অসম সাহিত্য সভাৰ “নিজৰ দিন” পালন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৬ এপ্ৰিল: কালি পহিলা ব'হাগ অৰ্থাৎ অসম সাহিত্য সভাৰ "নিজৰ দিন" উপলক্ষে তেজপুৰ সাহিত্য সভাই পুৱাৰ পৰা ঘৰে ঘৰে গৈ তেজপুৰৰ বিভিন্ন ক্ষেত্ৰৰ পাঁচগৰাকীকৈ সমাজলৈ বিশিষ্ট অৱদান আগবঢ়োৱা প্ৰবীণ ব্যক্তিক "নিজৰ দিন" ৰ…

তেজপুৰৰ বান্দৰমাৰীত ৰংজালী বৈশাগু উদযাপন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬এপ্ৰিলঃ গৰু বিহুৰ দিনটোৰ পৰাই আৰম্ভ হৈছে বড়ো জনগোষ্ঠীৰ ৰংজালী বৈশাগু৷ তেজপুৰৰ বান্দৰমাৰী বৰঘোপ খেলপথাৰত ৰংজালী বৈশাগুৰ পতাকা উত্তোলনৰ পাছত বিভিন্ন খেলধেমালি পুৰুষ মহিলা সকলৰ মাজত অনুষ্ঠিত হোৱাৰ পাছত কালি…

তেজপুৰত “অসমীয়া ক্লাব” ৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৬ এপ্ৰিল : সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ স্মৃতি বিজড়িত ১৯১৫ চনতে গঢ় লৈ উঠা তেজপুৰৰ ঐতিহ্যমণ্ডিত অসমীয়া ক্লাবৰ ১০৯ বছৰীয়া প্ৰতিষ্ঠা দিৱস কালি পহিলা ব'হাগৰ দিনটোত ক্লাব প্ৰাঙ্গনত পূৰ্বৰ দৰে যথেষ্ট উলহ…

তেজপুৰত পঞ্জাৱ নেছনেল বেংকৰ যুৱতী কৰ্মচাৰীক হত্যা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬এপ্ৰিলঃ তেজপুৰৰ ঊষানগৰ অঞ্চলৰ এটা ঘৰত ভাড়াতীয়া হিচাপে থকা তথা পঞ্জাৱ নেছনেল বেংকৰ এগৰাকী যুৱতী কৰ্মচাৰী মনিষা বড়োৰ হত্যাকাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷উল্লেখযোগ্য যে,১৪এপ্ৰিলৰ…

প্ৰবীণ বিহুৱতী আভা চমুৱাৰ আকস্মিক বিয়োগত তেজপুৰত শোক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬এপ্ৰিলঃ ৰঙালীৰ উলাহৰ মাজতে তেজপুৰৰ এগৰাকী প্ৰবীন বিহুৱতী আভা চমুৱা(৫৬)ৰ বিয়োগে তেজপুৰত শোকৰ ছাঁ পেলাইছে৷উল্লেখযোগ্য যে,এসময়ত তেজপুৰ তথা শোণিতপুৰৰ লগতে ৰাজ্যৰ বিভিন্ন স্হানত অনুষ্ঠিত মুকলি বিহু প্ৰতিযোগিতাত…

মাকৈ বিপ্লৱ বনাম শাক-পাচলিৰ নাটনি-দৰ বৃদ্ধি

ড° লক্ষীপ্ৰসাদ হাজৰিকা    চাউল-দাইলৰ লগতে আমাৰ নিত্য প্ৰয়োজনীয় খাদ্য শস্যৰ তালিকাত শাক-পাচলিৰ গুৰুত্ব অপৰিহাৰ্য৷ ইয়াৰ ভিতৰত আলু-পিঁয়াজৰ বাবে আমি বৰ্তমানে বহিঃ ৰাজ্যৰ ওপৰতে নিৰ্ভৰশীল৷ অনুকূল বতৰৰ বাবে অসমত শীতকালীন শাক-পাচলিৰ প্ৰায়বোৰ…

লোক বাদ্য সৃষ্টিৰ আন এক নাম নিমাইজানৰ দ্বিজেন গগৈ

নিমাইজানৰ পৰা খলিলুৰ ৰহমান হাজৰিকা, ১৩ এপ্ৰিলঃ ৰঙালী বিহু লৈ মাজত মাথো এটা দিন। প্ৰতিজন অসমীয়াৰেই গা সাতখন আঠখন ৷ ৰাজ্যৰ চুকে কোনে গাঁৱে ভূঞে হেঁপাহৰ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি৷ চতৰ আৰম্ভনিতেই কুলিৰ মৌ মিঠা মাতষাৰৰ পৰাই চহৰ নগৰ আন্দোলিত…

লখিমপুৰত বীৰ লাচিত সেনাৰ ৰঙালী বিহু আদৰণি

উত্তৰ লখিমপুৰ, ১৩ এপ্ৰিল: বীৰ লাচিত সেনা অসম লখিমপুৰ জিলা সমিতি উদ্যোগত আৰু উত্তৰ লখিমপুৰ আঞ্চলিক সমিতি সহযোগত আজি উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিনযোৰা কাৰ্য্যসূচীৰে আয়োজন কৰা হয় ৰঙালী বিহু আদৰণি অনুষ্ঠান। পুৱা…