মেট্ৰিকৰ প্ৰশ্নাকাকত ফাদিলঃ গ্ৰেপ্তাৰ তেজপুৰৰ যুৱক

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১৫মাৰ্চঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা সন্দৰ্ভত  তেজপুৰৰ পুংপানী গাঁও নিবাসী আব্দুল চোভানৰ পুত্ৰ চাৰিফুল ইছলামক কৰায়ত্ত কৰিছে চাৰিদুৱাৰ আৰক্ষীয়ে৷ উল্লেখযোগ্য যে,চাৰিদুৱাৰ আৰক্ষীয়ে…

ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১২লৈ বৃদ্ধি

শতাব্দ প্ৰতিনিথি, গুৱাহাটী, ১৫ মাৰ্চঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাৰ আধাৰত ৰাজ্যৰ চৰকাৰে ৰাজ্যত চিকিৎসা শিক্ষা ক্ষেত্ৰখনৰ দ্ৰুত সম্প্ৰসাৰণেৰে ৰাইজৰ বাবে আধুনিক চিকিৎসা সেৱা অধিক সুলভ কৰিবলৈ অব্যাহত ৰখা প্ৰয়াসে আজি…

চাৰিদুৱাৰত পুত্ৰৰ আক্ৰমণত নিহত পিতৃ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১৫মাৰ্চঃ শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানা অন্তৰ্গত এক দূৰ্গম অঞ্চল থাইগিৰিবাৰীত যোৱানিশা পিতা পুত্ৰৰ মাজত সূত্ৰপাত ঘটা বিবাদৰ পৰিণতিত পুত্ৰই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে পিতৃক৷ এই ঘটনাত ঘাটক পুত্ৰও আহত…

তেজপুৰত ৩২টা চোৰাং গৰু জব্দ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১৫মাৰ্চঃ তেজপুৰৰ শালনীবাৰী আৰক্ষী চকী অন্তৰ্গত অঞ্চলত চোৰাংভাবে কঢ়িয়াই অনা ৩২টা গৰু ট্ৰাকসহ জব্দ কৰাৰ লগতে ট্ৰাকৰ চালকজনক গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা নিশা প্ৰায় ১১-৩০ বজাত বালিপৰাৰ দিশৰ পৰা…

তেজপুৰৰ মহিলাৰ অন্যতম সামাজিক-সংস্কৃতিক-শৈক্ষিক আৰু ক্ৰীড়া অনুষ্ঠান “মৈত্ৰী সংঘ” ৰ…

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৬ ফেব্ৰুৱাৰীঃ তেজপুৰৰ একাংশ মহিলাৰ তৎপৰতাত ১৯৭৩ চনতে গঢ় লৈ উঠা মহিলা সমাজৰ অন্যতম সামাজিক-সংস্কৃতিক-শৈক্ষিক-ক্ৰীড়া অনুষ্ঠান "তেজপুৰ মৈত্ৰী সংঘ" ই ইতিমধ্যে সোণালী বৰ্ষত উপনিত হোৱাত অহা ১৭ আৰু ১৮ মাৰ্চ তাৰিখে…

তেজপুৰত ৰখাই থোৱা বাহনৰ আইনা ভাঙি দুৰ্বৃত্তই লুটি নিলে আঢ়ৈ লাখ টকা আৰু লেপটপ

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ৬ ফেব্ৰুৱাৰীঃ তেজপুৰত ব্যাপক জনসমাগম থকাৰ লগতে সমীপতে আৰক্ষীৰ পহৰা থকা সত্বেও ৰখাই থোৱা বাহনৰ পৰা দুৰ্বৃত্তই লুটি নিলে ধনৰ মোনা আৰু লেপটপ৷উল্লেখ্য যে, শোণিতপুৰৰ ঘাঁহিগাঁও নিবাসী সুৰজিত সেনাপতি নামৰ এজন যুৱকে নিজৰ…

বিহগুৰিত অজাযুছাপৰ তেজপুৰ জিলা সমিতিৰ ন-পুৰণি সতীৰ্থ সন্মিলন সম্পন্ন

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ৫ মাৰ্চঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কালি সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰ জিলা সমিতিয়ে ন-পুৰণি সতীৰ্থ সন্মিলন দিনজোৰা কাৰ্যসূচীৰে বিহগুৰি চন্দ্ৰ নাথ শৰ্মা স্মৃতি ভৱনত…

তেজপুৰত অবৈধভাবে সৰবৰাহ কৰা ৩৪টা গৰু জব্দঃ দুজনক গ্ৰেপ্তাৰ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৬মাৰ্চঃ যোৱা নিশা প্ৰায় ১০-৩০বজাত তেজপুৰৰ শালনিবাৰী আৰক্ষীয়ে চলোৱা এক অভিযানত মুঠ ৩৪টা চুৰি গৰু সহ এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে ঘটনা সংক্ৰান্তত দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা…

কৰ্মসংস্থাপনৰ প্ৰলোভন দি মহিলাক বহিঃৰাজ্যলৈ সৰবৰাহ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৬মাৰ্চঃ কৰ্মসংস্থাপনৰ প্ৰলোভন দি বহিঃৰাজ্যলৈ মহিলাক সৰবৰাহ কৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে ঢেকিয়াজুলি আৰক্ষীয়ে৷ উল্লেখযোগ্য যে, দৰং জিলাৰ ধুলাত  ৰহস্যজনকভাৱে মৃত্যু হোৱা ঢেকিয়াজুলি ৰাজহচক্ৰ এলেকাৰ…