তিনিচুকীয়াা পৰা কৰ্তন কৰি ডিব্ৰুগড়ত চামিল পানীতোলা বাগিছা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১১ জানুৱাৰী : তিনিচুকীয়া জিলাৰ পৰা কৰ্তন কৰি পানীতোলা চাহ বাগিছা ডিব্ৰুগড় জিলাত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে অসম চাহ মজদুৰ সংঘ (এচিএমএছ) ৷ আজি এক বিবৃতিত এচিএমএছ পানীতোলা শাখাৰ সম্পাদক…
