ৰাজ্যত পুনৰ ১১ জন জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ আগষ্ট : ৩ আগষ্ট বুধবাৰে অসমত নতুনকৈ কমেও ১১ জন লোকৰ দেহত জাপানীজ এনকেফেলাইটিছ (JE) ধৰা পৰে। ইয়াকে লৈ শেহতীয়া খবৰ অনুসৰি চলিত বৰ্ষৰ ১ জুলাইৰ পৰা মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৩২৬ জন। মুঠ আক্ৰান্তৰ ভিতৰত কাৰ্বি আংলঙত…

পুনৰ্জন্ম ! সফল গাহৰিৰ ওপৰত কৰা পৰীক্ষাঃ এতিয়া মানুহৰ পাল

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ আগষ্ট : মৃত্যুৰ সিপাৰৰ পৰা কাৰোবাক ঘূৰাই অনাটো সম্ভৱনে? এবাৰ মৃত্যু হ’লে পুনৰ জীৱনলৈ ঘূৰি অহাটো সম্ভৱ? বিজ্ঞানে প্ৰায় এনে এক অসম্ভৱক সম্ভৱ কৰাৰ সম্ভাৱনাৰ ইংগিত দিয়ে। আৰু ইয়াৰ আঁৰত আছে ইয়েল বিশ্ববিদ্যালয়ৰ…

শ্ৰীলংকা বন্দৰৰ দিশে চীনৰ জাহাজঃ বাঢ়িছে ভাৰতৰ উদ্বেগ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ আগষ্ট : ভাৰতৰ আপত্তি থকাৰ পাছতো চীনৰ এখন জাহাজ শ্ৰীলংকাৰ বন্দৰ অভিমুখে আগবাঢ়িছে বুলি সূত্ৰত প্ৰকাশ পাইছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অহা ১১ বা ১২ আগষ্টৰ ভিতৰত জাহাজখন শ্ৰীলংকাৰ বন্দৰত উপস্থিত হ’ব। ৪০০ৰো অধিক চীনা…

নৃত্য পটিয়সী গৰিমা হাজৰিকাৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ আগষ্ট : ৰাজ্যৰ বিশিষ্ট শাস্ত্ৰীয় নৃত্য পটিয়সী গৰিমা হাজৰিকা আৰু নাই। সত্ৰীয়া আৰু ওডিছী নৃত্যৰ এইগৰাকী বিশাৰদে গুৱাহাটীৰ উলুবাৰীস্থিত বাসগৃহত নিশা ১ প্ৰায় বজাত বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে। ১৯৩৯ চনত…

আলাবৈ ৰণ আৰু ‘লাইধন খাঁ’

দাদুল দেৱকৃষ্ণ বৰুৱা "আমাৰ সৈন্য একো একোটা হাতী, মই আজি তেনেকুৱা দহহাজাৰ সৈন্য একেদিনাই হেৰুৱালোঁ।"— ৰণত ঘটা বিপৰ্যয়ৰ পিছত আহোম সেনাৰ সেনাপতি লাচিত বৰফুকনে দুখতে কৈছিল এনেদৰে। বৰফুকনৰ দুখ দেখি মহামন্ত্ৰী আতন বুঢ়াগোহাঁয়ে বুজনি দিছিল—…

চলিত নাট্যবৰ্ষৰ বাবে সাজু হিমাদ্ৰী থিয়েটাৰ 

মুক্তাৰ আলী বাৰেবৈষ্ণৱৰ জন্মস্থান লখিমপুৰ জিলাৰ নাৰায়ণপুত যুদ্ধংদেহী তৎপততাৰে চলিছে হিমাদ্ৰী থিয়েটাৰৰ আখৰা। নাৰায়ণপুৰ মাধৱপুৰৰ নিজা আখৰাগৃহত আৰম্ভ হোৱা আখৰাত তিনিখনকৈ নাটকৰ আখৰৰ অন্তিম পৰ্যায়ত উপনীত হৈছে। মুখ্য প্ৰযোজক নৱজ্যেতি বুল…

অস্থায়ী কৰ্ম্মীৰ চাকৰি নিয়মীাকৰণৰ দাবী পূৰণ নহ’লে আন্দোলনৰ সকীয়নি অসম ৰাজ্যিক বাহিৰা উৎসৰ শক্তি…

শতাব্দ প্ৰতিনিধি তেজপুৰ ৪ আগষ্ট: এপিডিচিএলত কৰ্মৰত তথা অসম ৰাজ্যিক বাহিৰা উৎসৰ শক্তি শ্ৰমিক ইউনিয়নে অস্থায়ী কৰ্মীৰ চাকৰি নিয়মীয়াকৰণ কৰা আৰু যেতিয়ালৈকে নিয়মীয়াকৰণ নহয় তেতিয়ালৈকে উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি সমান কামৰ সমান দৰমহা দিয়াৰ ব্যৱস্থা…

স্বাধীনতাৰ ৭৫বছৰ পাছতো এম্বুলেন্স যাব নোৱাৰা পথটো আছে অসমতে

শতাব্দ প্ৰতিনিধি তেজপুৰ,৪আগষ্ট:তেজপুৰৰে নিকটৱৰ্তী দুই নম্বৰ নতুন ঘগৰা গ্ৰান্ট অঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে ১০৮এম্বুলেঞ্চে।দেশে স্বাধীনতা লাভৰ ৭৫বছৰ সম্পূৰ্ণ কৰাৰ সময়ত এই অঞ্চলত আনকি প্ৰসূতীয়ে ডাংকোলাকৈ অনা অৱস্থাত বাটতে সন্তান জন্ম দিয়াৰ দৰে…

দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ পত্র প্ৰেৰণ অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ 

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ আগষ্টঃ মহাবীৰ লাচিত বৰফুকনৰ মহাপৰাক্ৰম তথা শৰাইঘাটৰ যুদ্ধত মোগলৰ আগ্ৰাসনৰ বিৰুদ্ধে লাচিত বৰফুকনৰ নেতৃত্বত ঐতিহাসিক বিজয়ে অসমৰ ইতিহাসৰ এক গৌৰৱময় অধ্যায়ৰ ধাৰা বহন কৰিছে। ২০২২ চনটো মহাবীৰ লাচিতৰ…

এম এছ এম ই খণ্ডৰ বিকাশৰ বাবে আসাম স্কীল ডেভেলপমেণ্ট মিছনত বুজাবুজিৰ চাৰিখন চুক্তি স্বাক্ষৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ আগষ্টঃ এম এছ এম ই সমূহৰ বিকাশেৰে অসমক সমৃদ্ধিৰ এক নতুন পথত আগুৱাই লৈ যোৱাৰ উদ্দেশ্যেৰে আজি গুৱাহাটীৰ গড়চুকস্থিত আসাম স্কীল ডেভেলপমেণ্ট মিছনত আয়োজন কৰা এক অনুষ্ঠানত বুজাবুজিৰ চাৰিখন চুক্তি স্বাক্ষৰ হয়। প্ৰথমখন…