Browsing Category

শিক্ষা

দুবছৰলৈ ৰাজ্যত অনুষ্ঠিত নহয় টেটঃ শিক্ষামন্ত্ৰী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯মাৰ্চঃ ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ হিচাপে পৰিগণিত হোৱা টেট পৰীক্ষা আগন্তুক দুবছৰলৈ অনুষ্ঠিত নহয়৷তেজপুৰত এই কথা সদৰী কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আত্মনিৰ্ভৰ ভাৰত সম্পৰ্কীয় আই চি এছ এছ আৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ…

উত্তৰ লখিমপুৰ, ৪ মাৰ্চঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ পৃষ্ঠপোষকতাত আত্মনিৰ্ভৰ ভাৰত আৰু উত্তৰ-পূব শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখনি সফলতাৰে সামৰণি পৰে। মহাবিদ্যালয়খনৰ বাণিজ্যিক আইন…

চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে ১০মাৰ্চত দিছপুৰ চলো কাৰ্যসূচী টিউটৰৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ,৩ মাৰ্চঃ ১০মাৰ্চত দিছপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ককালত টঙালি বান্ধিছে ৰাজ্যৰ শ শ টিউটৰে।উক্ত দিনা দিছপুৰ চলো কাৰ্যসূচীৰে চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে সবল প্ৰতিবাদ সাব্যস্ত কৰিব সদৌ অসম টিউটৰ সন্থাই।সন্থাৰ…

শোণিতপুৰ ১৪ হেজাৰ ১৫৭ জন শিক্ষাৰ্থী বহিব হাইস্কুল শিক্ষান্ত পৰীক্ষাত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২ মাৰ্চঃ তিনি মাৰ্চৰ পৰা ৰাজ্যত অনুষ্ঠিত হবলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোণিতপুৰৰ পৰা মুঠ ১৪ হেজাৰ ১৫৭ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হব।মাণ্ডলিক সচিব কে কে ডেকাই আজি জানিবলৈ দিয়া অনুসৰি জিলাখনৰ মুঠ ৩০ টা…

তেজপুৰ কন্যা মহাবিদ্যালয়ৰ পৰিগৃহীত গাঁৱত অনুষ্ঠিত সাতদিনীয়া শিবিৰৰ সামৰণি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২ মাৰ্চ : মহামানৱ মহাত্মা গান্ধীৰ 'গাৱঁলৈ ঘূৰি যোৱা নীতি' অনুসৰণ কৰি তেজপুৰ কন্যা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত প্ৰতি বৰ্ষতে একোখনকৈ গাঁৱত বিদ্যাৰ্থীসকলক গ্ৰাম্য জীৱনৰ সৈতে সম্পৃক্ত কৰা আৰু…

শিক্ষকতা জীৱনৰ অন্তিম দিনটোতে পেন্সনৰ নথি পত্ৰ প্ৰদান তেজপুৰৰ জনপ্ৰিয় শিক্ষক, দক্ষ অভিনেতা ভূপেন…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৮ ফেব্ৰুৱাৰী : তেজপুৰৰ সমাজ জীৱনৰ এগৰাকী জনপ্ৰিয় ব্যক্তি, দক্ষ অভিনেতা, নাট্যকাৰ - পৰিচালক, চলচ্চিত্ৰ অভিনেতা, তেজপুৰৰ বাণ থিয়েটাৰ, অসমীয়া ক্লাব, তেজপুৰ সাহিত্য সভাকে ধৰি বহু সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত বহনক্ষম উন্নয়নৰ দিশত সেউজ পদ্ধতিৰ সন্দৰ্ভত আলোচনা সত্ৰ

উত্তৰ লখিমপুৰঃ ২৭ ফেব্ৰুৱাৰীঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অৰ্থনীতি, বেংকিং আৰু বাণিজ্য যৌথ উদ্যোগত আৰু ভাৰতীয় সমাজ বিজ্ঞান আৰু গৱেষণা পৰিষদৰ পৃষ্ঠপোষকতাত অহা ২০ আৰু ২১ মাৰ্চত এখন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। আজি এক…

‘গণিত বিষয়ৰ অসমীয়া মাধ্যমৰ পুৰণি পাঠ্যপুথি’ৰ সন্ধান

সম্পাদক মহোদয়,   স্কুলীয়া পাঠ্যপুথিৰ জৰিয়তেই কিতাপৰ বৃহৎ জগতখনৰ সৈতে আমাৰ সম্পৰ্কৰ আৰম্ভণি হয়। সময়ৰ লগে লগে বিভিন্ন শিক্ষা বিষয়ক নীতিসমূহৰ প্ৰৱৰ্তন/ বলবৎ অনুযায়ী সলনি হৈ আহিছে পাঠ্যপুথিসমূহ। আপাত দৃষ্টিত অপ্ৰয়োজনীয় বা অলাগতিয়াল যেন…