শোণিতপুৰত বাল্য বিবাহ প্ৰতিৰোধৰ বিষয়ে সজগতা সভা
শতাব্দ প্রতিনিধি, তেজপুৰ, ১ মাৰ্চঃ ৰাজ্যখনত বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত শেহতীয়াকৈ অসম চৰকাৰে গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ লগত সংগতি ৰাখি যোৱা ২৮ ফেব্ৰুৱাৰী মঙ্গলবাৰে শোণিতপুৰ জিলা প্ৰশাসন আৰু জিলা শিশু সুৰক্ষা সমিতিৰ উদ্যোগত উপায়ুক্তৰ…
