বগীনদীত এখন ৰভাৰ তলত বহিল ২৭৬ জোৰা দৰা-কইনা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৬ আগষ্টঃ আজি লখিমপুৰৰ বগীনদীত একেখন ৰভাৰ তলত বিবাহত বহিল ২৭৬ জোৰা দৰা-কইনা৷ পূৰ্বতে অ-সামাজিক ব্যৱস্থাৰে বিয়া হোৱা দৰা-কইনা সকলে এইবাৰ সংস্কাৰ বিবাহেৰে আনুষ্ঠানিক স্বীকৃতি লাভ কৰে৷ আজি লখিমপুৰ জিলা বিবাহ সংস্কাৰ…
