তিনিচুকীয়াৰ মাকুমত চোৰাং কনডেন্স তেলসহ বাহন জব্দ

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ৬ মাৰ্চঃ নিৰ্ভৰযোগ্য সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত অভিযান চলাই তিনিচুকীয়া জিলাৰ মাকুম আৰক্ষীয়ে আজি পুৱা দ্বিতীয় অসম আৰক্ষী বাহিনী চাউনিৰ সমীপত চোৰাং কনডেন্স তেলসহ এ এচ ২৩ এ বি ০৭৯৩  নম্বৰৰ মাৰুতি ইক’ বাহন এখন…

বিহপুৰীয়াত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ সংবাদমেল

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৬ মাৰ্চঃ অসম প্ৰদেশ কংগ্ৰেছৰ নৱ গঠিত ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ প্ৰথমখন বৈঠকত লোৱা গুৰুত্বপূৰ্ণ ৰাজনৈতিক সিদ্ধান্তসমূহ আজি ৰাজহুৱা কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই৷ লখিমপুৰ জিলাৰ বিহপুৰীয়া…

লখিমপুৰত বিদুৎ কর্মীৰ প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৬ মাৰ্চঃ আজি অসমৰ ১৫৬ টা বিদ্যুৎ উপ সংমণ্ডলত  অস্থায়ী বিদ্যুৎ কৰ্মীয়ে ১২ ঘন্টীয়া কৰ্মবিৰতি  পালন কৰে। শক্তি খণ্ডত খাঁটি খোৱা অস্থায়ী কৰ্মচাৰীসকলৰ ভৱি‍ষ্যতৰ কথা চিন্তা নকৰা, ব্ৰিটিছৰ নিয়মত চলি থকা শক্তি খণ্ডৰ ৮০%…

লখিমপুৰ জিলা স্বাস্থ্য বিভাগৰ সজাগতামূলক চাইকেল ৰেলী

শতাব্দ প্রতিনিধি, লখিমপুৰ, ৫ মাৰ্চঃ সমগ্ৰ অসমৰ লগতে লখিমপুৰ জিলাটো জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত জিলাখনৰ বিভিন্ন অংশত সজাগতামূলক চাইকেল ৰেলী অনুষ্ঠিত কৰা হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু জিলা অসংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কোষ, লখিমপুৰৰ উদ্যোগত…

লখিমপুৰত বাল্য বিবাহ আৰু মহিলা সৱলীকৰণ সজাগতা সভা

শতাব্দ প্রতিনিধি,লখিমপুৰ,৫মাৰ্চঃ আজি উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত লখিমপুৰ জিলা মহিলা আৰু শিশু বিকাশ কেন্দ্ৰ আৰু কনকলতা গ্ৰাম্য সংগঠনৰ সহযোগত লখিমপুৰ জিলাৰ চিয়াজুলি কনকলতা গ্ৰাম্য সংগঠনৰ প্ৰেক্ষাগৃহত এখনি সজাগতামূলক সভা অনুষ্ঠিত…

বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাই প্ৰদৰ্শন কৰিলে “আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষা…

শতাব্দ প্রতিনিধি, তেজপুৰ, ৫ মাৰ্চঃ তেজপুৰৰ তৰুণ অসম সংঘত আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰীয় বিজ্ঞান দিবসৰ লগত সংগতি ৰাখি ‘ বিশ্বনাথ চাৰিআলিৰ ‘আকাশ বিজ্ঞান আৰু পৰিবেশ শিক্ষা কেন্দ্ৰ’ই অসমৰ এগৰাকী আগশাৰীৰ বিজ্ঞান প্ৰচাৰক,…

তেজপুৰত অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিৱেশন 

শতাব্দ প্রতিনিধি, তেজপুৰ, ৫ মাৰ্চঃ দীৰ্ঘ বিৰতিৰ পিছত অৰ্থাৎ ১৯৬২ আৰু ১৯৯২ চনৰ পিছত আগন্তুক ২০২৪ বৰ্ষত পুনৰ তেজপুৰত অনুষ্ঠিত হ'ব অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিৱেশন ।কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই গঢ় দি থৈ যোৱা এই জাতীয় অনুষ্ঠানটিৰ…

অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ২ নম্বৰ মণ্ডলৰ  সাংগঠনিক সভা

শতাব্দ প্রতিনিধি, তেজপুৰ, ১ মাৰ্চঃ শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত মাজগাওঁ জ্যেষ্ঠ নাগৰিক মঞ্চৰ আতিথ্যত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মণ্ডল-২ৰ সাংগঠনিক সভাখন আজি তেজপুৰ শাখাৰ কাৰ্য্যালয়ত অনুষ্ঠিত হৈ যায়। শোণিতপুৰ জিলা…

চাকৰি নিয়মীয়াকৰণৰ দাবীত  পুনৰ সৰৱ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ

শতাব্দ প্রতিনিধি, তেজপুৰ ১মাৰ্চঃ আজি সদৌ অসম প্রাথমিক টেট্‌ উত্তীর্ণ শিক্ষক সমাজৰ কেন্দ্ৰীয় সমিতিৰ আহবানত সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ দৰেই শোণিতপুৰ জিলা সমিতিয়ে আজি এখন স্মাৰক-পত্ৰ মুখ্যমন্ত্ৰীলৈ শোণিতপুৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে পেৰণ কৰে।…

হাইস্কুল শিক্ষান্ত পৰীক্ষা-উচ্চতৰ মাধ্যমিক আৰু হাই মাদ্ৰাচা পৰীক্ষা

শতাব্দ প্রতিনিধি, তেজপুৰ, ১ মাৰ্চঃ অহা ২০ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক আৰু হাই মাদ্ৰাচা পৰীক্ষা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰি…