দেশৰ ভিতৰত প্ৰথমঃ কেৰালাত শস্য চিকিৎসা কেন্দ্ৰ আৰম্ভ

শতাব্দ বিশেষ প্ৰতিনিধি, ৩০ মে' : মানুহ আৰু অন্যান্য পশু-পক্ষীৰ কিবা ৰোগ ব্যাধি হ'লে চিকিৎসা কৰিবৰ বাবে চিকিৎসালয় আছে। কিন্তু উদ্ভিদ বা কোনো শস্যৰ ৰোগ নিৰাময়ৰ বাবে চিকিৎসালয় থকাৰ কথা কেতিয়াবা শুনিছেনে ? তাকো আমাৰ ভাৰতবৰ্ষত ! আচৰিত যেন…

জীৱন উদ্‌যাপনৰ মাজতে সুখ লুকাই থাকে

বিজয় বৰি নিজৰ জীৱনটোক লৈ আপোনাৰ অনুভৱ কেনেকুৱা? আপোনাৰ জীৱনটোত উৎসাহ-উদ্দীপনা আছেনে? আপুনি বৰ্তমান যি কাম কৰি আছে সেই কাম কৰি সুখীনে? আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনাবোৰ ফলপ্ৰসূ হোৱাৰ বাবে আপুনি কিবা কাম কৰি আছে নেকি? আপুনি বাৰু নিজৰ জীৱনটো…

যোৰহাটত একেলগে ১০ খন গ্ৰন্থ উন্মোচন

যোৰহাট, ২৯ মেঃ যোৰহাট জিলা সাহিত্য সভা আৰু কস্তৰী প্ৰকাশনৰ যৌথ উদ‍্যোগত,যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহত আজি বিয়লি বিশিষ্ট চিত্ৰ শিল্পী,কেপ্তেইন বিপিন চন্দ্ৰ হাজৰিকা আৰু কাব্য নন্দিনী গীতিকাৰ নলিনীবালা হাজৰিকাৰ মুঠ দহখন গ্ৰন্থ উন্মোচন…

উচ্ছেদ

দ্বীপেন কুমাৰ শৰ্মা আমি থকা ভাড়াঘৰটোৰ যিটো চিৰিৰে ওপৰলৈ অহা-যোৱা কৰোঁ, তাৰ চুকবোৰত আৰু চিলিঙত মকৰাজালে চাটি ধৰিছে। ঘৰুৱা কাম কৰা সহায়িকা গৰাকীয়ে হেনো ঢুকি নাপায়। শ্ৰীমতীয়ে কেবা দিনৰ পৰা কৈ আছে, ’আলহী আহিলে লাজ পাব লাগিব, তুমি কিবা এটা…

সোৱণশিৰি নদীৰ মথাউৰি নিৰ্মাণৰ নামত ধনৰ অপচয় : ১.৫০কোটি টকীয়া নাবাৰ্ডৰ মথাউৰিত বালি

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ মেঃ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰাজ্যখনৰ বান-খহনীয়া প্ৰতিৰোধৰ বাবে সময়ে সময়ে জলসম্পদ বিভাগলৈ কোটি কোটি টকাৰ আবণ্টন দি আহিছে যদিও বহুক্ষেত্ৰত এনে ধনৰ অপচয় ঘটি আহিছে। শেহতীয়াকৈ লখিমপুৰ জলসম্পদ সংমণ্ডলৰ…

লখিমপুৰ কেঞ্চাৰ হাস্পতালত চিলিং ভাগি পৰাৰ ঘটনা : ব্যাপক প্রতিক্রিয়া : জিলা উপায়ুক্তৰ স্বজমিন…

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ মেঃ কালি নিশা এজাক বৰষুণতে লখিমপুৰৰ নৱ নির্মিত কেঞ্চাৰ কেয়াৰ কেন্দ্ৰত দুখনকৈ চিলিং ভাগি পৰা ঘটনাই লখিমপুৰত যথেষ্ট প্রতিক্রিয়া সৃষ্টি কৰাৰ পিছত আজি জিলা উপায়ুক্তই চিকিৎসা কেন্দ্রত উপস্থিত হৈ স্ব-জমিন পৰিদৰ্শন…

চতুৰ্থ ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত ২৩১ টা পদকেৰে অসম তৃতীয়

শতাব্দ প্ৰতিনিধি তেজপুৰ,২৯মে’: ত্ৰিবান্দ্ৰমত ১৮-২২মে’লৈকে অনুষ্ঠিত হোৱা চতুৰ্থ ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত ৮৭ টা সোণৰ, ৭৯ টা ৰূপৰ আৰু ৬৫ টা ব্ৰঞ্জৰ পদকসহ ২৩১ টা পদকেৰে অসমে তৃতীয় স্থান অৰ্জন কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে এইবাৰ ৰাষ্ট্ৰীয়…

অলীক যেন সভ্যতা ! কৃষ্ণগহ্বৰতো থাকিব মানুহ ! কার্দাচেভ স্কেলৰ কথা…

দাদুল দেৱকৃষ্ণ বৰুৱা অনেক বিজ্ঞানীয়েই ধাৰণা কৰে, পৰৱর্তী ১০০ বছৰে নির্ধাৰণ কৰিব আধুনিক বিজ্ঞানে মানুহক ধ্বংস কৰিব নে আৰু উন্নত কৰিব। সভ্যতাৰ যি স্তৰত আমি আছোঁ তাতেই থাকিম নে আৰু অগ্রসৰ হ'ব সভ্যতা? আমি এই নক্ষত্রমণ্ডলৰ পৰা অন্য…

দুজন ‘চীফ’ৰ নেতৃত্বত এতিয়া অসম চলি আছে : ভূপেন বৰা

অসমত এতিয়া দুজন 'চীফ' আছে। এজন হৈছে ‘চীফ মিনিষ্টাৰ’ অর্থাৎ মুখ্যমন্ত্ৰী আৰু আনজন হৈছে ‘কামাণ্ডাৰ-ইন-চীফ’ অর্থাৎ মুখ্য সেনাধ্যক্ষ। মন্ত্রীসকলে ভালকৈ ধৰিব পৰা নাই ‘চীফ মিনিষ্টাৰ’ বেছি শক্তিশালী নে ‘আলফা'ৰ 'কামাণ্ডাৰ-ইন-চীফ’ বেছি শক্তিশালী।…

বিহাৰত সোণৰ বিশাল ভাণ্ডাৰ আৱিষ্কাৰঃ উদ্ঘাটনৰ বাবে সাজু চৰকাৰ

শতাব্দ বিশেষ প্ৰতিনিধি, ২৯ মে' : মূল্যবান হালধীয়া ধাতু সোণৰ উদ্ঘাটনৰ বাবে সাজু হৈছে বিহাৰ চৰকাৰ। ইতিমধ্যে বিহাৰ চৰকাৰৰ খনি আৰু ভূতত্ত্ব বিভাগে সোণ উদ্ঘাটনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ নেশ্যনেল মিনাৰেল ডেভলেপমেণ্ট কৰ্পোৰেছনৰ লগত শীঘ্ৰেই…