কৃষি বিপ্লৱেৰে কৰ্মমুখী হোৱাৰ সংকল্প গ্ৰহণ নিবনুৱা সন্থাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৮ এপ্ৰিলঃ ৰাজ্যত ভয়াৱহ ভাৱে নিবনুৱাৰ সংখ্যা বাঢ়ি অহাৰ সময়তে আজি লখিমপুৰত সদৌ অসম নিবনুৱা সন্থাই সেউজ বিপ্লৱেৰে কৰ্মমুখী হোৱাৰ সংকল্প গ্ৰহণ কৰা বাৰ্তাই সকলোলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে৷ উল্লেখ্য যে আজি…

আই আই টি গুৱাহাটীৰ “ব’হাগৰ দুৱাৰডলিত” অনুষ্ঠানটিৰ জন্ম বৃত্তান্ত

   কিছু মনে মিলা মানুহ একেলগে থাকি দৈনন্দিন কাম কাজৰ মাজতে সময় উলিয়াই ৰং- ৰহইচৰ বাবে চিন্তা কৰোতেই সম্ভৱতঃ সৃষ্টি হয় সংস্কৃতিৰ। প্রায় দুই দশকৰ আগতে ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান (আই আই টি) গুৱাহাটীত অধ্যয়নৰত অসমৰ ছাত্র-ছাত্রীৰ সংখ্যা…

তেজপুৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ইলোৰা বিজ্ঞান মঞ্চৰ চতুৰ্থ দ্বি বাৰ্ষিক ৰাজ্যিক অধিৱেশনৰ…

 শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৭ এপ্ৰিলঃ উঠি অহা প্ৰজন্মক বিজ্ঞান মনস্ক তথা বৈজ্ঞানিক দৃষ্টিভঙ্গী সম্পন্ন কৰি গঢ়ি তোলাৰ লগতে সমাজৰ পৰা অন্ধবিশ্বাস - কুসংস্কাৰ দূৰীকৰণ আৰু তাৰ পৰিৱৰ্তে বৈজ্ঞানিক মানসিকতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰাৰ…

শনিবাৰে তেজপুৰ বায়ুসেনা ঘাটিত উপস্থিত হব দেশৰ ৰাষ্ট্ৰপতি

শতাব্দ প্ৰতিনিধি, তেজপুৰ,৭ এপ্ৰিলঃ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে তিনিদিনীয়া ভ্ৰমনৰে অসমত কেবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰি শনিবাৰে তেজপুৰ বায়ুসেনা ঘাটিত উপস্থিত হব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জত জীপ চাফাৰীৰে ৰাষ্ট্ৰীয় উদ্যানৰ…

লখিমপুৰ সংগীত মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ৭ এপ্ৰিলঃ লখিমপুৰৰ ঐতিহ্যমণ্ডিত সাংস্কৃতিক অনুষ্ঠান লখিমপুৰ সংগীত মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হৈছে৷ প্ৰথমদিনাৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে…

অসমীয়াৰ স্বাভিমানত আঘাত

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ৭ এপ্ৰিলঃ অসমীয়াৰ বাপুতি সাহোন তথা অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচা জ্বলাই আজি জাতীয় সংগঠনৰ ৰোষত পৰে এজন পঞ্চায়ত সচিব৷ এই ঘটনা সংঘটিত হয় লখিমপুৰ জিলাৰ দক্ষিণ নাৰায়ণপুৰ গাঁও পঞ্চায়তত৷ এই ঘটনাৰ পিছতে পঞ্চায়ত…

তেলাহী কমলাবৰীয়া আঞ্চলিক শাখা সাহিত্য সভাৰ অধিৱেশন আৰম্ভ

উত্তৰ লক্ষীমপুৰ, ৭ এপ্ৰিল: লক্ষীমপুৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত অসম সাহিত্য সভাৰ অন্যতম শক্তিশালী শাখা তেলাহী কমলাবৰীয়া আঞ্চলিক শাখা সাহিত্য সভাৰ সপ্তদশ পূৰ্ণাঙ্গ অধিৱেশন আজিৰে পৰা সমন্বয় ক্ষেত্ৰ ন-আলিত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে।…

তিনি মাহৰ পাছত উদ্ধাৰ লিডুৰ অবৈধ কয়লা খনিত নিৰুদিষ্ট প্ৰাঞ্জল মৰাণৰ মৃতদেহ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৭ এপ্ৰিল : পুৱাই অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙৰ এটা ফেচবুক পষ্ট - ’অসম আৰক্ষীয়ে উৰ্ব্বশী মৰাণক দিয়া প্ৰতিশ্ৰুতি ৰাখিলে ৷ মৃত প্ৰাঞ্জল মৰাণৰ অৱশিষ্ট উদ্ধাৰ কৰিলে আইজিপি জিৎমল দলেৰ নেতৃত্বত এটা দলে ৷…

শোণিতপুৰত পোহৰলৈ আহিছে মানৱ সৰবৰাহৰ ঘটনা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৬ এপ্ৰিল : শোণিতপুৰত এইবাৰ মানৱ সৰবৰাহৰ দৰে ভয়ানক ঘটনা সংঘটিত হোৱাৰ এক তথ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ কৰ্ম সংস্থান দিয়াৰ প্ৰলোভনেৰে একাংশ ঠিকাদাৰে এই মানৱ সৰবৰাহ ঘটনা সংঘটিত কৰা তথ্য পোহৰলৈ আহিছে ৷…

মৰাণ জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্তৰ দাবীত প্ৰতিবাদঃ উত্তাল তিনিচুকীয়া

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ এপ্ৰিল : অসমৰ অন্যতম আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান আৰু ষষ্ঠ অনুসূচীভুক্ত কৰি স্বায়ত্তশাসন প্ৰদান কৰাৰ দাবীত সুদীৰ্ঘকাল সংগ্ৰাম অব্যাহত ৰাখিছে মৰাণ জনগোষ্ঠীৰ পিতৃ সংগঠন অসম মৰাণ…