দা হান্স ফাউণ্ডেচনৰ উদ্যোগত দেশত সম্পন্ন হ’ব ১০ হাজাৰ সামূহিক বিবাহ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৮ জুলাইঃ বৈদিক পৰম্পৰা আৰু ৰীতি নীতিৰে বিভিন্ন সময়ত একাংশ স্বেচ্ছাসেৱী সংস্থাই সমুহীয়া বিবাহ তথা সংস্কাৰ নীতিৰে সমাজৰ বহু আর্থিক ভাৱে পিছপৰা দম্পতীক সহায় কৰি আহিছে। তেনে এটা সংস্থা হৈছে দা হান্স ফাউণ্ডেছন। এই…

গুৱাহাটীত ৰাজ্যিক ভিত্তিত দেশভক্তি দিৱস উদযাপন

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৮ জুলাইঃ দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱস উপলক্ষ্যে আজি ৰাজ্যজুৰি দেশভক্তি দিৱস উদযাপন কৰা হয়। গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন উদ্যানত ৰাজ্যিক ভিত্তিত দেশভক্তি দিৱস অনুষ্ঠানৰ আয়োজন কৰা হয়। তথ্য আৰু জনসংযোগ বিভাগ…

নাটোত যোগদান কৰিব ভাৰতে !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুলাই : আমেৰিকাই ভাৰতক নাটোৰ সৈতে সংযোগ কৰিব বিচাৰিছে ! জনা গৈছে যে এই সামৰিক মিত্ৰজোঁটে কেইদিনমানৰ ভিতৰতে কিছুমান নতুন দেশক নাটোৰ সৈতে প্ৰতিৰক্ষা অংশীদাৰিত্বৰ প্ৰস্তাৱ আগবঢ়াব। ভাৰত তাৰ ভিতৰত অন্যতম। এটা সংবাদ…

অৰুণাচলত হেৰুৱা মিথুন বিচাৰিব যন্ত্ৰই

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুলাই : উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ অৰ্ধ ঘৰচীয়া গৰুৰ প্ৰজাতি মিথুন মিথুন (bros frontalis)ৰ সন্ধান আৰু স্থান নিৰ্ণয় কৰিবলৈ এটা যন্ত্ৰ প্ৰস্তুত কৰা হৈছে। 'মিথুন ট্ৰেকিং কলাৰ' নামৰ এই…

সাতদিনৰ বাবে ৰাজ্যসভাৰ পৰা নিলম্বন সাংসদ অজিৎ কুমাৰ ভূঞাক

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৮ জুলাইঃ এসপ্তাহৰ বাবে ৰাজ্যসভাৰ পৰা নিলম্বন কৰা হ'ল সাংসদ অজিৎ কুমাৰ ভূঞাক। অসম চুক্তিৰ ৬নং দফা আৰু বান সমস্যাৰ প্ৰসংগকলৈ আজি সদনত সৰৱ হৈ পৰে সাংসদ অজিৎ ভূঞাক। যাৰবাবে তেওঁক সদনৰ পৰা নিলম্বন কৰা হয়। তেওঁ কয় যে…

চন্দ্ৰত আৰামদায়ক বাসস্থানৰ সন্ধান নাছাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুলাই : চন্দ্ৰক লৈ পৃথিৱীবাসীৰ স্বাৰ্থৰ অন্ত নাই। চন্দ্ৰত ঘৰ সাজিবলৈ কিমানযে আগ্ৰহ। সেইবাবেই বহুতে চন্দ্ৰত মাটি কিনিবলৈ আৰম্ভ কৰিছে। কিন্তু চন্দ্ৰটো মানুহৰ বাসস্থানৰ বাবে আচলতে উপযোগীনে? বিজ্ঞানীসকলে এতিয়াও সেই…

সেনাই পালে সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰ বাহনঃ নেপথ্যত টাটা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুলাই : ভাৰতীয় সেনাই লাভ কৰিলে এখন নতুন বাহন। ভাৰতীয় সেনাৰ হাতত অৰ্পণ কৰা হৈছে এখন সম্পূৰ্ণ দেশীয়ভাৱে নিৰ্মিত Quick Reaction Fighting Vehicle। আৰু এই মহান পদক্ষেপ গ্ৰহণ কৰিছে টাটা এডভান্সড চিষ্টেমছ লিমিটেডে।…

সাধাৰণ মানুহৰ ঘৰ চলোৱাৰ খৰছ কিমান?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুলাই : নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীয়ে বজাৰত জুই লগা সময়ত পৰিয়াল চলাবলৈ শতবাৰ চিন্তা কৰিবলগীয়া হৈছে। এনে অৱস্থাত কেন্দ্রীয় চৰকাৰে নিজেই উদ্যোগ লৈছে দেশৰ জনসাধাৰণৰ ঘৰ-বাৰী চলোৱাৰ ব্যয় জানিবলৈ। সাধাৰণ লোকক…

জি এম চি এইচত পুনৰ শিশু চুৰিৰ ঘটনা, দুগৰাকী মহিলা গ্ৰেপ্তাৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৮ জুলাইঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পুনৰ শিশু চুৰিৰ ঘটনা সংঘটিত হৈছে। শিশু চুৰিৰ লগত জড়িত থকাৰ অপৰাধত দুগৰাকীকৈ মহিলাক আটক কৰা হৈছে। আটকাধীন মহিলা দুয়োগৰাকীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বাহৰ পাতি…

দ্ৰুতগতিসম্পন্ন হ’ব BSNLৰ নেটৱৰ্ক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুলাই : কেন্দ্ৰীয় কেবিনেটে চৰকাৰী টেলিকম প্ৰতিষ্ঠান BSNLৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ১.৬৪ লাখ কোটি টকাৰ পেকেজত অনুমোদন জনাইছে। কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণবে কয় যে এতিয়ালৈকে জিলাৰ পৰা ব্লকলৈকে বহু…