লখিমপুৰত জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত ৪৩ কোটি টকাৰ ৰাজহ সংগ্ৰহ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৬ এপ্ৰিলঃ লখিমপুৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে ২০২২-২৩ বিত্তীয় বৰ্ষত কাৰ্যালয়টোৰ ইতিহাসত অভিলেখ ৰচনা কৰি ৪৩ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ পূৰ্বে বিভাগটোৱে ২০২১-২২ বিত্তীয় বৰ্ষত সংগ্ৰহ কৰা…

তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী, বাণ থিয়েটাৰৰ প্ৰাক্তন মঞ্চাধ্যক্ষ নৰেণ কোঁচৰ পৰলোকপ্ৰাপ্তি

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৬ এপ্ৰিল : তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰাক্তন মঞ্চাধ্যক্ষ, বহুকেইটা কাৰ্যকালৰ কাৰ্যনিৰ্বাহক সদস্য, তেজপুৰৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠা কালৰ সদস্য, বিশিষ্ট সমাজকৰ্মী নৰেণ কোঁচৰ আজি পুৱা ১১ বজাত তেজপুৰ…

পাৱাৰলুমত তৈয়াৰী গামোচা, মেখেলা- চাদৰ আদিৰ বিৰুদ্ধে তিনিচুকীয়াত প্ৰশাসনৰ তীব্ৰ অভিযান

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ এপ্ৰিল : তিনিচুকীয়া জিলা প্ৰশাসন আৰু তিনিচুকীয়া জিলা হস্ততাঁত ও বস্ত্ৰশিল্প বিভাগৰ যৌথ উদ্যোগত আজি তিনিচুকীয়া ৰাজহ চক্রৰ অন্তৰ্গত বজাৰ এলেকাৰ একাধিক সাজপাৰৰ দোকানত বহি:ৰাজ্যৰ পৰা আমদানিকৃত পাৱাৰলুমত…

লখিমপুৰত পাৱাৰলুমৰ বস্ত্ৰৰ বিৰুদ্ধে অভিযান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৬ এপ্ৰিলঃ যিসময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰে থলুৱা বস্ত্ৰ উদ্যোগী অথবা শিপিনীৰ মান উন্নত কৰাৰ লক্ষ্যৰে ৰাজ্যত পাৱাৰলুমৰ বস্ত্ৰ বিক্ৰী কাৰ্যত নিষিদ্ধ ঘোষণা কৰিছে তেনে সময়তে লখিমপুৰত একাংশ ব্যৱসায়ীয়ে…

কৰ ফাঁকিঃ লখিমপুৰত ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে বিক্ৰী কৰ বিভাগৰ অভিযানঃ নথি-পত্ৰ জব্দ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৬ এপ্ৰিলঃ লখিমপুৰৰ একাংশ ব্যৱসায়ীয়ে বিভিন্ন সামগ্ৰীৰ বিক্ৰীৰ ক্ষেত্ৰত জি এছ টিকে ধৰি বিভিন্ন কৰ ফাঁকি দি অহাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে কালি সন্ধিয়া উত্তৰ লখিমপুৰ নগৰৰ এখন প্ৰতিষ্ঠিত ব্যৱসায়িক…

তেজপুৰৰ ওজা তৰুণ চন্দ্ৰ বৰাৰ সোঁৱৰণত প্ৰতিবছৰেই অসমৰ নিৰ্বাচিত লোকশিল্পীলৈ বঁটা ঘোষণা “সংকল্প…

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৬ এপ্ৰিল : তেজপুৰৰ প্ৰখ্যাত লোকশিল্পী, ঢোলৰ ওজা তৰুণ চন্দ্ৰ বৰা অৰ্থাৎ তৰুণ ওজাৰ সোঁৱৰণত প্ৰতি বছৰেই সাত ব'হাগৰ ভিতৰত অসমৰ বিভিন্ন প্ৰান্তত থকা নিষ্ঠাবান লোকশিল্পী সকলক নিৰ্বাচন কৰি "তৰুণ ওজা স্মাৰক বঁটা"…

কেৰাটে চেম্পিয়নশ্বিপত দুটাকৈ সোণৰ পদক আৰু শ্ৰেষ্ঠ খেলুৱৈৰ সন্মানেৰে তেজপুৰলৈ সুনাম

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৫ এপ্ৰিল : গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত যোৱা ১ এপ্রিল পৰা ৩ এপ্ৰিললৈকে অনুষ্ঠিত হোৱা "DEO HAH OPEN KARATE CHAMPIONSHIP 2023" ত তেজপুৰৰ বাম পৰ্বতীয়া কাৰাটে-ডু একাডেমীৰ আলোক ভৰদ্বাজে ছাব জুনিয়ৰ শাখাত সোণৰ পদক…

তেজপুৰ আদালতৰ উদ্যোগত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী উদযাপন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৫ এপ্ৰিলঃ আজি তেজপুৰ মহাবিদ্যালয়ৰ সন্মিলন কক্ষত তেজপুৰ আদালতৰ উদ্যোগত ১৯৪৮ চনত স্থাপিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী উদযাপন কৰা হয়। তেজপুৰ আদালতৰ জিলা আৰু সত্ৰ ন্যায়াধীশ চত্ৰ ভূষন গগৈয়ে বন্তি…

ড° হেমন্ত কুমাৰ বৰুৱা প্ৰদত্ত বক্তৃতা অনুষ্ঠিত

উত্তৰ লখিমপুৰঃ ৫ এপ্ৰিলঃ আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত প্ৰথম বাৰ্ষিক ড° হেমন্ত কুমাৰ বৰুৱা প্ৰদত্ত বক্তৃতা অনুষ্ঠান আয়োজিত হয়। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড০ হেমন্ত কুমাৰ বৰুৱাৰ নামত প্ৰতিষ্ঠা কৰা এই প্ৰদত্ত…