তেজপুৰত নাও খেলঃ পুৰুষ – মহিলাৰ উভয় শাখাতে কামৰূপ মেট্ৰ চেম্পিয়ন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ ১২ এপ্ৰিলঃ তেজপুৰৰ ঐতিহাসিক হজৰাপুখুৰীত আজি সদৌ অসম পৰম্পৰাগত ক্ৰীড়া আৰু ড্ৰেগন নাও সন্থাৰ উদ্যোগত আজি তৃতীয় বাৰ্ষিক অসম আন্তঃজিলা ড্ৰেগন নাওখেল প্ৰতিযোগিতা আৰু সপ্তম আমাৰ খেল আমাৰ উৎসৱ অনুষ্ঠিত হয়। পুৱা…

বোৱাকটা বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্তিৰ আহ্বান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১২ এপ্ৰিল: অৰ্থনৈতিক সবলীকৰণ এগৰাকী মহিলা সামাজিক বা আন ক্ষেত্ৰতো সবল হোৱাত সহায়ক হয় ৷ কৃষি কাৰ্য , খাদ্যবস্তু প্ৰস্তুত কৰণ বা বোৱা কটা আদিৰ জৰিয়তে এগৰাকী মহিলা স্বাৱলম্বী হৈ নিজকে নিজে সৱলীকৰণৰ পদক্ষেপ গ্ৰহণ…

উত্তৰ অসমৰ প্ৰথমটো লখিমপুৰস্থ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ [ছাই]ৰ পৰা বক্সিং-ফুটবল খেল কৰ্তনৰ সিদ্ধান্ত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ এপ্ৰিলঃ লখিমপুৰ জিলাৰ শ’লাল তেলাহী কমলাবৰীয়াত ২০২১ বৰ্ষৰ ডিচেম্বৰ মাহত আৰম্ভ কৰা হৈছিল উত্তৰ অসমৰ প্ৰথমটো ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ প্ৰকল্প৷ শেহতীয়াকৈ এই প্ৰকল্পত প্ৰদান কৰা বক্সিং আৰু ফুটবল খেল কৰ্তন…

উত্তৰ লখিমপুৰ পৌৰসভাত হাহাকাৰঃ পুৱাই কাৰ্যবাহী বিষয়াক উপায়ুক্তৰ ধমক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ এপ্ৰিলঃ উত্তৰ লখিমপুৰ পৌৰসভাত বজাৰ-পাৰ্কিং আৱণ্টনৰ নামত সংঘটিত কৰা ব্যাপক অনিয়মৰ তথ্য আজি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে উত্তৰ লখিমপুৰ পৌৰসভাত একপ্ৰকাৰে হাহাকাৰ লাগে৷ মঙ্গলবাৰে পৌৰসভাখনত বজাৰ-পাৰ্কিং…

দৰং, শোণিতপুৰৰ একাধিক সত্ৰ-দেৱালয় পৰিদৰ্শন অসম সত্ৰ আয়োগৰ, সত্ৰাধিকাৰ-সত্ৰ প্ৰতিনিধিৰে বৈঠক

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২ এপ্ৰিল : সত্ৰসমূহ অসমৰ প্ৰাণ । আমাৰ ভাষা-কৃষ্টি-সংস্কৃতি-পৰম্পৰা সত্ৰসমূহে জীয়াই ৰাখিছে । এখন সত্ৰ বৰ্তি থাকিবলৈ হ'লে বহু উপাদানৰ প্ৰয়োজন । সত্ৰৰ ভূমি পূৰ্বৰ দৰে হৈ থকা নাই। ৰাজ্যখনৰ একমাত্ৰ মাজুলীৰ আউনীআটি…

নিজে শিক্ষাগ্ৰহণ কৰা তিনিচুকীয়াৰ বিদ্যালয়ত দেশৰ মাষ্টাৰ চেফ নয়নজ্যোতি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১০ এপ্ৰিল : ছনী টিভিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুকিং ৰিয়েলিটি শ্ব' 'মাষ্টাৰ চেফ ইণ্ডিয়া'ৰ ছিজন ৭ ৰ খিতাপ দখল কৰি অসম তথা তিনিচুকীয়া জিলালৈ গৌৰৱ কঢ়িয়াই অনা নয়নজ্যোতি শইকীয়াক আজি নাৰ্চাৰীৰ পৰা দশম শ্ৰেণীলৈকে শিক্ষা…

তিনিচুকীয়াৰ বাসগৃহত উৱলি যোৱা অৱস্থাত উদ্ধাৰ কবি, নাট্যকাৰ, নিবন্ধকাৰ প্রীতম ফুকনৰ মৃতদেহ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১০ এপ্ৰিল : সামাজিক জীৱনৰ পৰা কিছু নিলগত থাকি একাকিত্বৰ মাজত সাহিত্য, সংস্কৃতিৰ চৰ্চা অব্যাহত ৰখা এগৰাকী প্ৰচাৰ বিমুখ কবি, নাট্যকাৰ, নিবন্ধকাৰ প্রীতম ফুকনৰ মৃতদেহ দেওবাৰে তিনিচুকীয়াৰ ৰংপুৰীয়াস্থিত নিজ…

লখিমপুৰত কোটি টকীয়া জল জীৱন আঁচনিত নিম্নমানৰ কামেৰে কোটি টকাৰ সৰকোৱাৰ কৌশল ঠিকাদাৰৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ এপ্ৰিলঃ লখিমপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত এতিয়া ব্যাপক কেলেংকাৰি সংঘটিত হৈছে৷ জলজীৱন মিছন আঁচনিৰ কামত এনেদৰে ঠিকাদাৰৰ নিম্নমানৰ কামেৰে কোটি টকা সৰকাই নিয়াৰ কৌশল পোহৰলৈ আহিছে৷ বিভাগীয় কনিষ্ঠ অভিযন্তাৰ…