এসময়ত পৃথিৱী শাসন কৰা দেশ মহা সংকটত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্টঃ এসময়ত এইখন দেশত ডুব যোৱা নাছিল বেলি! ইমানেই হৈছিল উন্নতি। পিছে এসময়ত দীৰ্ঘদিন ধৰি ভাৰতকে ধৰি বিশ্বৰ আন আন দেশ শাসন কৰা দেশখনৰ অৰ্থনীতি এতিয়া এক ভয়াৱহ দুৰ্যোগৰ সন্মুখীন হৈছে। হয়, আপুনি ঠিকেই অনুমান…

ৰঙা গ্ৰহত আছে বৈ যোৱা নদী আৰু হ্ৰদ!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্টঃ মহাকাশ বিজ্ঞানীসকলে ইতিমধ্যে জানিছিল যে মংগল গ্ৰহত পানী আছে। এতিয়া তেওঁলোকে তেওঁৰ প্ৰুফ মেপো পাইছে। ভূতত্ত্ববিদসকলে ৰঙা গ্ৰহটোৰ জৰীপ কৰিবলৈ মংগল এক্সপ্ৰেছৰ ওমেগা যন্ত্ৰ আৰু মংগল গ্ৰহৰ বাবে কম্পেক্ট…

নিমিষতে ধ্বংস কৰিব শত্ৰুৰ বিমান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্টঃ ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (DRDO) থলুৱাভাৱে নিৰ্মিত চমু দূৰত্বৰ পৃষ্ঠৰ পৰা বায়ুলৈ নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰৰ পৰীক্ষামূলকভাৱে সফলতাৰে পৰীক্ষা কৰিছে। এই পৰীক্ষণ কালত নৌসেনাৰ গৱেষকসকলো…

আজিয়েই এই সাতটা অভ্যাস ত্যাগ কৰক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ আগষ্ট : বয়সৰ লগে লগে অহা পৰিৱৰ্তনবোৰেই নহয়, শৰীৰৰ সকলো অংগত হোৱা পৰিৱৰ্তনবোৰো অন্যতম। শৰীৰৰ বিভিন্ন অংগত যিবোৰ পৰিবৰ্তন ঘটে, সেইবোৰ কাৰো দৃষ্টিগোচৰ নহয়। বিশেষকৈ মগজুৰ পৰিৱৰ্তন। বিশেষজ্ঞসকলৰ মতে, যেতিয়া আমি ৩০ৰ…

নাছাই প্ৰকাশ কৰিলে বৃহস্পতিৰ মনোমোহা ফটো

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ আগষ্ট : নেচনেল এৰ’নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন (NASA)ই জেমছ ৱেব স্পেচ টেলিস্কোপে তোলা বৃহস্পতি গ্ৰহৰ এখন নতুন ফটো প্ৰকাশ কৰিছে। মহাকাশত থকা বস্তু ধৰা পেলাবলৈ ইনফ্ৰাৰেড বিকিৰণ ব্যৱহাৰ কৰা…

পৃথিৱীসহ তিনিটা গ্ৰহ গ্ৰাস কৰিব সূৰ্যই!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ আগষ্ট : সূৰ্যটো এটা জ্বলি থকা অগ্নিপিণ্ড। পৃথিৱীকে ধৰি সৌৰজগতৰ সকলো গ্ৰহ সেই সূৰ্যৰ পৰাই গঢ় লৈ উঠিলেও বহু বছৰ ধৰি গ্ৰহবোৰ শীতল হৈ আহিছে। এইবোৰৰ ভিতৰত পৃথিৱীৰ পৰিৱেশ পানী আৰু জীৱৰ বাবে অনুকূল হৈ পৰিল। কিন্তু এনে…

হতাশাৰ দিন উকলিব!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ আগষ্ট : এটা অধ্যয়নত আৱিষ্কাৰ কৰা হৈছে যে যাদুকৰী কাঠফুলা বা মেজিক মাশ্বৰুমত থকা চাইলোচাইবিনে এই কাঠফুলা ব্যৱহাৰৰ কেইসপ্তাহমানৰ পিছতে হতাশগ্ৰস্ত ব্যক্তিৰ মগজু 'খোল' খোৱাত সহায় কৰে। এই গৱেষণা ইম্পেৰিয়েল…

শৰাইঘাট দলঙত ভয়ংকৰ দুৰ্ঘটনা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৯ আগষ্টঃ নতুন শৰাইঘাট দলঙত শুকুৰবাৰে পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এ এছ-২৫-ইচি-৩৬৪৩ নম্বৰৰ আমিনগাওঁ অভিমুখী তীব্ৰবেগী ডাম্পাৰখনে আগে আগে গৈ থকা এএছ-০১-এইচচি-৪৫৮৮ নম্বৰৰ আন এখন ডাম্পাৰক পিচফালৰ খুন্দা…

চন্দ্ৰৰ ক’ত অৱতৰণ কৰিব মহাকাশচাৰী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ আগষ্ট : নাছাই আৰ্টেমিছ ৩ অভিযানৰ অধীনত চন্দ্ৰলৈ মানুহ পঠোৱাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি ২০২৫ চনত নাছাই চন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণ কৰিব। নাছাই মহাকাশযান অৱতৰণৰ বাবে চন্দ্ৰৰ দক্ষিণ মেৰুৰ একাধিক অঞ্চল চিনাক্ত…

উদ্বেগ বৃদ্ধি কৰি ভাৰত মহাসাগৰত চীনৰ ঘাটি!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ আগষ্ট : আফ্ৰিকাৰ একেবাৰে মাজমজিয়াত জিবুটিত নিৰ্মাণ কৰা চীনা ঘাটিটোৱে সম্পূৰ্ণৰূপে কাম আৰম্ভ কৰিছে। শেহতীয়াকৈ ঘাটিটোৰ কেইবাটাও উপগ্ৰহৰ ফটো পোহৰলৈ আহিছে। সেই ফটো বিশ্লেষণ কৰিলে দেখা যায় যে ভাৰত মহাসাগৰ…