লখিমপুৰত মহিলা সহ ৪ ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৮ ফেব্ৰুৱাৰীঃ ড্ৰাগছৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীয়ে মাৰাথান অভিযান অব্যাহত ৰখাৰ পাছতো জিলা খনৰ বিভিন্ন স্থানত এতিয়াও সক্ৰীয় হৈ আছে ড্ৰাগছৰ ব্যৱসায়। লখিমপুৰত আজিও আৰক্ষীৰ জালত পৰিছে  কেইবাটাও  ড্ৰাগছ সৰবৰাহকাৰী।…

বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন

 গুৱাহাটী, ২৪ ডিচেম্বৰঃ নগাঁৱৰ বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদ্যোগত ২৪ ডিচেম্বৰ  তাৰিখে গুগল মিটৰ যোগদি এখন কেৰিয়াৰ কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা  …

অসম গণিত শিক্ষায়তনৰ শোণিতপুৰ জিলা শাখাৰ উদ্যোগত ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৩ ডিচেম্বৰঃ অসম গণিত শিক্ষায়তন শোণিতপুৰ জিলা শাখাই  আজি জিলাখনৰ ৰঙাগড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপন কৰে৷ অসম গণিত শিক্ষায়তনৰ প্ৰতিকী গীতেৰে শুভাৰম্ভ হোৱা মূল…

তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাৰ উদ্যোগ সাহিত্য অকাডেমি অনুবাদ বঁটা প্ৰাপক ড° জুৰি দত্তক বিশেষ…

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৩ ডিচেম্বৰঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড° জুৰি দত্তই ২০২২ বৰ্ষৰ সাহিত্য অকাডেমি অনুবাদ বঁটাৰে সন্মানিত হৈ তেজপুৰ বিশ্ববিদ্যালয় পৰিয়ালক গৌৰৱান্বিত কৰিছে। বিগত প্ৰায় দুটা দশক ধৰি গল্প চৰ্চা…

শোণিতপুৰ ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৩ ডিচেম্বৰঃ চাৰিদুৱাৰ ৰাজহ চক্ৰ অন্তৰ্গত নামেৰী সংৰক্ষিত বনাঞ্চল আৰু বালিপৰা সংৰক্ষিত বনাঞ্চলৰ আশে-পাশে থকা অঞ্চলত বনভোজকাৰী দ'লবোৰে মদ্যপান কৰা তথা প্লাষ্টিক ব্যৱহাৰ কৰি  আৱৰ্জনাৰ সৃষ্টি হোৱা ফলত জৈৱ প্ৰাকৃতিক…

বেছেৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী তিনিদিয়া বর্ণাঢ্য কাৰ্যসূচীৰে উদযাপন 

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২৩ডিচেম্বৰঃ তেজপুৰৰ সমীপৱৰ্তী বেছেৰীয়াৰ একাংশ বিদ্বান ব্যক্তিৰ প্ৰচেষ্টাত ১৯৪৬ত প্ৰতিষ্ঠা হোৱা বেছেৰীয়া উচ্চ মাধ্যমিক বিদ্যালয় ১৯৯২ চনত উচ্চতৰ মাধ্যমিকলৈ উন্নীত হয়৷বৰ্তমান বেছেৰীয়াৰ একমাত্ৰ উচ্চতৰ মাধ্যমিক…

তেজপুৰত এহেজাৰ কাৰ্টন চোৰাং সুৰা জব্দ:গ্ৰেপ্তাৰ চাৰিজনক

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২৩ডিচেম্বৰঃ অৰুণাচল প্ৰদেশৰ পৰা দেশৰ সুৰা নিষিদ্ধ ৰাজ্যলৈ  বৃহৎ পৰিমানৰ সুৰা গোপনে সৰবৰাহ হৈ থকাৰ বিষয়ে অভিযোগ উঠি অহাৰ সময়তে আজি কাহিলি পুৱাতে শোণিতপুৰৰ আৱকাৰি বিভাগে অতি কৌশলৰে মণিপুৰলৈ বুলি কঢ়িয়াই অনা প্ৰায়…

তেজপুৰত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ “উত্তৰ পূব থিয়েটাৰ উৎসৱ – ২০২২”

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ ডিচেম্বৰঃ দেশত চলি থকা অন্ধ বিশ্বাস আৰু কু- সংস্কাৰৰ ফলত এতিয়াও কেতবোৰ প্ৰত্যন্ত অঞ্চলত ভূত - প্ৰেত বিশ্বাসৰ সমান্তৰাল ভাৱে ডাইনী বিশ্বাস চলি আহিছে। সেই একেই বিশ্বাসৰ দ্বাৰা পশ্চিম বংগ বা কেতবোৰ অঞ্চলত "বাঁয়েন"…

তেজপুৰত সুৰীয়া – সাংগীতিক অনুষ্ঠানত 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ ডিচেম্বৰঃ অসমীয়া আধুনিক সংগীত ক্ষেত্ৰখনলৈ এক আশাব্যঞ্জক বতৰা কঢ়িয়াই স্বনামধন্য গীতিকাৰ-সুৰকাৰ, অৱসৰপ্ৰাপ্ত অধ্যাপক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি ইদ্ৰিছ আলিৰ সংগীত যাত্ৰাৰ সোণালী জয়ন্তী উপলক্ষে…

তেজপুৰত জলজীৱানৰ দিল্লীৰ ৰাষ্ট্ৰীয় দল উপস্থিত 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ডিচেম্বৰঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত ছাৰি খনকৈ গাঁৱত আজি জলজীৱান আছনি ৰূপায়ন অথা সজাগতাৰ বিভিন্ন দিশ পৰিদৰ্শন কৰে ৰাষ্ট্ৰীয় দল এটাই। আজি পুৱাই  জগদীশ সিং চিব আৰু  জি এছ ওজা ৰাষ্ট্ৰীয় খোৱা…