তাৰকাৰাজ্যৰ বাহিৰত তৰা সৃষ্টিৰ ৰহস্য ভেদত সাফল্য লাভ তেজপুৰ বিশ্ববিদ্যালয়ৰ গবেষকৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯জুলাইঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক-বিজ্ঞানী অংশুমান বৰগোহাঁয়ে আৱিষ্কাৰ কৰিছে যে পৃথিৱীৰ পৰা প্ৰায় ১.৫-৩.৯ বিলিয়ন আলোকবৰ্ষ দূৰত অৱস্থিত দূৰৱৰ্তী নীলা আটিল বাওনা তাৰকাৰাজ্যৰ (Blue Compact Dwarf or BCD galaxy)…
