পঞ্চভূতত বিলীন হ’ল তেজপুৰক বৌদ্ধিক আৰু বিদ্যায়তনিক নেতৃত্ব প্ৰদান কৰা সত্যেন্দ্ৰনাথ শৰ্মাৰ…

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ২৭ এপ্ৰিলঃ তেজপুৰৰ বৌদ্ধিক আৰু বিদ্যায়তনিক ক্ষেত্ৰখনৰ অগ্ৰনী ব্যক্তিত্ব, বিশিষ্ট শিক্ষাবিদ, দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা লগ্নৰ বিশেষ কৰ্তব্যৰত বিষয়া, তেজপুৰৰ সামাজিক…

সমকামী ব্যক্তিৰ বিবাহৰ অধিকাৰক বৈধ বুলি স্বীকৃতি প্ৰদান নকৰিবলৈ দেশৰ ৰাষ্ট্ৰপতিলৈ তেজপুৰৰ দুই মহিলা…

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৭ এপ্ৰিল : ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে সমকামী ব্যক্তিৰ বিবাহৰ অধিকাৰক বৈধ বুলি মান্যতা দিবলৈ যি সিদ্ধান্ত গ্ৰহণৰ প্ৰস্তুতি চলাইছে সেই তৎপৰতাত বিচলিত হৈ তেনে আইনী স্বীকৃতি প্ৰদান নকৰিবৰ বাবে…

টাইকোৱানড’ত ৰাজ্যৰ প্ৰথমগৰাকী ব্লেকবেল্ট প্ৰাপক বিপুল ডেকা দুৰ্ঘটনাত নিহত

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২৭এপ্ৰিলঃ টাইকোৱানড’ সমৰকলাত ৰাজ্যৰ প্ৰথম গৰাকী ব্লেক বেল্ট অৰ্জন কৰা তথা তেজপুৰৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী, ক্ৰীড়া সংগঠক বিপুল ডেকা(৫৯)ৰ যোৱা নিশা এক পথ দুৰ্ঘটনাত শোকাৱহ ভাবে মৃত্যু ঘটিছে৷উল্লেখযোগ্য যে,ৰাজ্য…

প্ৰাঞ্জল মৰাণৰ নৃশংস হত্যাৰ প্ৰতিবাদত উত্তাল মাকুম

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২৭ এপ্ৰিলঃ তিনিচুকীয়া জিলাৰ মাকুমৰ ৰূপনগৰত মঙ্গলবাৰে সংঘটিত এক নৃশংস হত্যাকাণ্ডক কেন্দ্ৰ কৰি আজি প্ৰতিবাদত উত্তাল হৈ পৰে সমগ্ৰ মাকুম চহৰ৷ অভিযোগ অনুসৰি ধাৰলৈ লোৱা ধন পৰিশোধ নকৰাৰ বাবেই উক্ত দিনা প্ৰাঞ্জল মৰাণ…

নামচাইত বিজেপি নেতাৰ পেট্ৰল ডিপোৰ কেচিয়াৰক অপহৰণ

শতাব্দ প্ৰিতিনিধ, তিনিচুকীয়া, ২৭ এপ্ৰিলঃ অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মমং গাঁৱৰ এটা পেট্ৰল ডিপোৰ পৰা বুধবাৰে নিশা মাৰণাস্ত্ৰধাৰী যুৱকৰ দলে এজন কৰ্মচাৰীক অপহৰণ কৰাৰ লগতে আন এজনক গুলীয়াই গুৰুতৰভাৱে আহত কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি…

জৈৱ বৈচিত্ৰ সংৰক্ষণৰ গুৰুত্বপূৰ্ণ বিষয়েৰে দৰংমহাবিদ্যালয়ত দুদিনীয়াকৈ আৰম্ভ আন্তঃৰাষ্ট্ৰীয় কৰ্মশালা 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৬ এপ্ৰিলঃ উত্তৰ-পূৱ ভাৰতৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ বিষয়ে ছাত্ৰ-ছাত্ৰী, গৱেষকসকলৰ যোগ্যতা উত্তৰণ  আৰু অগ্ৰিম বৃত্তিগত অধ্যাপকসকলৰ উন্নয়নৰ ওপৰত  UN-SDGs ৰ সহযোগত দৰং মহাবিদ্যালয়ত আজিৰে পৰা দুদিনীয়াকৈ …

তেজপুৰত কংগ্ৰেছৰ জয় ভাৰত সত্যাগ্ৰহ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২৬এপ্ৰিলঃ তেজপুৰৰ হলেশ্বৰত আজি শোণিতপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা  “জয় ভাৰত সত্যাগ্ৰহ” কাৰ্যসূচীত অংশ গ্ৰহণ অসম প্ৰদেশ কংগ্ৰেছৰ সভিপতি ভূপেন  বৰাই বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে৷বিজেপি চৰকাৰৰ…

১ মে’ত গোগামুখত সন্মিলিত গণশক্তিৰ শ্ৰমিক অভিবৰ্তন

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২৬ এপ্ৰিলঃ সন্মিলিত গণ শক্তি অসমৰ উদ্যোগত আৰু সন্মিলিত শ্ৰমিক শক্তি অসমৰ সহযোগত অহা ৰ মে’ত আন্তৰ্জাতিক শ্ৰমিক দিৱসটি এইবাৰ গোগামুখৰ আৱতানি লত্তাত এখন বিশাল শ্ৰমিক অভিবৰ্তনৰ আয়োজন কৰা হৈছে৷ শ্ৰমিকসকলৰ অধিকাৰ…

বঙালমৰাত নকল সোণ-জাল নোটৰ অসাধু চক্ৰক আৰক্ষীৰ ৰক্ষণাবেক্ষণ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ,২৬ এপ্ৰিলঃ নকল সোণ আৰু জাল নোটৰ ঘাটিত পৰিণত হোৱা লখিমপুৰ জিলাৰ বঙালমৰাত সংঘটিত হৈ থকা বহু বিস্ফোৰক কাণ্ডৰ তথ্য আজি এগৰাকী মহিলাই নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত সংবাদমেলত দাঙি ধৰা কাৰ্যই সমগ্ৰ জিলাখনৰ আৰক্ষী মহলত তীব্ৰ…