লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ মৃত্যুক লৈ উত্তেজনা

শতাব্দ প্ৰতিনিধি লখিমপুৰ ২৩ নৱেম্বৰঃ  লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এগৰাকী ৰোগীৰ মৃত্যুক লৈ আজি মহাবিদ্যালয় চৌহদত তীব্র উত্তেজনাৰ সৃষ্টি হয়। পৰিয়ালৰ অভিযোগ-- উপযুক্ত চিকিৎসাৰ অভাৱত ৰোগী হেম শইকীয়াৰ মৃত্যু হয় । চিকিৎসালয়ৰ আই চি ইউত…

লাচিত দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চুটি নাট মঞ্চস্থ

উত্তৰ লখিমপুৰ, ২৩ নৱেম্বৰঃ পানীগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লাচিত দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ লগতে চুটি নাট 'মাতে পকা ধানে ৰিঙিয়াই' মঞ্চস্থ কৰা হয়। অসমীয়া শিপিনীৰ গামোচা, পথাৰৰ সোণগুটি আদি কেইবাটাও দিশৰ ওপৰত ৰচিত নাটখনৰ ৰচনা আৰু…

কৰ্ম আৰু সততাৰ প্ৰতীক,তেজপুৰৰ সমাজকৰ্মী  ৰবীন্দ্ৰ চন্দ্ৰ দে’ৰ বিয়োগ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২১নৱেম্বৰঃ তেজপুৰৰ এজন প্ৰায় ৯৭বছৰীয়া সমাজ হিতৈষি  ব্যক্তি ৰবীন্দ্ৰ চন্দ্ৰ দে’ৰ আজি পুৱা প্ৰায় পাঁচবজাত তেজপুৰৰ নিকামূল স্হিত বাসগৃহত বাৰ্দ্ধক্যজনিত কাৰণত বিয়োগ ঘটিছে৷এজন নিস্বাৰ্থ সমাজ কৰ্মী হিচাপে সৰ্বজন শ্ৰদ্ধেয়…

কন্ঠশিল্পী বিপুল বাহাদুৰ আৰু নাই 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২১ নবেম্বৰঃ ষাঠিৰ দশকৰ তেজপুৰৰ এগৰাকী প্ৰখ্যাত সংগীত শিল্পী, সুৰকাৰ তথা প্ৰসিদ্ধ কন্ঠ শিল্পী বিপুল বাহাদুৰ আৰু নাই। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, ৰুদ্ৰ বৰুৱা, মুকুল বৰুৱা আৰু তেজপুৰৰ প্ৰসিদ্ধ সংগীত…

তিনিচুকীয়াত বীৰ লাচিতৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে অসমী মেলা

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২১ নৱেম্বৰঃ তিনিচুকীয়া জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ উদ্যোগত ৪০০ সংখ্যক বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে চহৰখনৰ মাজমজিয়াৰ থানা চাৰিআলিস্থিত ডাকবাংলো প্ৰাংগণত আজিৰ পৰা ২৪…

লখিমপুৰত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২১ নৱেম্বৰঃ অসমত চৰকাৰী মাধ্যম অসমীয়া মাধ্যম, বড়ো মাধ্যম বা অন্যান্য মাতৃভাষাৰ জয়যাত্ৰা অব্যাহত থাকিব লাগিব৷ এইখন অসমত চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান আৰু মাতৃভাষাৰ শিক্ষানুষ্ঠানৰ জয়যাত্ৰা অব্যাহত থাকে তাৰ বাবে চৰকাৰে…

তেজপুৰত শোণিতপুৰ জিলা টাগ অৱ ৱাৰ প্ৰতিযোগিতা সম্পন্ন

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২১নৱেম্বৰঃ তেজপুৰৰ নপামস্থিত এছ এম বি ব্যায়ামাগাৰৰ উদ্যোগত আৰু শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ তত্বাৱধানত স্হানীয় জাৰণি প্ৰাথমিক বিদ্যালয়ত "৩৯সংখ্যক শোণিতপুৰ জিলা টাগ অৱ ৱাৰ প্ৰতিযোগিতা-২০২২" অনুষ্ঠিত হয়। উক্ত…

তিনিচুকীয়া ষ্টেচনত সন্দেহজনক হেৰ’ইনসহ ধৃত যুৱক-যুৱতী

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৩ নৱেম্বৰঃ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত থকা অভিযানৰ অন্তৰ্গত শুকুৰবাৰে নিশা নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত অভিযান চলাই তিনিচুকীয়া আৰক্ষীয়ে নিউ তিনিচুকীয়া ৰেলৱে ষ্টেচনৰ পৰা সন্দেহজনক হেৰ’ইনসহ এহাল যুৱক-যুৱতীক আটক…

তেজপুৰত প্ৰবীন অভিনেত্ৰী-নৃত্যশিল্পী কৃষ্ণাদাস নাথৰ মূল্যবান গ্ৰন্থ ‘প্ৰতিধ্বনি শুনো…

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৩ নবেম্বৰঃ অসম আৰু অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী, সুধাকণ্ঠ, ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকাৰ লগতে অসমৰ জাতীয় জীৱনৰ প্ৰাতঃস্মৰণীয় পুৰোধা শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূর্য ফণী শৰ্ম্মাকে ধৰি অসমৰ শিল্প-কলা ক্ষেত্ৰখনৰ…

তেজপুৰত বিজেপি দলত যোগদান সহস্ৰাধিক কংগ্ৰেছ আৰু অগপ কৰ্মী সমৰ্থকৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ,১৩ নৱেম্বৰঃ শোণিতপুৰ জিলা যুৱ কংগ্ৰেছৰ সুমন্ত বড়ো, সাধাৰণ সম্পাদক অসীম শইকীয়া, এন এছ ইউ আইৰ জিলা সম্পাহক ৰাকেশ মণি দাস আৰু জিলা যুৱ কংগ্ৰেছৰ সম্পাদক চাম্পি কলিতাকে ধৰি সহস্ৰাধিক লোকে আজি তেজপুৰত বিজেপি দলত…