জামুগুৰিহাটৰ ১৩ বছৰীয়া মুখা শিল্পী নিশান্ত বৰুৱা
জামুগুৰিহাট : ৬ আগষ্টঃ এগৰাকী ১৩ বছৰীয়া মুখা শিল্পী । শিল্পীগৰাকীৰ নাম নিশান্ত বৰুৱা । শিল্পীগৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে ভগৱান নৰসিংহ, বিষ্ণুৰ লগতে বিভিন্ন ভাওনাত ব্যৱহৃত মুখা । অতি কম বয়সতে শিল্পী নিশান্তৰ এনে প্ৰতিভাই এতিয়া সকলোৰে…
