বাংকট : ভাৰতৰ আটাইতকৈ শান্তিপূৰ্ণ গাঁওখন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ অক্টোবৰ : বিহাৰৰ গয়া জিলাৰ এখন গাঁৱে কেৱল ৰাজ্যখনৰ বাবেই নহয় সমগ্ৰ দেশৰ বাবে এক আদৰ্শ দাঙি ধৰিছে। ১৯১৪ চনত বসতি স্থাপন কৰা এই গাঁৱৰ ৰাইজে আজিলৈকে এখনো এজাহাৰ দাখিল কৰা নাই। সাধাৰণতে সৰু সৰু কথাক লৈয়ে গাঁওবোৰত…

ঘাৰমৰা সৰু সত্ৰৰ ধৰ্মপ্ৰাণা মহিলাৰ মৃত্যুত শোক

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৭ অক্টোবৰঃ লখিমপুৰ জিলাৰ ঘাৰমৰা সৰু সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত ক্ষীৰকৃষ্ণ গোস্বামীৰ সহধৰ্মিনী চিত্ৰাৱতী গোস্বামীৰ যোৱা নিশা দেহাৱসান ঘটে৷ অঞ্চলটোৰ ধৰ্মপ্ৰাণা তথা সমাজসেৱিকা গোস্বামীয়ে মৃত্যুৰ সময়ত ৬ পুত্ৰ-বোৱাৰী,…

ৰাজ্যিক যোগাসনত শোণিতপুৰ জিলা দ্বিতীয়

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৭অক্টোবৰ: ১৪-১৬অক্টোবৰত তিনিদনীয়াকৈ ২৫ সংখ্যক প্ৰবীণ পুৰুষ আৰু মহিলাৰ অসম ৰাজ্যিক যোগাসন খেল প্ৰতিযোগিতাখন ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় ৷প্ৰতিযোগিতাত শোণিতপুৰ জিলাই শ্ৰেষ্ঠ দলৰ সন্মান বুটলিবলৈ…

লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক-বিজ্ঞানীৰ মত বিনিময়

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৭ অক্টোবৰঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত পি এম কিষাণ সন্মান সন্মিলন এটি অনুষ্ঠানৰ আজি পোনপটীয়া সম্প্ৰচাৰৰ হৈ যায়। উক্ত অনুষ্ঠানত আদৰণি ভাষণ দিয়ে কৃষি বিজ্ঞান কেন্দ্ৰৰ…

চিকিম ফুটবল একাডেমী ছেমিফাইনেলত প্ৰবেশ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৭অক্টোবৰ: তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত পলফিল্ডত অনুষ্ঠিত হৈ থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত হোৱা দ্বিতীয় খন কোৱাটাৰ ফাইনেল খেলত সুজাচেন ফুটবল অকাডেমী চিকিমে কেৰেলাৰ…

আই আই টি, খড়গপুৰত তিনিচুকীয়াৰ মেধাৱী ছাত্ৰৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত বিচাৰি কেন্দ্ৰীয়…

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৭ অক্টোবৰ : আই আই টি, খড়গপুৰত অধ্যয়নৰত তিনিচুকীয়াৰ ফাইজান আহমেদ নামৰ এজন মেধাৱী ছাত্ৰৰ হোষ্টেলত ৰহস্যজনক মৃত্যুৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি আজি তেওঁৰ দুৰ্ভগীয়া পিতৃ চেলিম আহমেদে কেন্দ্ৰীয় মন্ত্ৰী…

৮ নৱেম্বৰত দেউৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচনঃ ১০ নৱেম্বৰ গণনা

মনোনয়ন দিবলৈ অহা হাজাৰ হাজাৰ প্ৰাৰ্থীৰ সমৰ্থকৰ ভিৰত লখিমপুৰত তীব্ৰ যান-জঁট শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ১৭ অক্টোবৰঃ ৰাজ্য চৰকাৰে দেউৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পিছত লখিমপুৰ জিলাৰ মুঠ ৮টা সমষ্টিৰ ভিতৰত ৭ টা সমষ্টিৰ পৰা…

অসম চৰকাৰৰ শেহতীয়া সিদ্ধান্তক অপ্ৰাকৃতিক আৰু অ বিজ্ঞান সন্মত আখ্যা বিশিষ্ট বুদ্ধিজীৱীৰ

তৰুণ অসম সংঘৰ "অসমৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহৰ সমস্যা আৰু সমাধান" শীৰ্ষক গুৰুত্বপূৰ্ণ আলোচনা সত্ৰঃ চৰকাৰে ক'লেই নহ'ব সত্যটোক আমি দাঙি ধৰিব লাগিব -ড° অৱনী কুমাৰ ভাগৱতীঃ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মাতৃভাষা মাধ্যমৰ প্ৰাথমিক শিক্ষাত গুৰুত্ব…

 কিশোৰৰ ৰং তুলিকাৰে মুখৰিত চিত্ৰলেখাৰ নগৰী তেজপুৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ  , ১৬ অক্টোবৰ : সংকল্প অসম শোণিতপুৰ জিলা সমিতি আৰু তেজপুৰ সমষ্টি সমিতিৰ উদ্যোগত  জিলা সংগ্ৰহালয়ত, তেজপুৰ প্ৰাংগনত অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাখনি সুকলমে সম্পন্ন হৈ যায় । তলা বন্ধৰ সময় চোৱাৰ পিছত ডেৰ শতাধিক…

“ভূপেন হাজৰিকা কলাভূমি” ত সুৰীয়া আৰু সাংগীতিক অনুষ্ঠান “আমি একেখন নাৱৰে…

শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৬ অক্টোবৰ :শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰৰ "মাধৱদেৱ কলা নিকেতন" ৰ সহযোগত তেজপুৰৰ "ভূপেন হাজৰিকা কলাভূমি" ত অহা ৫ নবেম্বৰত সুধাকণ্ঠ, বিশ্ববন্দিত তথা ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকা মৃত্যু…