নিজে সজা বিমানেৰে ইউৰোপ ঘূৰিছে কেৰালাৰ যুৱকে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুলাই : কৰ’না ভাইৰাছ প্ৰতিহত কৰিবলৈ ঘোষণা কৰা লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ পিছত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে বিমান পৰিবহণ উদ্যোগ। এনে সময়তে কেৰালাৰ এজন যুৱকে ঘৰতে নিৰ্মাণ কৰা বিমানেৰে ইউৰোপৰ এটা মূৰৰ পৰা আনটো…

ছুইংগাম চোবায়ো ঘটিব পাৰি ধনঃ জুলিয়া ফ’ৰাট উদাহৰণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুলাই : সৰুতে ৰঙীন মিঠা সোৱাদযুক্ত ছুইংগাম চোবাই কোনে ডাঙৰ বেলুন কৰি উৰুৱাই দিব পাৰে তাৰ প্ৰতিযোগিতা চলোৱাৰ কথা আপোনাৰ মনত আছে নিশ্চয়! ডাঙৰ হোৱাৰ পিছতো বহুতৰে ছুইংগাম চোবোৱাৰ পিছত বেলুন উৰুৱাই দিয়াৰ অভ্যাস আছে।…

আমেৰিকাৰ পৰা ভাৰত পালেহি MH-60R চপাৰ অধিক শক্তিশালী নৌসেনা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুলাই : আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ২৮ জুলাইত ভাৰতত অৱতৰণ কৰে দুখন MH60R মাল্টি ৰোল হেলিকপ্টাৰে। ভাৰতীয় নৌসেনাত ২৪খন হেলিকপ্টাৰ সংযোজনৰ বাবে স্বাক্ষৰিত চুক্তিৰ ভিতৰত এই হেলিকপ্টাৰসমূহো অন্যতম। এই চপাৰসমূহ ইউ এছ ছি…

অসমত এন আৰ চিৰ নতুন সমন্বয়ক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুলাই : অসম চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বাবে নতুন ৰাজ্যিক সমন্বয়ক নিযুক্তি দিছে। এন আৰ চিৰ নতুন ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্তি দিয়া হৈছে জ্যেষ্ঠ আই এ এছ বিষয়া পাৰ্থ প্ৰতিম মজুমদাৰক। হিতেশ দেৱশৰ্মাৰ ঠাই ল'ব…

তেজপুৰত দুই কোটি টকীয়া পথ নিৰ্মাণৰ পাছতে চপৰা চপৰে এৰিছে পথ

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৮জুলাই: তেজপুৰত ২ কোটি ১২লাখ ৬৬হেজাৰ ৯৭২টকীয়া পথ নিৰ্মাণ কাৰ্য চলি থকা অৱস্থাতে চপৰাচপৰে এৰি যোৱাক লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত তেজপুৰৰ…

ৰাজ্যিক কেবিনেটে ল’লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৮ জুলাইঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি জনতা ভৱনত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত সংবাদমেল যোগে কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত…

অৰুণাচলত নিৰুদ্দেশ হোৱা অসমৰ শ্ৰমিক সন্দৰ্ভত নেমছুৰ গুৰুতৰ অভিযোগ: চিবিআইৰ তদন্তৰ দাবী

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৮জুলাই: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কুৰুংকুমে জিলাত নিৰুদ্দিষ্ট অসমৰ কোকৰাঝাৰ, বাক্সা আৰু বৰপেটাৰ ১৯ জনকৈ শ্ৰমিকৰ ওপৰত নিৰ্যাতন চলাৰ বাবেহে তেওঁলোকে ঘৰলৈ আহিবলৈ বিচাৰিছিল বুলি অভিযোগ উঠিছে। এই সন্দৰ্ভত আনকি…

লখিমপুৰত দেশভক্তি দিৱস পালন

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৮ জুলাই: লখিমপুৰ জিলা প্ৰশাসনৰ সৌজন্যত তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আজি লখিমপুৰ জনসংযোগ বিষয়াৰ কাৰ্য্যালয়ত উদযাপন কৰা হয় ৮৩ সংখ্যাক দেশভক্তি দিৱস । আজিৰ দেশভক্তি দিৱসৰ কাৰ্য্যসূচী জিলা উন্নয়ন বিষয়া মনোজ…

গৃহহীন খিলঞ্জীয়াক দিবলৈ নাই মাটি : পুঁজিপতি লাহতীৰ বেদখলত বিঘাই বিঘাই ভূমি

 শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৮ জুলাই : সমস্যাজৰ্জৰ তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিৰ অন্তৰ্গত কৰদৈগুৰি অঞ্চলৰ সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত গৰজি উঠিছে কৰদৈগুৰি আঞ্চলিক যুৱক সংঘ । জানিব পৰা মতে অনন্ত নলাৰ ভয়াৱহ বান আৰু…

লখিমপুৰত আছুৰ অভিনন্দন অনুষ্ঠান

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৮ জুলাই : সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিকৰ কলা, বাণিজ্য, বিজ্ঞান শাখাত বিশেষ স্থান পাবলৈ সক্ষম হোৱা আৰু বিশেষ কৃতিত্বৰে উত্তীর্ণ হোৱা ৫৫৪ গৰাকী ছাত্ৰ-ছাত্ৰীক আজি…