তেজপুৰৰ এটিএমত পোষ্টাৰঃআদানীয়ে সকলো টকা লৈ গ’ল!
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৯ফেব্ৰুৱাৰীঃ “এটিএমত টকা নাই,আদানীয়ে সকলো টকা লৈ গ’ল”! আজি তেজপুৰৰ এটিএমত এনেদৰে কোনো অজ্ঞাতলোকে আঁৰি দিয়া পোষ্টাৰক কেন্দ্ৰকৰি ব্যাপক চৰ্চা চলিছে চহৰখনত৷উল্লেখযোগ্য যে,চহৰখনৰ আদালত চাৰিআলিত থকা ষ্টেটবেংকৰ এটিএমত…
