অসম-অৰুণাচলৰ সীমা সমস্যাৰ বৈঠক আধৰুৱাঃ নোলাল কোনো সামাধান সূত্ৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ আগষ্টঃ নামচাই ঘোষণা পত্ৰৰ আধাৰত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে অসম চৰকাৰে গঠন কৰি দিয়া সমিতিখনৰ আজি এখন গুৰুত্বপূৰ্ণ বৈঠক গেৰুকামুখৰ এন এইচ পি চিত অনুষ্ঠিত হয় ৷ ইয়াৰ পূৰ্বে…
