পতাকা উত্তোলন আৰু পতাকা উন্মোচন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ আগষ্ট : ভাৰতীয় ইতিহাসৰ দুটা গুৰুত্বপূৰ্ণ দিন হ’ল ২৬ জানুৱাৰী আৰু ১৫ আগষ্ট। গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱস। এই দুয়োটা দিনতে জাতীয় পতাকাক চেলুট দি অনুষ্ঠান আৰম্ভ হয়। কিন্তু স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰা…
