শক্তি বিভাগত বহুবছৰ ধৰি নিযুক্ত হৈ থকা ১২০০ অস্হায়ী কৰ্মচাৰীৰ পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৫ এপ্ৰিল : অসম চৰকাৰৰ শক্তি বিভাগ তথা শক্তি খণ্ডৰ উত্তৰ সুৰী কোম্পানী ক্ৰমে APDCL ,AEGCL আৰু APGCL ত বহু বছৰ ধৰি স্থায়ী ভাৱে কৰ্মৰত হৈ অস্থায়ী পদত বিল ক্লাৰ্ক, মিটাৰ ৰিডাৰ, কম্পিউটাৰ অপাৰেটৰ, পিয়ন , চকীদাৰ, সহায়ক…

বজাৰত মূল্য বৃদ্ধিৰ জুইঃ চাউল দাইলৰ ব্যাপক মূল্যবৃদ্ধি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫এপ্ৰিলঃ সকলোৰে বাবে অতি প্ৰয়োজনীয় ঔষধৰ মূল্য ১২শতাংশতকৈ অধিক বৃদ্ধি পোৱাৰ লগতে ৰাজ্যত ৰন্ধন গেছ ,বিদ্যুত মাছুল তথা পেট্ৰল আৰু ডিজেলৰ মূল্যই সৰ্বসাধাৰণক বিপদত পেলোৱাৰ সময়তে সম্প্ৰতি ৰাজ্যখনত চাউলৰ মূল্য…

তেজপুৰ পৌৰ অঞ্চলত জৰাজীৰ্ণ পদপথঃ নলা নৰ্দমাৰ অৱস্থাই বিপৰ্যস্ত কৰিছে জনজীৱন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৫ এপ্ৰিলঃ প্ৰাকৃতিক হোলা আৰু জান সমূহ নিঃশেষ প্ৰায় হোৱা তেজপুৰৰ জৰাজীৰ্ণ নলানৰ্দমা আৰু ফুটপাথৰ দুৰৱস্থাৰ আজিলৈকে সমাধান নহ’ল৷ আজিকোপতি সমাধান নহল। তেজপুৰ পৌৰসভা অন্তৰ্গত অঞ্চলত ব্যস্ত পথৰ কাষৰ পকী নলা নৰ্দমা…

তিনিচুকীয়ালৈ আহি ১৭ দিনে সন্ধানহীন ডিব্ৰুগড়ৰ ব্যক্তি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৫ এপ্ৰিল : তিনিচুকীয়ালৈ আহি সন্ধানহীন হৈ আছে ডিব্ৰুগড়ৰ সেউজপুৰ নিৰ্বাসী পুষ্পধৰ গগৈ নামৰ এজন মুকবধিৰ লোক ৷ প্ৰায় ৭৫ বছৰীয়া বিবাহিত মুকবধিৰ লোকজন যোৱা ২০ মাৰ্চৰ পৰা সন্ধানহীন হৈ থকা বুলি পৰিয়ালৰ সূত্ৰত…

তেজপুৰৰ অসম আন্দোলনৰ নিষ্ঠাবান কৰ্মী উমেশ চন্দ্র চৌধুৰীৰ আকস্মিক দেহাৱসান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৪ এপ্ৰিল : তেজপুৰ চহৰৰ ১৬ নং ৱাৰ্ডৰ ঘৰপৰা চুবুৰী নিবাসী, ঐতিহাসিক অস্তিত্ব ৰক্ষা আন্দোলনৰ তেজপুৰৰ এগৰাকী অতি নিষ্ঠাবান যোদ্ধা, প্ৰবল জাতীয়তাবাদী সত্বাৰ অধিকাৰী উমেশ চন্দ্র চৌধুৰীৰ যোৱা ১ এপ্ৰিল তাৰিখে নিশা…

বিন্দুকুৰীত মজিয়া এফ পি চিৰ পথাৰ পৰিদৰ্শন অতিৰিক্ত মুখ্য সচিব ড০ আশিস কুমাৰ ভূটানীৰ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৩ এপ্রিলঃ কৃষিখণ্ডৰ সামগ্ৰিক উন্নয়ন আৰু গ্ৰাম্য অৰ্থনীতিৰ ভেটি সুদৃঢ়কৰণত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা, শোণিতপুৰ জিলাৰ বিন্দুকুৰী কৃষি চক্রৰ অন্তৰ্গত পক্ষীয়াঝাৰ গাঁৱৰ মজিয়া কৃষক উৎপাদক কোম্পানীৰ ( FPC ) পথাৰ…

গোগামুখত গড়ৰ খৰ্গসহ তিনি চোৰাং ব্যৱসায়ী গ্ৰেপ্তাৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩ এপ্ৰিলঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কিছুদিন পূৰ্বে চোৰাং চিকাৰীয়ে এটা গড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই আজি ধেমাজি জিলাৰ গোগামুখত আৰক্ষীয়ে গড়ৰ খৰ্গ সহ তিনিজন লোকক আটক কৰিবলৈ সক্ষম হোৱা ঘটনাই…

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ অঘটন

শতাব্দ প্ৰতনিধি‍ লখিমপুৰ, ৩ এপ্ৰিলঃ গেৰুকামুখত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাতা সংস্থা এন এইচ পি চিয়ে চলিত বৰ্ষৰ জুন মাহৰ পৰা প্ৰকল্পটোৱে ৫০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য স্থিৰ কৰা সময়তে পুনৰ প্ৰকল্প স্থলীৰ সমীপত ভয়ংকৰ ভূমি…লনৰ…

লখিমপুৰত গৰুৰ চোৰাং বেহা অব্যাহত

শতাব্দ প্ৰতিনিধি‍ লখিমপুৰ, ৩ এপ্ৰিলঃ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যত গো সুৰক্ষা আইন বলৱৎ কৰি গৰুৰ চোৰাং বেহা তথা সৰবৰাহ ৰোধত গুৰুত্ব আৰোপ কৰি অহাৰ সময়তে গো সুৰক্ষা আইনখনক পদদলিত কৰি লখিমপুৰ জিলাত গৰুৰ অবৈধ…

বিদ্যালয়ৰ শিক্ষাৰ্থী-শিক্ষকৰ উপস্থিতিত তেজপুৰ বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৫মাৰ্চঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিজ্ঞান বিভাগৰ উদ্যোগত আৰু অসম গণিত শিক্ষায়তনৰ শোণিতপুৰ জিলাৰ সহযোগত স্কুল গণিতৰ ওপৰত এখন এদিনীয়া কৰ্মশালা কালি তেজপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয়। শোণিতপুৰ জিলাৰ বিভিন্ন…