তেজপুৰৰ লেচুৰ চাহিদা বৃদ্ধি

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯মে’: লণ্ডনলৈ ৰপ্তানি হ’ব তেজপুৰৰ লিচু৷ ইতিমধ্যে দেশৰ লগতে বিদেশতো বিশেষ ভাবে সমাদৃত হোৱা তেজপুৰৰ সোৱাদযুক্ত লিচুৰ বজাৰখন দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে আৰু এইবাৰ জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানিৰ বাবে…

তেজপুৰত ৰাজ্যিক ভিত্তিত ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতা

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ২৯মে’: অহা ৩১ম’ৰ পৰা তিনি জুনলৈ তেজপুৰ পলফিল্ডস্থিত ইণ্ডৰ ষ্টেডিয়ামত য়’নেক্স চানৰাইজ সদৌ অসম ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ অসম বেডমিণ্টন সন্থাৰ সৌজন্যত তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত আৰু কমাৰচুবুৰী…

প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ প্ৰতিবাদ তেজপুৰত

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ২৯মে’: দিল্লীৰ নৱনিৰ্মীত সাংসদ ভৱনৰ সমীপতে কালি দেশৰ গৌৰৱ তথা প্ৰতিবাদকাৰী মল্লযুঁজাৰু সকলৰ ওপৰত আৰক্ষীয়ে চলোৱা দমনকলৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়ত তেজপুৰতো আজি এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত…

তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী ডা০ লক্ষ্মী গোস্বামীৰ তৎপৰতাত শিশু কল্যাণ পৰিষদৰ বিনামূলীয়া স্বাস্থ্য…

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯ মে’: তেজপুৰৰ বিশিষ্ট চিকিৎসক তথা সমাজকৰ্মী ডা০ লক্ষ্মী গোস্বামীৰ অধ্যক্ষতাত গঢ় লৈ উঠা ভাৰতীয় শিশু কল্যাণ পৰিষদ, তেজপুৰ শাখাৰ উদ্যোগত কালি ৰ পুৱা ১০ বজাৰ পৰা তেজপুৰৰ চানমাৰীৰ সমীপৰ শঙ্কৰ নগৰ উন্নয়ন সমিতৰ নামঘৰ…

তিনিচুকীয়া প্ৰেছ ক্লাবৰ অধিবেশন সম্পন্ন

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২৯ মে’: তিনিচুকীয়া সাংবাদিক চ’ৰাৰ (তিনিচুকীয়া প্ৰেছ ক্লাব) দশম সংখ্যক অধিবেশন এদিনীয়া কাৰ্যসূচীৰে দেওবাৰে অনুষ্ঠিত হৈ যায়৷ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পাছত চ’ৰাৰ সভাকক্ষত ’সাংবাদিকতাৰ…

মাৰ্ঘেৰিটাৰ নাবালিকা ধৰ্ষণ আৰু হত্যাকাণ্ড সংঘটিত হৈছিল আনন তাঁতী ওৰফে স্বপন তাঁতীৰ দ্বাৰাই

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ৬ মে’: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ১২ বছৰীয়া নাবালিকাৰ ধৰ্ষণ আৰু নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত আনন তাঁতী ওৰফে স্বপন তাঁতী নামৰ নৰপিশাচটোৱে বৈদ্যুতিন সংবাদ মাধ্যমৰ আগত আবোলতাবোল কথা কৈ সমগ্ৰ তদন্ত…

তেজপুৰত পুখুৰী খান্দোতে ওলাল কাঁহৰ সামগ্ৰী

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ,৬ মেঃ তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰীৰ ডেকা চুবুৰীত আজি এটা পুখুৰী খান্দি থকা অৱস্থাত কিছুসংখ্যক কাঁহৰ সামগ্ৰী উদ্ধাৰহোৱাকলৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে৷উল্লেখযোগ্য যে,অঞ্চলটোৰ প্ৰয়াত দিংৰা বাঘোৱাৰৰ পুত্ৰ গণ্ডাল…

দুবছৰে পলাতক বলাৎকাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ, ৬ মেঃ এগৰাকী যুৱতীক বলাৎকাৰৰ এক অভিযুক্ত বিগত দুবছৰে পলাতক হৈ থকাৰ অন্তত আজি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ঢেকিয়াজুলি আৰক্ষী৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ঢেকিয়াজুলি আৰক্ষীথানা অধীনস্থ  লামা গাঁৱৰ বাসিন্দা…

তেজপুৰত বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানত তৰুণ অসম সংঘৰ জ্যেষ্ঠ – সৰবৰহী সদস্য…

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৬ মে‍ : তেজপুৰৰ অন্যতম সামাজিক - সংস্কৃতিক - ক্ৰীড়া তথা সামাজিক অনুষ্ঠান তৰুণ অসম সংঘৰ এগৰাকী জ্যেষ্ঠ সদস্য ৰামেশ্বৰ দাসৰ সোঁৱৰণত আজি "তৰুণ অসম সংঘ" ত অনুষ্ঠিত বিশেষ শ্ৰদ্ধাঞ্জলি - স্মৃতিচাৰণ আৰু সোঁৱৰণী গ্ৰন্থ…