বিহপুৰীয়াত সৰবৰহী যুৱকৰ অকাল মৃত্যুত শোক

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ১৩ ডিচেম্বৰঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া ভোগদৈগুৰি নিবাসী প্ৰয়াত পুষ্পকান্ত বৰাৰ মাজু পুত্ৰ ভূপেন বৰা (৫০)ৰ আজি পুৱতি নিশা ৩ বজাত অকাল বিয়োগ ঘটে৷ তেওঁৰ বিয়োগত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ মাত্ৰ কেইদিনমানৰ পূৰ্বে…

ভাৰতীয় শিক্ষণ মণ্ডলৰ সভা অনুষ্ঠিত

উত্তৰ লখিমপুৰ: ৬ ডিচেম্বৰ: ভাৰতীয় শিক্ষণ মণ্ডলৰ এখনি সভা আজি লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায়। লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ভাৰতীয় শিক্ষণ মণ্ডলৰ লখিমপুৰ জিলা গোটৰ সভাপতি ড° লোহিত হাজৰিকাই সভাপতিত্ব কৰা সভাত মূল…

আপোনাৰ ঘৰৰ পুৰণা কাপোৰবোৰ আমাক দিব নেকি

     ঠেঁটুৱা লগা জাৰ সমাগত। চৌদিশে কুঁৱলীয়ে আবৰি ধৰিব... শীতল বতাহে হাড়লৈকে কঁপাব। আমি ঘৰতে নিহালিখন মেৰাই লৈ ল'ম সুখনিদ্ৰা, কিন্তু সেই শীতত এনে কিছু লোক আছে যি এডোখৰ কাপোৰ বা এখন কম্বলৰ, স্কাৰ্ফ বা চুৱেটাৰ এটাৰ বাবে ধৰফৰাব। নিশা টোপনি…

ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পণ

শতাব্দ প্ৰতিনিধি, লিডু ৫ ডিচেম্বৰঃ  ডিব্রুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ৰেগিং কাণ্ডক সকলোৱে একেমুখে নিন্দা কৰাৰ লগতে চৌদিশে অভিযুক্তক শাস্তিৰ দাবীত প্রতিবাদৰ ঢৌ উঠিছে। এনে সময়তে মূল অভিযুক্ত বুলি অভিযোগ উঠা ৰাহুল ছেত্ৰী আৰক্ষীৰ জালত পৰিছে।…

আপোচবিহীন জাতীয়তাবাদী নেত্ৰী মনোৰমা বৰদলৈৰ পৰলোক

শতাব্দ'ৰ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৪ ডিচেম্বৰঃ জাতীয়তাবাদক লৈ কোনো দিনে আপোচ নকৰা একালৰ আঞ্চলিকবাদৰ ধ্বজাবাহক মনোৰমা বৰদলৈ আৰু নাই ৷ শোণিতপুৰৰ ৰঙাপৰাৰ বিষ্ণুপুৰৰ নিজা বাসভৱনত কালি বিয়লি ৩-১৫ বজাত সৰবৰহী মহিলাগৰাকীয়ে ইহলীলা সম্বৰণ কৰে ৷…

বিহু সুৰক্ষা সমিতি অসমৰ লখিমপুৰ জিলা শাখাৰ অধিবেশন সম্পন্ন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ ডিচেম্বৰঃ বিহু সুৰক্ষা সমিতি অসমৰ লখিমপুৰ জিলা শাখাৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিবেশনখন বামুণ দলনি ৰঙানদী সাংস্কৃতিক প্ৰকল্গত দুদিনীয়া কাৰ্যসূচীৰে ৩ আৰু ৪ডিচেম্বৰত অনুস্থিত হৈ যায় । প্ৰথম দিনা কাৰ্যসূচী মতে পুৱা গছ-পুলি…

দুৰ্ঘটনাত অচিনাক্ত লোক নিহত

শতাব্দ'ৰ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৪ ডিচেম্বৰ: তেজপুৰত যোৱা নিশা এজন অচিনাক্ত লোকক দ্ৰুতবেগী বাহনে খুন্দিয়াই থৈ যোৱা অৱস্হাত উদ্ধাৰ কৰা হয় যদিও লোকজনৰ মৃত্যু ঘটে৷ উল্লেখযোগ্য যে তেজপুৰৰ পতিয়া চুবুৰি অঞ্চলত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথত এই শোকাবহ…

মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত “দক্ষ-দীক্ষা” বৰণীয় নেতৃত্ব যুগজয়ী কৃতিত্ব শীৰ্ষক কৰ্মশালা…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ ডিচেম্বৰঃ ডুমডুমা মহাবিদ্যালয়ৰ কল্লোল প্ৰেক্ষাগৃহত আজি সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত "দক্ষ-দীক্ষা" বৰণীয় নেতৃত্ব যুগজয়ী কৃতিত্ব শীৰ্ষক এখনি অতি গুৰুত্বপূৰ্ণ সাংগঠনিক কৰ্মশালা অনুষ্ঠিত হৈ যায়। সন্থাৰ…

আঘোণৰ সন্ধিয়া কাব্যিক অনুভূতিৰে সিক্ত হ’ল শতবৰ্ষ গৰকা অসমীয়া ক্লাব

সমাজৰ অৱক্ষয় দেখিলে কবি নিৰৱে থাকিব নোৱাৰে - ডাঃ ফুকনশতাব্দ'ৰ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৪ ডিচেম্বৰঃ শৈশৱৰ স্মৃতি, তাৰুণ্যৰ সপোন, যৌৱনৰ দীপ্তি, নদী, প্ৰকৃতি, প্ৰতিবাদ, ৰাজনীতি আদি বিভিন্ন উপাদান সমৃদ্ধ জনপ্ৰিয় তথা বিশিষ্ট কবি, অসম চিকিৎসা…