গতানুগতিক মাংসতকৈ উদ্ভিদজাত মাংস স্বাস্থ্যসন্মত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ আগষ্টঃ শেহতীয়াকৈ Future Foods নামৰ এখন আলোচনীত প্ৰকাশ পাইছে এক নতুন অধ্যয়নৰ তথ্য। সেই তথ্যই সকলোকে আচৰিত কৰি তুলিছে। এই তথ্য সকলোৱে জানিলে খাদ্যৰ প্ৰতি থকা ধাৰণা সলনি হ’ব পাৰে। ইয়াৰ ফলত খাদ্যাভ্যাসৰ…
