দৰং কৰ্কট চিকিৎসালয় ভাৰ্চুৱেলি উদ্বোধন প্ৰধানমন্ত্ৰীৰ
শতাব্দ প্ৰতিনিধি, মংগলদৈ ২৮ এপ্ৰিলঃ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড়ৰ পৰা অসমত একেলগে ৭ খন কৰ্কট চিকিৎসালয়ৰ শুভ উদ্বোধন কৰে। ইয়াৰ ভিতৰত মঙ্গলদৈস্থিত দৰঙ কৰ্কট চিকিৎসালয় অন্যতম। প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি উদ্বোধন কৰা দৰঙ কৰ্কট…
