৪ মাৰ্চ ঃ মেট্ৰিকৰ পৰীক্ষাত বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাৰ আঁৰত কোন জড়িত তাক লৈ অসম আৰক্ষীয়ে তৎপৰতা অব্যাহত ৰখাৰ সময়তে চি আই ডিৰ নিৰ্দেশত আজি লখিমপুৰ আৰক্ষীয়ে ৬জন পৰীক্ষাৰ্থীক আটক কৰিছে৷ জিলাখনৰ…

প্ৰাক্তন ছাত্ৰৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়লৈ পাঠ্যপুথি দান

উত্তৰ লখিমপুৰঃ ১৪ মাৰ্চঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ২০০৩ বৰ্ষৰ এগৰাকী প্ৰাক্তন ছাত্ৰ সুদীপ্ত বৰুৱাই আজি মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ পুথিভঁৰালৰ বাবে কেইবাখনো পাঠ্যপুথি দান কৰে। বৰ্তমান শ্বেয়াৰ বিষেশজ্ঞ সুদীপ্ত বৰুৱাই দান কৰা গ্ৰন্থসমূহ…

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলঃ মুঠ ২২ জনক আটক

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ মাৰ্চ : মেট্ৰিক পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পৰিপ্ৰেক্ষিতত ছেবাই সোমবাৰে অনুষ্ঠিত হ’বলগীয়া বিজ্ঞানৰ পৰীক্ষা বাতিল কৰিবলগীয়া হোৱা ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ চি আই ডিয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ…

ৰাজ্যৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠান জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ক ঐতিহ্যস্থলী হিচাপে গঢ়ি…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২ ফেব্ৰুৱাৰী : উঠি অহা প্ৰজন্মক সংগীত শিক্ষাৰ ক্ষেত্ৰত পাৰদৰ্শী কৰি তোলাৰ লক্ষ্যৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৪০ চনৰ ১ নবেম্বৰত গঢ়ি তোলা অসমৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠান "জ্যোতি কলা কেন্দ্ৰ সংগীত…