চুৰি গৰুৰ ভাগ্য! বিলাসী বাহনৰে সৰবৰাহ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮ ডিচেম্বৰ: তেজপুৰ সদৰ থানাৰ অন্তগত তথা বৰঘাট আৰক্ষীয়ে আজি পুৱা চুৰি গৰু সহ দুই গৰু চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,যোৱানিশা শোণিতপুৰৰ বিহগুৰি পিঠাখোৱাৰ পৰা চাৰিজনী গাইগৰু চুৰি কৰি…

তিনিচুকীয়াত তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ পূৰ্ণাংগ অধিৱেশন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৮ ডিচেম্বৰ : তিনিচুকীয়া জিলাৰ শ্ৰীপুৰীয়াস্থিত তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ পূৰ্ণাংগ অধিৱেশন আৰু তাই সাংস্কৃতিক সমাৰোহ উপলক্ষে আজি পৰিৱেশ সুৰক্ষা সমিতিৰ উদ্যোগত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি বৰ্ষজোৰা…

২৯ ডিচেম্বৰত ৰাজ্যপালৰ লখিমপুৰ ভ্ৰমণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ ডিচেম্বৰঃ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে ২৯ ডিচেম্বৰত লখিমপুৰ ভ্ৰমণ কৰি দুটামান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। প্ৰথমে তেওঁ পুৱা ১১.৩০ বজাত উত্তৰ লখিমপুৰ মহাবিদ্যালয়(স্বায়ত্তশাসিত) ভ্ৰমণ কৰিব আৰু অধ্যক্ষ/অধ্যাপক/ছাত্ৰ…

অসম কলেজ শিক্ষক সংস্থাৰ ৬৭ সংখ্যক বাৰ্ষিক অধিৱেশনত গুৰুত্বপূৰ্ণ আলোচনা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ ডিচেম্বৰঃ নৰ্থ লক্ষীমপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত অসম কলেজ শিক্ষক সংস্থাৰ ৬৭সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী পুৱা ৮ বজাত প্ৰতিনিধি পঞ্জীয়নৰে আৰম্ভ হয়। পুৱা ৯ বজাত অনুষ্ঠিত হয় পতাকা উত্তোলনৰ…

তেজপুৰত মিছন বসুন্ধৰাৰ আঁচনিৰ সুযোগত ভূমি আত্মসাতৰ ফন্দিঃ এজাহাৰ দাখিল

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ,২৭ডিচেম্বৰ: ৰাজ্য চৰকাৰৰ মিছন বসুন্ধৰা আঁচনিখন ৰাজ্যৰ লগতে তেজপুৰৰ চলি থকাৰ সময়তে একাংশই আনৰ ভূমি আত্মসাৎ কৰাৰ বাবে জালিয়াতিৰ আশ্ৰয় লোৱাৰ ঘটনাও পোহৰলৈ আহিছে৷তেজপুৰত জালিয়াতিৰ গোচৰত আনকি অধিবক্তা আৰু নটাৰী বিষয়া…

তেজপুৰত ড° হীৰেন গোহাঁই ৰচনাৱলী তৃতীয় খণ্ড উন্মোচন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৭ ডিচেম্বৰঃ প্ৰজ্ঞাৰ সাধক ড° হীৰেন গোহাঁইৰ জীৱনজোৰা সাধনাৰ ফচল হীৰেন গোহাঁই ৰচনাৱলীৰ তৃতীয়খণ্ড ৰচনাৱলী কালি তেজপুৰ সাহিত্য সভা ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সভাত উন্মোচন কৰা হয়। প্ৰকাশন গোষ্ঠী 'কথা'ৰ উদ্যোগত…

তিনিচুকীয়াত সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৭ ডিচেম্বৰ : তিনিচুকীয়া জিলা সাহিত্য সভাই চহৰখনৰ ৰঙাগড়া পথস্থিত শাখা সাহিত্য সভাৰ ভৱনত ২৬ আৰু ২৭ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন কৰে ৷ সাহিত্য সভাৰ তিনিচুকীয়া শাখাৰ…

তিনিচুকীয়াত অনাঅসমীয়া মাটিৰ দালাল ৰঘূৰ সন্ত্ৰাস

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৭ ডিচেম্বৰ : শাসনৰ বাঘজৰী হাতত লোৱাৰ পাছতে ভূমাফিয়া চক্ৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান চলাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাধাৰণ নাগৰিকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু সময় বাগৰাৰ লগে লগে মাটিৰ…

তেজপুৰত ছখন জিলাৰ ৭৬ গৰাকী মাষ্টাৰ ট্ৰেইনাৰক প্ৰশিক্ষণ

বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা জ্ঞানৰ উদ্দেশ্যৰে তেজপুৰত ৰাজ্য চৰকাৰৰ সমগ্ৰ শিক্ষাৰ "নিপুণ" আঁচনিৰ মাষ্টাৰ ট্ৰেইনাৰৰ চাৰিদিনীয়া প্ৰশিক্ষণ কৰ্মশালা শুভাৰম্ভশতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৭ ডিচেম্বৰ : "বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা…