বিশ্ব অভিলেখ বিহুৰ নামত শোণিতপুৰত ব্যাপক অনিয়মৰ অভিযোগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৯এপ্ৰিলঃ অহা ১৪এপ্ৰিলত বিহু পৰিৱেশনৰে বিশ্ব অভিলেখ গঢ়াৰ বাবে ৰাজ্য চৰকাৰে চলোৱা মহা আয়োজনৰ বিপৰীতে শোণিতপুৰত ইমানদিনে আখৰা কৰি অহা ভালেসংখ্যক বিহুৱা বিহুৱতী ইয়াত অংশ গ্ৰহণৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে আৰু…

বিদ্যুত গ্ৰাহকৰ সৰ্বভাৰতীয় সন্মিলনৰ সামৰণি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৯এপ্ৰিলঃ মধ্যপ্ৰদেশৰ ভূপালত আজি বিদ্যুৎ গ্ৰাহক সকলৰ প্ৰথম সৰ্বভাৰতীয় দুদিনীয়া সন্মিলন সমাপ্ত হয়। সন্মিলনত জনবিৰোধী বিদ্যুৎ সংশোধনী বিল -২০২২ , প্ৰিপেইড স্মাৰ্ট মিটাৰ প্ৰতিস্থাপন , বিদ্যুৎ খণ্ডৰ বেচৰকাৰীকৰণ…

তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰাক-বিহু উদযাপন 

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯ এপ্ৰিল : অসমৰ বাপতিসাহোন ৰঙালী বিহু প্ৰাকক্ষণত তেজপুৰ বিশ্ববিদ্যালয়ে কালি দিনজোৰা কাৰ্যসূচীৰে বিশেষ অনুষ্ঠানৰ আয়োজন কৰে ৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ পৰিষদ আৰু শিক্ষাৰ্থীসকলৰ সহযোগত  শিক্ষানুষ্ঠানখনৰ…

“আয়ুষ্মান ভাৰত” আঁচনিয়ে কৰ্পৰেট খণ্ডৰ বীমা কোম্পানীক ধন ঘটাৰ সুবিধা প্ৰদান কৰাৰ অভিযোগ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৯ এপ্ৰিল : ইলোৰা ৰায়চৌধুৰী নামৰ এগৰাকী মাত্ৰ ৩৪ বছৰীয়া মহিলাৰ চৰম ত্যাগক যাউতিযুগীয়া কৰাৰ মানসেৰে ২০০৪ চনত এখন বৈজ্ঞানিক দৃষ্টিভঙ্গী সম্পন্ন সমাজ গঢ়ি তোলাৰ সংকল্পেৰে জন্ম লাভ কৰা ইলোৰা বিজ্ঞান মঞ্চৰ চতুৰ্থ…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰত এম্বুলেন্সত উদ্ধাৰ চোকা অস্ত্ৰ, গাঞ্জা, সুৰাৰ বটল সহ…

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ এপ্ৰিলঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নৱ নিৰ্মিত মুখ্য প্ৰৱেশদ্বাৰত ৰৈ থকা এখন এম্বুলেন্সৰ ভিতৰত আজি বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ হোৱা কাৰ্যই লখিমপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ ইতিমধ্যে লীলাবাৰী আৰক্ষীয়ে…

ৰাজস্থানত পথ দুৰ্ঘটনাত নিহত লখিমপুৰৰ একে পৰিয়ালৰ ৩ জন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ এপ্ৰিলঃ ৰাজস্থানৰ জয়পুৰৰ আলোৱাৰাত এক্সপ্ৰেছ হাইৱেত সংঘটিত পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাবতি লোৱা লখিমপুৰ চৌখামৰ যোগেন্দ্ৰ নাথ বৰাৰ পৰিয়ালত এতিয়া এক শোকাকূল পৰিবেশৰ সৃষ্টি হৈছে৷ একেটা পৰিয়ালৰ তিনিজনকৈ লোকে…

নৰ্থ লখিমপুৰ কলেজত গণ সংযোগ বিভাগৰ সতীৰ্থ সমাৰোহত সাংবাদিকৰে মত বিনিময়

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ এপ্ৰিলঃ নৰ্থ লখিমপুৰ কলেজ প্ৰাংগনত গণ সংযোগ বিভাগে প্ৰথম প্ৰাক্তন সতীৰ্থ সমাৰোহখনি আজি উদযাপন কৰে। মহাবিদ্যালয়ৰ ডিজিটেল ক্লাছৰূমত অনুষ্ঠিত অনুষ্ঠানটি বন্তি প্ৰজ্বলনৰে শুভ উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বিমান…

যুদ্ধ বিমান চুখইৰ উৰণ অভিজ্ঞতা ললে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮এপ্ৰিলঃ ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৱে আজি তেজপুৰৰ বায়ুসেনা ঘাটিৰ পৰা অত্যাধুনিক যুদ্ধ বিমান চুখই এম কে ৩০ত উৰণৰ অভিজ্ঞতা লয়৷এই যুদ্ধ বিমানখনৰে আজি প্ৰথমবাৰলৈ ৰাষ্ট্ৰপতি গৰাকীয়ে প্ৰায় ৩০মিনিট উৰণৰ সাহসিক…

তেলাহী কমলাবৰীয়া আঞ্চলিক শাখা সাহিত্য সভাৰ অধিৱেশনৰ সামৰণি

উত্তৰ লক্ষীমপুৰ, ৭ এপ্ৰিল: লক্ষীমপুৰ জিলাৰ তেলাহী মৌজাৰ অন্তৰ্গত ন-আলিত সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত তেলাহী কমলাবৰীয়া আঞ্চলিক শাখা সাহিত্য সভাৰ সপ্তদশ পূৰ্ণাঙ্গ অধিৱেশনৰ আজি সামৰণি পৰে। আজি পুৱা ৮ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখা…

 লখিমপুৰ জিলাত সাজু  ৭০০ বিহুৱা-নাচনী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ৮ এপ্ৰিলঃ বিশ্ব দৰবাৰত বিহুক জিলিকাবলৈ অসম চৰকাৰে লোৱা পদক্ষেপক ভিত্তি কৰি লখিমপুৰ জিলা প্ৰশাসনে যোৱা এমাহে ৭০০ বিহুৱা তথা নাচনীক জিলাখনৰ পৰা বাচনি কৰি তেওঁলোকক বিহুৰ আখৰা কৰাই অহা ১০ এপ্ৰিলত গুৱাহাটী অভিমুখে…