দুৰ্নীতিৰ অভিযোগত বুলেট ট্ৰেইন প্ৰকল্পৰ মুৰব্বীক অপসাৰণ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুলাই : বুলেট ট্ৰেইন প্ৰজেক্টৰ মুৰব্বী সতীশ অগ্নিহোত্ৰীক স্বজন তোষণ, বিত্তীয় দুৰ্নীতি, অবৈধভাৱে ব্লেকলিষ্ট কৰা কোম্পানী এটাৰ উদ্ধৃতি দিয়াকে ধৰি একাধিক অভিযোগত ৰে’লৱেই অপসাৰণ কৰিছে। নতুন দায়িত্ব প্ৰদান কৰা হৈছে…
