মোক খা মোক খা বতৰৰ ফল ( ফটো সংবাদ)

বতৰৰ ফলে ভৰি পৰিছে অসমৰ বিভিন্ন ঠাই। ওপৰৰ ছবিত বঙাইগাঁৱৰ তুলুঙীয়া বজাৰত বাৰীৰ আনাৰস চাইকেলত লৈ এজন কৃযক। তলৰ ছবি কামৰূপ জিলাৰ বামুণী গাঁও বজাৰৰ।আলোকচিত্ৰঃ অৰিন্দম তালুকদাৰ

দুৰ্গম আনিনীত সন্ধানহীন হোৱা তিনিচুকীয়াৰ শিশু উদ্ধাৰ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৩ জুন : অৱশেষত উদ্ধাৰ হ’ল অৰুণাচল প্ৰদেশৰ দিবাং ভেলী জিলাৰ আনিনীত ১৮ জুনত সন্ধানহীন হোৱা এটি শিশু । উল্লেখ্য যে উক্ত দিনা আনিনীত তিনিচুকীয়া জিলাৰ এটি শিশু নিজ পৰিয়ালৰ পৰা বিছিন্ন হোৱাৰ সম্ভেদ পোৱাৰ পাছতেই…

আজি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস ২০২২

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ জুন : আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস বা বিশ্ব অলিম্পিক দিৱস প্ৰতি বছৰে ২৩ জুনত পালন কৰা হয়। এই দিৱস খেলা-ধূলা, স্বাস্থ্য, আৰু একত্ৰিত হৈ থকাৰ উদযাপন। দিনটোৱে সকলোকে একত্ৰিত হ’বলৈ আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে…

হায়দৰাবাদৰ তেলেংগনাৰ পৰা ২৭ খন ৰাজ্য খোজ কাঢ়ি জামুগুৰিহাটত উপস্থিত শ্ৰীকান্ত কল্যান

জামুগুৰিহাট, ২৩ জুনঃ প্ৰকৃতি সুৰক্ষাৰ লগতে কম খৰচত কেনেকৈ চলিব পাৰি বা ভ্ৰমণ কৰিব পাৰি সেই বাণী সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ লৈ যোৱাৰ একমাত্ৰ উদ্দেশ্য আগত ৰাখিয়েই সুদূৰ হায়দৰাবাদৰ তেলেংগনাৰ পৰা পদযাত্ৰা কৰি ভাৰত ভ্ৰমণ কৰিছে এজন যুৱকে । যোৱা…

কৰিমগঞ্জত বি এছ এফে আটক কৰিলে ২১ গৰাকী বাংলাদেশীক

শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ, ২৩ জুনঃ বি এছ এফৰ এন্ট্ৰি হিউমেন ট্রেফিকিং ইউনিটে লাভ কৰা খবৰৰ ভিত্তিত আজি বি এছ এফৰ মিজোৰাম কাছাৰ ফ্ৰণ্টিয়াৰৰ এটি দল আৰু বদৰপুৰ আৰক্ষীক লগত লৈ এক অভিযান চলাই বদৰপুৰ চহৰৰ মিৰা হোটেলৰ এণ্ড লজৰ পৰা ২১ গৰাকী…

বানঃ বিদ্যালয়ৰ গৰম বন্ধ ঘোষণা শিক্ষামন্ত্ৰীৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৩ জুনঃ ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানখনসমূহৰ গৰম বন্ধ ঘোষণা কৰা হৈছে। পূৰ্বতকৈ আগুৱাই দিয়া হৈছে গৰম বন্ধ। ২৫ জুনৰ পৰা ২৫ জুলাইলৈকে ১ মাহ গৰম বন্ধ পাব ছাত্ৰ-ছাত্ৰীয়ে। বানপানীৰ বাবে বহু শিক্ষানুষ্ঠান বন্ধ হৈ আছে। যাৰ…

ভাৰত মহাসাগৰত মালদ্বীপত ওপঙা চহৰ নিৰ্মাণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ জুনঃ সমুদ্রপৃষ্ঠৰ ওপৰত ভাঁহিছে মালদ্বীপৰ এক চহৰ। পৰিৱেশগত সংকট আৰু সমুদ্রপৃষ্ঠৰ উচ্চতা ইমানেই দ্রুতহাৰত বৃদ্ধি পাইছে যে, ভাৰত মহাসাগৰত ভাসমান চহৰ নিৰ্মাণ কৰা হৈছে। মালদ্বীপৰ মালে চহৰে ৰূপ লৈছে ভাসমান চহৰ…

চৰকাৰে বিদ্যালয়ৰ প্রধানক ঠিকাদাৰ সজোৱাৰ বাবেই শিক্ষাৰ মান নিম্নগামী হৈছে

লখিমপুৰত খেল পথাৰ উন্নয়নৰ নামত আৱণ্টিত ২০  শতাব্দ প্ৰতিনিধি , লখিমপুৰ ২২ জুনঃ ৰাজ্য চৰকাৰে ৰাজ্যৰ বিভিন্ন বিদ্যালয়ৰ মুৰব্বী তথা প্রধান শিক্ষক, অধ্যক্ষ আদিক ঠিকাদাৰ সজোৱাৰ বাবেই শিক্ষাৰ মানৰ অৱনতি ঘটিছে। এই সকল বিদ্যালয় প্রধানে…

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২২ জুন : অসম শক্তি বিতৰণ কোম্পানী লিমিটেডত কৰ্মৰত অস্থায়ী বিল ক্লাৰ্ক,মিটাৰ ৰিডাৰ সকলৰ দীৰ্ঘদিনীয়া ন্যায্য দাবীৰ সন্দৰ্ভত আজিকোপতি সংশ্লিষ্ট বিভাগ আৰু চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত এই সকল কৰ্মচাৰীৰ মাজত সম্প্ৰতি…

 মহাৰাষ্ট্ৰত ৰাজনৈতিক ”ভূমিকম্প”–অভিকেন্দ্ৰ গুৱাহাটী

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২২ জুনঃ গুজৰাটৰ চুৰাটৰ পৰা আহি বুধবাৰৰ পুৱা ৪০ জন বিসম্বাদী বিধায়কে গুৱাহাটীৰ ৰেডিশ্বন ব্লুত বাহৰ পতাৰ পাছত মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অভিকেন্দ্ৰ হৈ পৰিছে গুৱাহাটী। ইয়াৰ পূৰ্বেও গুৱাহাটীৰ পৰা আন কেইবাখনো ৰাজ্যৰ ৰাজনীতিৰ…