চিত্ৰকলাৰ জগতত প্ৰাৰ্থনাৰ দক্ষতাৰে আত্মপ্ৰকাশ

শতাব্দ প্ৰতিনিধি, নাৰায়ণপুৰ, ৬ মেঃ আগ্ৰহী মন আৰু একাগ্ৰতাই মানুহক অতিব্যস্ততাৰ মাজতো প্ৰতিভা বিকাশত সহায় কৰে। অধ্যয়নৰ মেটমৰা বোজা কান্ধত লৈয়ো হাতৰ তুলিকাৰে চিত্ৰকলাৰ সাধনা অব্যাহত ৰাখি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে লখিমপুৰ জিলাৰ…

পৰশ গোস্বামীলৈ ৰাষ্ট্ৰীয় শিক্ষক ৰত্ন বঁটা : লখিমপুৰত আনন্দৰ লহৰ

শতাব্দ প্ৰতিনিধি, নাৰায়ণপুৰৰ, ৬ মেঃ আমেৰিকাৰ কেৰ্লিফনিয়া পাব্লিক ইউনিভাৰ্ছিটিৰ স্বীকৃতিপ্ৰাপ্ত ভাৰত চৰকাৰৰ অধীনস্ত সমতা সাহিত্য অকাডেমিয়ে ইণ্টাৰনেচনেল ৰিচাৰ্ছ ফাউণ্ডেশ্যনৰ'ৰ সহযোগত ৰাষ্ট্ৰীয় শিক্ষক ৰত্ন সমতা বঁটাৰ বাবে লখিমপুৰ জিলাৰ…

তেজপুৰ কাৰাগাৰ পৰিদৰ্শণ উপায়ুক্তৰঃগামোচা বোৱাত ব্যস্ত কয়দী

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৫মেঃ তেজপুৰ স্হিত জিলা কাৰাগাৰৰ মহিলা কয়দী সকলৰ বাবে আজি এটা টেলিভিছন যন্ত্ৰ কাৰাগাৰ খনৰ মহিলা কোষত স্হাপন কৰাৰ ব্যৱস্থা কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই৷উল্লেখযোগ্য যে,আজি দিনৰ প্ৰায় ১২বজাত উপায়ুক্ত মিশ্ৰই…

তেজপুৰত লগুৱাৰ প্ৰহাৰত নিহত  গৰাকী

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ৫ মে’ : তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী তথা বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত বাম বেছেৰীয়াত যোৱা নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড।আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, অঞ্চলটোৰ এগৰাকী কৃষক উপেন নাথ (৫২) ৰ ঘৰত যোৱা চাৰিবছৰে বনুৱা…

অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক কেন্দ্ৰীয় তেজপুৰ অধিৱেশনৰ বাবে ব্যাপক তৎপৰতা

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৫ মে': পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২০২৪ বৰ্ষৰ ১৭ জানুৱাৰীৰ পৰা তেজপুৰত অনুষ্ঠিত হ'ব লগীয়া অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ অস্হায়ী কাৰ্যালয় আজি পুৱা এক মাংগলিক পৰিৱেশত …

তেজপুৰ চানমাৰীৰ সাৰ্বজনীন ধৰ্মমণ্ডলীৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৫ মে‍: তেজপুৰৰ চহৰৰ চানমাৰী - হজৰাপাৰৰ সাৰ্বজনীন ধৰ্মমণ্ডলীৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱাৰে পৰা ভকত বৈষ্ণৱ আৰু আই মাতৃ তথা স্হানীয় ৰাইজৰ সভক্তিমূলক বিভিন্ন অনুষ্ঠানেৰে  মুখৰিত হৈ পৰে ধৰ্মমণ্ডলী…

লখিমপুৰত জল জীৱন আঁচনিত কৰ্মৰত শ্ৰমিকৰ বলাৎকাৰৰ বলি যুৱতী

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ৫ মেঃ লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত অকৰাবস্তি গাঁৱত ছমাহ পূৰ্বে সংঘটিত এক বলাৎকাৰৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। ইতিমধ্যে উক্ত ঘটনাটো সংঘটিত কৰা ধুবুৰী জিলা নিবাসী শ্ৰমিক আব্দুল আলিক ভূক্তভোগী…

ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস পালন

শতাব্দ প্ৰতিনিধি, তেজপুৰ ১ মেঃ  ভাষাৰ ওজা হেম চন্দ্ৰ বৰুৱা দেৱৰ স্মৃতি দিৱস উপলক্ষে আজি শোণিতপুৰ জিলা সাহিত্য সভাই দৰ্পতীয়া শাখা সাহিত্য সভাৰ সহযোগত দ-পৰ্বতীযা মজলীয়া বিদ্যালয় প্ৰাঙ্গনত এখনি সভাৰ লগতে বক্তৃতানুষ্ঠানৰ আয়োজন কৰে৷…

তেজপুৰত প্ৰয়াত সাংবাদিক,সম্পাদক প্ৰণৱ সিংহৰ স্মৃতি দিৱস

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১ মে': “ৰাজ্যত বৰ্তমান চাৰিটা শ্ৰেণীৰ সাংবাদিক আছে৷ইয়াৰ ভিতৰত ৫০জনমান আছে,যিয়ে লাভ কৰা দৰমহাৰে ভালদৰে চলিব পাৰে৷আন ৫০জনমান আছে তেওঁলোকে লাভ কৰা দৰমহাৰে যেনেতেনে চলিব পাৰে৷আন একাংশই যথেষ্ট কষ্টৰে আৰু চতুৰ্থ সকলে …

বৈকুণ্ঠ পুৰীলৈ পৰিণত হ’ল তেজপুৰৰ মাহাত্ম্যৰে পূৰ্ণ চামগুৰি বুঢ়াডাঙৰীয়া থান 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১ মেঃ তেজপুৰ, শোণিতপুৰ বুলিয়েই নহয় ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজে ভক্তিভৰা অন্তৰেৰে গভীৰ প্ৰত্যয়েৰে অপেক্ষা কৰি থকা তেজপুৰৰ নিকটৱৰ্তী ডিপোটাৰ সমীপৰ খোলাকুটি কছাৰী গাৱঁৰ অতি মাহাত্ম্যৰে পূৰ্ণ "চামগুৰি শ্ৰী শ্ৰী…