Browsing Category

সাহিত্য

ৰুছদীৰ আক্ৰমণক গৰিহণা দিবলৈ ভাৰতে সময় ল’লে ১৩ দিন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ আগষ্ট : লেখক ছলমান ৰুছদীৰ ওপৰত হোৱা আক্ৰমণক ভাৰতে গৰিহণা দিছে। ঘটনাৰ ১৩ দিন পিছত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰথম সঁহাৰি দি লেখকজনৰ আশু আৰোগ্য কামনা কৰে। ১২ আগষ্টত নিউয়ৰ্কত এখন সাহিত্য সমাৱেশত ৰুছদীক…

লখিমপুৰত একেদিনাই তিনিখন গ্ৰন্থ উন্মোচন

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৪ আগষ্ট : উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত সোমবাৰে ২০২২-২৩ বৰ্ষৰ ষষ্ঠ আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা 'নৱাগত আদৰণী' সভাখনত তিনিখনকৈ মূল্যবান গ্রন্থ উন্মোচন কৰা…

নলিনীবালা হাজৰিকাৰ দুটি কবিতা

স্বাধীনতাস্বাধীনতা আমাৰ সপোন স্বাধীনতা শুদ্ধ মনৰ সমাধি দাপোণ ৷হৃদয়ৰ ৰুদ্ধ কপাট খুলি ভাহি অহা কৰুণ বিননিৰ অৱসান সীমাহীন নীল আকাশত মুক্ত পক্ষীৰ উন্মুক্ত কলৰৱ যেন আনন্দৰ জয়গানসেয়ে স্বাগতম হে’ পূৰ্ণ স্বাধীনতা তোমাৰ উদাৰ গভীৰ…

জাতীয় সত্তাৰ উত্তৰণত মাতৃ ভাষাৰ ভূমিকা

বিমল বৰগোঁহাই  এটি শিশুৱে মাতৃ গৰ্ভৰ পৰা জন্ম লাভ কৰা লগে লগেই মাতৃগৰাকীৰ মুখৰ পৰা নিগৰি অহা প্ৰতিটো কথা, বাক্য শব্দ শিশুটিয়ে শিকিবলৈ ধৰে আৰু আওৰাবলৈ শিকে আৰু মাকগৰাকীয়েও নিজৰ সন্তানৰ লগত কথাৰ বা ভাৱৰ আদান-প্ৰদান কৰিবলৈ যি ভাষা ব্যৱহাৰ…

টেমছুলা আও এক অনন্য নাৰী

বিমল বৰগোহাঁই সাহিত্য অকাডেমী বঁটাৰে সন্মানিত নগা সম্প্রদায়ৰ কবি আৰু লেখিকা টেমছুলা আওৰ বিষয়ে কিছু কথা জানিছিলো যদিও, তেওঁৰ বিচিত্র জীৱনটোৰ বিষয়ে গম পোৱা নাছিলো। ২০১৮ চনৰ নৱেম্বৰ মাহত মোৰ এগৰাকী সম্পৰ্কীয় বাইদেউ, দুলীয়াজান অইল উচ্চতৰ…

নিউয়ৰ্কত ছলমান ৰুছদীক ছুৰীকাঘাতঃ গ্ৰেপ্তাৰ আক্ৰমণকাৰী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ আগষ্ট : মঞ্চত কথা ক'বলৈ উঠিছিল তেওঁ। এনে সময়তে হঠাৎ ছুৰীৰে আক্ৰমণ। নিউয়ৰ্কত সংঘটিত এই আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে বুকাৰ বিজয়ী লেখক ছলমান ৰুছদী। ঘটনা সংঘটিত হোৱাৰ পিছতে অতি সোনকালেই সাহিত্যিকগৰাকীক…

বিজ্ঞান লেখক মানস প্ৰতিম দত্তক অনিৰ্বাণ যুৱ বঁটা প্ৰদান

গোগামুখৰ পৰা বিনয় কৃষ্ণ তামুলী ফুকন, ১২ আগষ্টঃ এইবাৰৰ "অনিৰ্বাণ যুৱ সফলতা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে যুৱ পৰিৱেশ সুৰক্ষাকৰ্মী, বিজ্ঞান আৰু পৰিৱেশ বিষয়ৰ লেখক মানস প্ৰতিম দত্তই। ধেমাজি জিলাৰ মাছখোৱাৰ বৰপাক জিয়ামৰীয়া গাঁৱৰ নিবাসী গোবিন দত্ত…

নৰ্থ লখিমপুৰ কলেজ আৰু সাহিত্য অকাডেমীৰ যৌথ উদ্যোগত আলোচনা-সত্ৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ আগষ্টঃ  ভাৰতীয় সাহিত্য অকাডেমী আৰু নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ যৌথ উদ্যোগত আজি  ‘অসমীয়া গদ্য লিখন কৌশলৰ বিৱৰ্তন’ শীৰ্ষক এখন গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ সম্পন্ন হৈ যায়৷ আৰম্ভণিতে এটি বৰগীত পৰিৱেশন কৰে প্ৰিয়ংকা…

অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি যতীন গোস্বামীৰ দেহাৱসানত অসম সাহিত্য সভাৰ শোক

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৩ আগষ্ট : অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি, বিশিষ্ট সাহিত্যিক, স্বাধীনতা সংগ্ৰামী যতীন গোস্বামীৰ আজি পুৱা পৰলোকপ্ৰাপ্তি ঘটাত অসম সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰিছে। অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া আৰু…

‘গৰীয়সী’ৰ প্রচ্ছদ কাহিনী – ‘ই-জোনাকী যুগ’

ড° বুলজিৎ বুঢ়াগোহাঁই ড° ৰীতা চৌধুৰী বাইদেউৰ সম্পাদনাত প্রকাশ হোৱা ‘গৰীয়সী’ আলোচনীখনৰ আগষ্ট, ২০২২ সংখ্যাটোৰ প্রচ্ছদ কাহিনী হ’ল ‘ই-জোনাকী যুগ’ । এই বিষয়ত প্রকাশ হোৱা লেখাবোৰ হ’ল – মনজিৎ নাথ আৰু ড° সত্যকাম দত্তৰ ‘ই-জোনাকী যুগ’; সত্যজিৎ নাথৰ…