ৰাজ্যিক পৰিবহণ নিগম শোণিতপুৰ সংমণ্ডলৰ পৰা ৪৪ গৰাকী কৰ্মচাৰীক চাটাইঃ হাহাকাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ ৩১ মে'ঃ অসম ৰাজ্যিক পৰিবহণ নিগমত কৰ্মৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অস্থায়ী কৰ্মচাৰীক চাটাই কৰাৰ পাছতে সেই পৰিয়াল সমূহত হাঁহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ কৰ্মৰত এইসকল কৰ্মচাৰীৰ নিযুক্তিক অবৈধ আখ্যা দি ৰাজ্যৰ ৭৭১ গৰকী…
