দময়ন্তী দেৱীলৈ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ “শ্বহীদ কনকলতা বঁটা”

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৩ ছেপ্টেম্বৰঃ নিষ্ঠাবান সমাজকৰ্মী, মানৱসেৱী, শন্তিদূত দময়ন্তী দেৱীলৈ সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে আগবঢ়াইছে" শ্বহীদ কনকলতা বঁটা । উল্লেখ যে, স্বাধীনতা সংগ্ৰামী, ৪২ ৰ শ্বহীদ বীৰাংগনা কনকলতা বৰুৱাৰ ২০ ছেপ্টেম্বৰৰ…

৪৩২ মিলিয়ন কিলোমিটাৰ দূৰৰ বৰফ দৈত্যৰ স্পষ্ট ফটো

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ ছেপ্টেম্বৰ : নাছাৰ জেমছ ৱেব স্পেচ টেলিস্কোপে মহাকাশ বিজ্ঞানত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে। এই টেলিস্কোপে প্ৰকাশ কৰি থকা ফটোৰ সৈতে জড়িত তথ্যই জ্যোতিৰ্বিজ্ঞানৰ জ্ঞানৰ পৰিসৰ ক্ৰমাগতভাৱে বৃদ্ধি কৰি আহিছে। মানুহ আচৰিত…

নাছাৰ আত্মঘাতী অভিযান !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ ছেপ্টেম্বৰ : মানৱ সভ্যতাৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে আত্মহত্যাৰ অভিযানত নামিছে নাছা! অহা সপ্তাহত ডাবল এষ্ট্ৰয়ড ৰিডাইৰেকচন টেষ্ট (DART) মহাকাশযানখনে পৃথিৱীৰ পৰা ১ কোটি ১০ লাখ মাইল দূৰত থকা এটা গ্ৰহাণুত খুন্দা…

কিমান সাৰ্থক হ’ব বিশৃংখল তিনিচুকীয়াৰ ১৩০.৬৫ বর্গ কি.মি. এলেকাত মাষ্টৰ প্লেন ৰূপায়ণৰ প্ৰস্তুতি

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ ছেপ্টেম্বৰ : তিনিচুকীয়া সৰ্ব্বাঙ্গীন পৰিকল্পনা, ২০৪১ (তিনিচুকীয়া মাষ্টৰ প্লেন, ২০৪১) সন্দৰ্ভত আলোচনা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (নগৰ) হিতাধিকাৰীৰ মাজত সজাগতাৰ বাবে আজি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ…

সৰ্বভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভালৈ অসমৰ ১৫ জনীয়া সাংবাদিকৰ দল ৰাওনা

গুৱাহাটী, ২২ ছেপ্টেম্বৰ : সৰ্বভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ (ইণ্ডিয়ান ফেডাৰেচন অৱ ৱৰ্কিং জাৰ্নেলিষ্ট) ৭৪ সংখ্যক ৰাষ্ট্ৰীয় পৰিষদৰ সভাখন অহা ২৩ আৰু ২৪ ছেপ্টেম্বৰত তেলেঙ্গনা ৰাজ্যৰ হাইদৰাবাদত অনুষ্ঠিত হব। তেলেঙ্গনা জাৰ্নেলিষ্ট ইউনিয়নৰ আহবান মৰ্মে…

মডেলিঙৰ ক্ষেত্ৰখনত উজলিছে আৰক্ষী জোৱান তেজপুৰৰ মানস কেওঁট

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২২ছেপ্টেম্বৰ: অসম আৰক্ষীৰ এজন জোৱান তথা তেজপুৰৰ মানস কেওঁটে নিজা দায়িত্ব পালনৰ লগতে ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তেওঁৰ প্ৰতিভাৰ জৰিয়তে৷তেজপুৰৰ ডেকাৰগাঁও বৰুৱাচুবুৰীৰ মানস কেওঁটে সম্প্ৰতি মডেলিঙৰ ক্ষেত্ৰত…

ময়িদুল ইছলাম বড়া সাহিত্য বঁটা ২০২২ প্ৰদানৰ দৃশ্য ( ফটো সংবাদ)

অৰুণোদয় সাহিত্য সভা আৰু ময়িদুল ইছলাম বড়া স্মৃতিৰক্ষা সমিতিৰ যুগ্ম উদ্যোগত সাহিত্যিক দিগন্ত বিশ্ব শৰ্মাক ময়িদুল ইছলাম বড়া সাহিত্য বঁটা ২০২২ প্ৰদানৰ দৃশ্য।ফটো-আব্দুল মতিন শিৱসাগৰ

৩০ ছেপ্টেম্বৰত চিত্ৰগৃহত ‘ব্ৰিজ’ৰ শুভ মুক্তি

দেশৰ শ্ৰেষ্ঠ দহখন ছবিৰ ভিতৰত ব্ৰিজ’ৰ স্থান লাভ শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২২ ছেপ্টেম্বৰঃ অহা ৩০ ছেপ্টেম্বৰত অসমৰ ছবিগৃহত মুক্তি লাভ কৰিব্ৰিজ নামৰ অসমীয়া কথাছবি খনে৷ ইতিমধ্যে এই ছবিখনে দেশ বিদেশৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ…

তেজপুৰৰ ফাৰ্মাচীত অবৈধ চিকিৎসা:যুৱকৰ মৃত্যুকলৈ প্ৰতিক্ৰিয়া

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২১ছেপ্টেম্বৰঃ তেজপুৰৰ এখন ফাৰ্মাচীত কালি সন্ধিয়া ভিতৰ পৰোৱাৰ খোকন দেৱনাথ(৩০) নামৰ এজন যুৱকক চিকিৎসকৰ নিদান পত্ৰ অবিহনেই চিকিৎসা কৰাৰ কিছু সময়ৰ পাছতে যুৱকজনৰ মৃত্যু ঘটাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ঘটনা…

মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খননত জড়িত শাসকীয় দলৰ নেতাঃ এ আই টি ইউ চি

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২১ ছেপ্টেম্বৰ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অবৈধ কয়লা খনিত দেওবাৰে কৰুণভাৱে মৃত্যুমুখত পৰা ৩জন নিৰীহ শ্ৰমিকৰ পৰিয়ালক ১কোটিকৈ ক্ষতিপূৰণ আৰু চৰকাৰী চাকৰি প্ৰদানৰ দাবী জনাইছে অ’ল ইণ্ডিয়া ট্ৰেড ইউনিয়ন…