আজি বুঢ়াচাপৰিত চলিব উচ্ছেদ অভিযান

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৩ফেব্ৰুৱাৰীঃ শোণিতপুৰ জিলা অন্তৰ্গত বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ প্ৰথম সংযোজন হিচাপে ৪৪.০৬বৰ্গ কিলোমিটাৰ সামৰি আজি চূড়ান্ত নটিফিকেচন জাৰি কৰিছে ৰাজ্য চৰকাৰে৷ৰাজ্যচৰকাৰৰ পৰিবেশ আৰু বন বিভাগৰ সচিবে জাৰি কৰিছে এই…

পুডুচেৰিত অসমৰ শোণিতপুৰৰ মহিলা দললৈ শ্ৰেষ্ঠ দলৰ সন্মান 

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৩ ফেব্ৰুৱাৰীঃ কালি সমাপ্ত হোৱা ৩৮ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় টাইকোৱানডো  প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শোণিতপুৰ জিলাৰ তেজপুৰৰ গৰৈমাৰীত অৱস্থিত এছ এছ বি দল টিয়ে সোণ-ৰূপ আৰু ব্ৰঞ্জৰ কেবাটাও পদকেৰে শোণিতপুৰৰ লগতে অসমলৈ…

আন্তঃজিলা টাগ অফ ৱাৰ প্ৰতিযোগিতা শোণিতপুৰৰ ৰঙাপৰা মহাবিদ্যালয়ৰ মহিলা দলৰ চেম্পিয়নৰ খিতাপ অৰ্জন 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৩ ফেব্ৰুৱাৰীঃ কামৰূপ টাগ অফ ৱাৰ সন্থাৰ উদ্যগত আৰু অসম টাগ অফ ৱাৰ সন্থাৰ তত্বাৱধানত কামৰূপৰ মিৰ্জাত যোৱা ১১ আৰু ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা "১১সংখ্যক সদৌ অসম আন্তঃ জিলা টাগ অফ ৱাৰ প্ৰতিযোগিতা২০২২-২০২৩"ত শোণিতপুৰ…

লখিমপুৰত একেদিনাই এখন ফাৰ্মত সোতৰ হাজাৰ কণী উৎপাদন

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ১৩ ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলাৰ চিয়াজুলীৰ বোকানলাত ২০১৯ বৰ্ষত কণী উৎপাদনৰ বাবে স্থাপন কৰা ‘মহাবলী লেয়াৰ প'ল্ট্ৰী ফাৰ্ম’খনে এতিয়া দৈনিক ১৭ হাজাৰকৈ কণী উৎপাদন কৰিছে যদিও সেইমতে উপযুক্ত মূল্য…

স্বাস্থ্য বিভাগৰ পৰীক্ষাত প্ৰশ্ন কাকত ফাদিলৰ ঘটনা

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ১৩ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেওবাৰে লখিমপুৰ জিলাৰ বিভিন্ন স্থানৰ পৰীক্ষাকেন্দ্ৰত স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা অনুষ্ঠিত হয়৷ উক্ত পৰীক্ষাত লখিমপুৰৰ এটা কেন্দ্ৰৰ পৰা এখন প্ৰশ্নকাকত…

ডিগবৈ প্ৰেছ ক্লাবৰ দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৩  ফেব্ৰুৱাৰীঃ ডিগবৈ প্ৰেছ ক্লাবৰ দ্বি-বাৰ্ষিক অধিবেশন উপলক্ষে কবিতাৰ গুঞ্জনেৰে দেওবাৰে মুখৰিত হৈ উঠে ডিগবৈ প্ৰেছ ক্লাবৰ বাকৰি ৷ প্ৰায় অৰ্ধশতাধিক কবিয়ে অংশগ্ৰহণ কৰা ’মাঘৰ এটি কবিতাৰ দিন’ শীৰ্ষক কবি সমাৰোহখন…

তেজপুৰত সদৌ অসম গৰিয়া-মৰিয়া-দেশীয় জাতীয় পৰিষদৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১২ ফেব্ৰুৱাৰীঃ অসমীয়া জনজীৱনৰ বা অসমীয়া জাতিৰ অন্যতম অংগ গৰিয়া-মৰিয়া-দেশীয় জাতীয় পৰিষদৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি পুৱাৰ পৰা উল্লাস পূৰ্ণ পৰিৱেশৰ মাজেৰে আৰম্ভ হয় তেজপুৰ চহৰৰ নিকটৱৰ্তী শইকীয়া চুবুৰী…

তেজপুৰৰ গৰিমামণ্ডিত ত্ৰিমূৰ্তি উদ্যানত  সোঁ‌ৱৰণি সাহিত্য-সাংস্কৃতিক বৰ্ষ ২০২৩ৰ সফল সমাপ্তি

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১২ফেব্ৰুৱাৰীঃ সাংস্কৃতিক নগৰি তেজপুৰত ২০১৫ তে গঢ় লৈ উঠা সাহিত্য সাংস্কৃতিক বৰ্ষ সোঁ‌ৱৰণিয়ে আজি উদযাপন কৰিলে সোঁ‌ৱৰণি বৰ্ষ ২০২৩। ৰাজ্যখনৰ ১২৩ গৰাকীকৈ খ্যাত অখ্যাত নবীন, প্ৰবীণ সাহিত্য-শিল্পী কলাকুশলী তথা বিভিন্ন…

তেজপুৰৰ সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি স্মৃতি বিজড়িত শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ “অন্তৰংগ…

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১২ ফেব্ৰুৱাৰীঃ যিকোনো পৰিৱেশত য'তে ত'তে যে নাটক কৰিব পাৰি সেইকথা কালি নিশা প্ৰতিপন্ন কৰি তেজপুৰৰ একাংশ ৰুচীশীল দৰ্শকক  মুগ্ধ কৰি তুলিলে দীৰ্ঘদিন ধৰি ৰাজ্যখনত এক সুস্থ সাংস্কৃতিক ধাৰা অব্যাহত ৰখা গুৱাহাটীৰ নাট্য আৰু…

তেজপুৰত অমৃতসৰোবৰ আঁচনিক কেন্দ্ৰ কৰি ক্ষুব্ধ ৰাইজ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১২ফেব্ৰুৱাৰীঃ তেজপুৰ চহৰৰ নিকটৱৰ্তী এখন গোপচাৰত সম্প্ৰতি বালিপৰা উন্নয়নখণ্ডৰ অধীনত চৰকাৰৰ অমৃতসৰোবৰ আঁচনি ৰূপায়ণ কৰিবলৈ ওলোৱাকলৈ স্হানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইতিমধ্যে ইয়াক লৈ…