মেছিৰ সহস্ৰতম মেচত আৰ্জেণ্টিনাৰ ‘নাটকীয়’ জয়

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ ডিচেম্বৰ : তুলনা কৰি চালে ক্ষমতাৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়া নিঃসন্দেহে আণ্ডাৰডগ। কিন্তু গ্ৰুপ পৰ্যায় অতিক্ৰম কৰি নকআউটত উপনীত হোৱা দল এটাক সহজভাৱে লোৱা উচিত নহয়। লিয়নেল মেছিৰ আৰ্জেণ্টিনায়ো লোৱা নাছিল। প্ৰথমাৰ্ধত…

৪৬ কিলোমিটাৰ যাত্ৰা কৰিবলৈ সময় লাগে ৫ ঘণ্টা, দেশৰ আটাইতকৈ লেহেমীয়া ৰে’ল যাত্ৰাৰ সবিশেষ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ ডিচেম্বৰ : দেশৰ অধিকাংশ অঞ্চলত বহু লোকে ভাৰতীয় ৰে'লৱে ব্যৱহাৰ কৰি এঠাইৰ পৰা আন ঠাইলৈ যায়। কম খৰচ আৰু কম সময়ত যাত্ৰাৰ বাবে ভাৰতীয় ৰে'ল সৰ্বোত্তম বুলিব পাৰি। সেইবাবেই ভাৰতীয় ৰে'লৱেক লাইফলাইন বুলিও কোৱা হয়। এনে…

‘ব্ৰাজিল বধ’ কৰিয়ো কেমেৰুণৰ বিদায়, নক্ আউটলৈ চুইজাৰলেণ্ড

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ ডিচেম্বৰ : এই নিশাটো কেমেৰুণে ঠিক কেনেকৈ মনত পেলাব! ব্ৰাজিলক পৰাস্ত কৰাৰ গৌৰৱ, নে বিশ্বকাপৰ পৰা বিদায়ৰ বিষাদ? বিশ্বকাপৰ মঞ্চত ব্ৰাজিলক পৰাস্ত কৰা আফ্ৰিকাৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হ'ল কেমেৰুণ। একে সময়তে বিদায়ো…

* কাটাৰত জাপানৰ সূৰ্যোদয় * পৰাস্ত হৈয়ো নকআউটত স্পেইন, জয়ৰ পিছতো জাৰ্মানীৰ বিদায়

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ ডিচেম্বৰ : দুখন খেলপথাৰ। শেষ মুহূৰ্তলৈকে উত্তেজনাৰ পাৰাস্তম্ভ উৰ্ধগামী। প্ৰতি মুহূৰ্ততে সলনি হৈছিল দৃশ্যপট। প্ৰথমতে জাপানৰ বিৰুদ্ধে আগবাঢ়ি আছিল স্পেইন। কিন্তু দ্বিতীয়াৰ্ধত মেচখনৰ ৰং সলনি কৰি দিলে জাপানে। স্পেইনক…

তিনিচুকীয়াত ৩০ লক্ষাধিক টকাৰ হেৰ’ইনসহ ধৃত ৫

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ ডিচেম্বৰ : মাৰাত্মক ড্ৰাগছৰ অবাধ বেহাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে বুধবাৰে নিশা গোপন সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীয়ে চি আৰ পি এফ বাহিনীৰ সহযোগত নিউ তিনিচুকীয়া ৰে’ল ষ্টেচনত…

পৰ্যটকৰ বাবে মুকলি হ’ল চিজুচাৰ পাকে ব্যাঘ্ৰ প্ৰকল্পৰ জীপ চাফাৰী

জামুগুৰিহাট : ১ ডিচেম্বৰঃ ৱেষ্ট কামেং জিলাৰ চিজুচাস্থিত ৱাইল্ড লাইফ অডিটৰিয়ামত মঙ্গলবাৰৰ পৰা তিনিদিনীয়া পৰ্যটনৰ ওপৰত বিশেষ কৰ্মশালা অনুিষ্ঠত হয় । অৰুণাচল প্ৰদেশৰ প্ৰাকৃতিক সৌন্দৰ্য্য, জৈৱ বৈচিত্ৰৰ, সংৰক্ষণ কৰাৰ উদ্দেশ্য আগত ৰাখি অৰুণাচল…

ফেচবুকত পষ্ট দি চাকৰি হেৰুৱালে আম আদমী পাৰ্টিৰ লখিমপুৰ জিলা সমন্বয়কে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, লখিমপুৰ, ১ ডিচেম্বৰ : ফেচবুকত পষ্ট দি চাকৰি হেৰুৱালে আম আদমী পার্টিৰ লখিমপুৰ জিলা সমন্বয়ক স্বপ্না বৰুৱাই। নর্থ লখিমপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এই কথা ঘোষণা কৰিছে লখিমপুৰ চিনাতলীয়া মুকবধিৰ বিদ্যালয়ৰ সহ…

তেজপুৰত বনৰীয়া হাতীৰ উপদ্ৰৱ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১ ডিচেম্বৰঃ তেজপুৰত যোৱানিশা বনৰীয়া হাতীয়ে একাধিক অঞ্চলত উপদ্ৰৱ চলোৱাৰ লগতে পকা ধান ভক্ষণ কৰি তহিলং কৰে৷তেজপুৰৰ চহৰৰ সমীপৰে দেৱী সিং ঘাট, গঢ় দৌল, বেচেৰীয়া আৰু পখীয়াঝাৰত একে সময়তে একাধিক ভাগত বিভক্ত হৈ পৰা…

তিনিচুকীয়াত বাইক চোৰৰ সন্ধান দিওঁতালৈ ৫০ হাজাৰ পুৰস্কাৰ ঘোষণা কৰিলে ভুক্তভুগীয়ে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ ডিচেম্বৰ : আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোপোলা স্বৰূপ উদঙাই তিনিচুকীয়াত সঘনাই সংঘটিত হবলৈ ধৰিছে চুৰি, ডকাইতিৰ ঘটনা ৷ চোৰৰ তাণ্ডৱত অতিষ্ঠ হৈ ভুক্তভোগী ব্যক্তিয়ে ঘোষণা কৰিবলৈ বাধ্য হৈছে চোৰৰ সন্ধান দিওঁতালৈ…

ৰাজ্যত বৰ্তমানলৈকে ১০ হাজাৰ ৭৬৫ গৰাকী এইডছ আক্ৰান্তই চিকিৎসা লাভ কৰিবলৈ সক্ষম হৈছে

শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ১ ডিচেম্বৰঃ বৰ্তমান সময়ত আমাৰ ৰাজ্যখনত ২৫ হাজাৰ ৭৩ গৰাকী এইডছ আক্ৰান্ত ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰ মাজৰে ১০ হাজাৰ ৭৬৫ গৰাকী চিকিৎসা লাভ কৰিবলৈ সক্ষম হোৱাৰ এক ভয়াবহ তথ্য আজি সদৰী হৈছে বিশ্ব এইডছ দিৱসৰ দিনটোত।…