উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ড্ৰোণ পাইলট প্ৰশিক্ষণ স্কুল উদ্বোধন
গুৱাহাটী, ৯ আগষ্ট: বৰঝাৰৰ সমীপৱৰ্তী টেক চিটিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ড্ৰোণ পাইলট প্ৰশিক্ষণ প্ৰতিষ্ঠান 'এমট্ৰন ড্ৰোণ স্কুল' আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে ৰাজ্যৰ তথ্য-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই। ৰাজ্য চৰকাৰৰ তথ্য-প্ৰযুক্তি বিভাগৰ…
