অসমত মৌলবাদীৰ উত্থানকলৈ উদ্বিগ্ন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ আগষ্টঃ অসমত সক্ৰিয় হৈ থকা তথা ভয়াৱহ ৰূপত খোপনি পোত‍া মৌলবাদী শক্তিসমূহক উৎখাত কৰাৰ ক্ষেত্রত ৰাজ্যৰ শান্তিপ্ৰিয় মুছলমানসকলৰ সহযোগিতা কামনা কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। আজি জনতা ভৱনত এখন সংবাদমেল…

বুষ্টাৰ ড’জ সম্পূৰ্ণ হোৱাৰ পিছতে কাৰ্যকৰী হ’ব CAA

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ আগষ্টঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জনোৱা মতে, ক’ভিড-১৯ বুষ্টাৰ ভেকচিন প্ৰদান সম্পূৰ্ণ হোৱাৰ পিছত দেশত কাৰ্যকৰী হ’ব বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই আশ্বাস দিয়ে পশ্চিমবংগৰ…

উদ্ধাৰ ১৮ মিলিয়ন বছৰ পুৰণি জুৰাছিক যুগৰ সম্পদ!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ আগষ্টঃ বিজ্ঞানীসকলে প্ৰায়েই পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ জীৱাশ্ম বিচাৰি পায়। যিবোৰে নিত্য নতুন ৰহস্য উন্মোচন কৰে। এই ক্ষেত্ৰত শেহতীয়াকৈ ইংলেণ্ডৰ এখন পথাৰত জুৰাছিক যুগৰ জীৱাশ্মৰ এটা ভাৰ্চুৱেল…

৭ আগষ্টত লঞ্চ কৰা হ’ব SSLV

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ আগষ্ট : ইছৰ’ নিৰন্তৰভাৱে আগবাঢ়িছে আৰু আকাশত এটাৰ পিছত এটাকৈ অভিলেখ গঢ়িছে। ইছৰ'ই আকাশত বহু পৰ্যবেক্ষণমূলক কাম কৰিছে আৰু এতিয়া আন এক ডাঙৰ কৃতিত্ব লভিবলৈ ওলাইছে। অহা ৭ আগষ্ট দেওবাৰে মুকলি হ’বলগীয়া ইছৰ’ৰ…

৯৭ বছৰৰ পাছত হেৰাই যোৱা ফুলৰ সন্ধান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ আগষ্ট : বহুতে ধৰি লৈছিল যে এই ফুলবিধ আৰু কেতিয়াও দেখা নাযাব। কিন্তু বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰমৰ ফলত অসম্ভৱো সম্ভৱ হ’ল। কাৰণ সংৰক্ষণবিদসকলে শেহতীয়াকৈ হাইটিত এবিধ থলুৱা মেগন'লিয়া গছ পাইছে আৰু তাৰ বাবেই প্ৰায় ৯৭…

শীঘ্ৰেই উদ্বোধন হ’ব হোলেঙী গ্ৰীণফিল্ড বিমানবন্দৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ আগষ্ট : অৰুণাচল প্ৰদেশৰ ইটানগৰৰ সমীপত হোলেঙী গ্ৰীণফিল্ড বিমানবন্দৰ শীঘ্ৰেই উদ্বোধন কৰা হ’ব। এই কথা ভাৰতৰ বিমানবন্দৰ কৰ্তৃপক্ষই জনাইছে। ৬৮৫ একৰ ভূমিত নিৰ্মাণ কৰা এই বিমানবন্দৰটোৰ আনুমানিক ব্যয় ৬৬০ কোটি টকা।…

১ লিটাৰ ইন্ধনেৰে চলিব ৪৫০ কিলোমিটাৰ!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ আগষ্ট : কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে সততে দেশবাসীক পেট্ৰ’ল-ডিজেলৰ বাহন এৰিবলৈ আহ্বান জনাই আহিছে নিত্য বৃদ্ধি পোৱা ইন্ধনৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত। তেওঁ বাৰে বাৰে প্ৰদূষণ হ্ৰাস আৰু…

হিমালয়ৰ দিনলিপিঃ মনোমোহা কানন গাঁৱত এদিন এৰাতি

ৰুবী বৰা অকোৱা পকোৱা অচিন বাটেৰে টেক্সী আগবাঢ়িছিল চেইঁজ উপত্যকাৰ কানন গাঁৱলৈ বুলি, পাহাৰীয়া গাঁওবাসীয়ে কৰা এঢলীয়া খেতিবোৰ, তাৰ সিপাৰে ডাৱৰৰ মাজে মাজে লুকা ভাকু খেলি থকা তুষাৰে ভৰা শিখৰবোৰৰ কাষে কাষে। দিল্লীৰ পৰা অৰ্ডিনাৰী বাছত কৰা ভয়ংকৰ ১৪…

আগন্তুক স্বাধীনতা দিৱস বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩ আগষ্ট : আগন্তুক স্বাধীনতা দিৱস ব্যাপক আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আৰক্ষী আৰু সামৰিক বাহিনী তথা অসামৰিক প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বিস্তৃতভাৱে আলোচনা…