লখিমপুৰৰ কৃষি বি‍জ্ঞান কেন্দ্ৰত কৃষক সমাৰোহ

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ,  ১৭ ফেব্ৰুৱাৰীঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ লখিমপুৰ কৃষি বি‍জ্ঞান কেন্দ্ৰৰ উদ্যোগত মাণ্ডলিক গৱেষণা কেন্দ্ৰ লখিমপুৰৰ সহযোগত ১৭ ফেব্ৰুৱাৰীত শতাধিক কৃষকৰ অংশগ্ৰহণেৰে প্ৰাকৃতিক কৃষি বিষয়ক এখনি কৃষক…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ক নতুন পৰিকল্পনাৰে আগুৱাই নিয়াৰ পদক্ষেপ

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ১৮ ফেব্ৰুৱাৰীঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খনক নতুন পৰিকল্পনাৰে আগুৱাই নিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে নৱ নিযুক্ত অধীক্ষক, উপ-অধীক্ষক আদিৰ লগতে চিকিৎসা মহাবিদ্যালয় কতৃৰ্পক্ষ৷ এই কথা সদৰি কৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ…

তেজপুৰ খনামুখত আলি আয়ে লৃগাং

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৫ ফেব্ৰুৱাৰীঃ তেজপুৰৰ খনামুখৰ কেঁকুকলি মিচিং গাওঁত সামুহিক ভাবে মিচিং জনগোষ্ঠীৰ আলি আ:য়ে লৃগাং উদযাপন। আলি আয়ে লৃগাং হৈছে অসম আৰু অৰুণাচল প্ৰদেশৰ মিচিং জনগোষ্ঠীৰ বসন্ত উৎসৱ ।প্ৰত্যেক বছৰেই ফাগুন মাহৰ…

ৰাষ্ট্ৰীয় প্ৰবীন ক্ৰীড়াত পদক লাভ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১৫ফেব্ৰুৱাৰীঃ ভূৱনেশ্বৰৰ বাৰানসীত অনুষ্ঠিত হোৱা পঞ্চম ৰাষ্ট্ৰীয় প্ৰবীন ক্ৰীড়া প্ৰতিযোগিতাত তেজপুৰৰ মামু বায়নে হেমাৰ থ্ৰ’ত ৰূপৰ আৰু ত্ৰিপোল জাঁপত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে৷এই সাফল্যৰে প্ৰবীন খেলুৱৈগৰাকী…

লিডুৰ অবৈধ কয়লা খনিত ইজনৰ পাছত সিজন শ্ৰমিকৰ কৰুণ মৃত্যু

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৫  ফেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ অবৈধ কয়লা খনিত কাম কৰিবলৈ যোৱা জিলাখনৰ মাকুম অঞ্চলৰ শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণ নামৰ প্ৰায় ২৪ বছৰীয়া যুৱকজন এমাহৰো অধিক কাল সন্ধানহীন হৈ থকাৰ বিষয়ে ১২…

লখিমপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষৰ আলি আঃয়ে লৃগাং উদযাপন

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ১৫ ফেব্ৰুৱাৰীঃ মিচিং জনগোষ্ঠীৰ হিয়াৰ আমঠু আলি আঃয়ে লৃগাঙৰ সোণালী জয়ন্তী বৰ্ষ আজি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত উত্তৰ লখিমপুৰ কেন্দ্ৰীয় আলি আঃয়ে লৃগাং উদযাপন সমিতিয়ে…

তেজপুৰত পথদুৰ্ঘটনাঃ নিহত ঢকুৱাখনাৰ যুৱক 

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১৫ ফেব্ৰুৱাৰীঃ আজি কাহিলি পুৱাতে তেজপুৰত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথত সংঘটিত এক শোকাবহ দুৰ্ঘটনাত এজন যুৱক নিহত হৈছে৷ আৰক্ষীসূত্ৰই প্ৰকাশ কৰা অনুসৰি, লখিমপুৰৰ ঢকুৱাখনা নিবাসী শিক্ষক তথা নাৰ্ছাৰীৰ ব্যৱসায়ৰ স’তে জড়িত ধীৰু…

বৰপেটাত তেজপুৰ ইউনাইটেড আৰ্টিষ্টৰ “মুৰৰ সন্ধানত” সফল মঞ্চায়ন

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৫ ফেব্ৰুৱাৰীঃ "মুখা" বৰপেটাৰ ৰূপালী জয়ন্তীবৰ্ষ উপলক্ষে বৰপেটা জিলা পুথিভঁৰালত ১২ ফেব্ৰুৱাৰীত মঞ্চস্থ "মুৰৰ সন্ধান"ত নাটকত ৰাইজৰ বিপুল সঁহাৰি লাভ কৰে। ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক খ্যাতিৰে ৰাইজৰ মাজত পৰিচিত বৰ্ষীয়ান…

স্বাস্থ্য বিভাগৰ পৰীক্ষাত প্ৰশ্ন কাকত ফাদিলৰ ঘটনা

 শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৫ নৱেম্বৰঃ অৱশেষত ৰঙাঘৰৰ ভাত খাব লগা হ'ল স্বাস্থ্য বিভাগৰ পৰীক্ষাত প্ৰশ্ন কাকত ফাদিল কৰা মৰিগাঁওৰ দুই দম্পতীয়ে। লখিমপুৰ আৰক্ষী অধীক্ষকে আজি এই কথা সংবাদ মেল যোগে অৱগত কৰে। যোৱা ১২ ফেব্ৰুৱাৰীত…