বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে তেজপুৰত উত্তৰ অসম দিব্যাংগ সন্হাৰ বৰ্ণাঢ্য কাৰ্যসূচী

শতাব্দ'ৰ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৩ ডিচেম্বৰ : দৃষ্টিহীনৰ কন্ঠত সুমধুৰ গীত, ভৰিৰে চিত্ৰাংকন, দুভৰি নোহোৱাকৈ এখন কাঠৰ টুলত বহি দৃষ্টিনন্দন নৃত্য, দিব্যাংগৰ কন্ঠত কবিতা আবৃত্তি আদিৰে মুখৰিত কৰি আজি বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনটো উদযাপিত হ'ল…

তেজপুৰত বাছৰ পৰা পৰি ছাত্ৰ নিহত

শতাব্দ'ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৩ ডিচেম্বৰ: তেজপুৰ সদৰ থানা অধীনস্হ শিংৰিজান চাহ বাগিচাৰ এজন দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ বাছৰ পৰি আজি শোকবাহ ভাবে নিহত হয়৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আজি দিনৰ প্ৰায় ১১-৩০বজাত ৰঙাপৰাৰ পৰা তেজপুৰ অভিমুখে…

ফুটবলৰ মহাৰণত ন’ক আউট আৰম্ভ”

 গায়ত্ৰী গোস্বামী অধ্যাপক বিশ্বকাপ ফুটবলৰ উত্তেজনা এতিয়া আহি চূড়ান্ত পৰ্যায় পাইছেহি। এতিয়াৰ পৰা ন'ক আউট পৰ্যায়ত খেলসমূহ আৰম্ভ হ'ব। অৰ্থাৎ এতিয়াৰ পৰা খেলত হৰাৰ মাত্ৰেই প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈ পৰিব। লগতে, কোনো খেল ড্ৰ হ'লে ত্ৰিশ মিনিটৰ…

লখিমপুৰত আন্তৰ্জাতিক দিব্যাঙ্গ দিৱসটি উদ্‌যাপন

উত্তৰ লখিমপুৰ, ৩ ডিচেম্বৰঃ লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তিদ্বয় পংকজ হাজৰিকা, দিপক শইকীয়াৰ অতিৰিক্ত সহায়ক সমল ব্যক্তি চক্ৰ ভৰালীৰ উদ্যোগত ২৭ নবেম্বৰৰ পৰা ৩ডিচেম্বৰ ২০২২তাৰিখলৈকে সপ্তাহযোৰা বিভিন্ন কাৰ্যসুচীৰে…

তেজপুৰ বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন

শতাব্দ'ৰ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৩ ডিচেম্বৰ : আজি ৩ ডিচেম্বৰত বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে কৰুণাধাৰাৰ শোণিতপুৰ জিলা তেজপুৰ শাখাৰ সৌজন্যত তেজপুৰ কেতেকীবাৰীস্হিত শিশুগৃহ নৱপ্ৰভাতত কেইবাখনো বিদ্যালয়ৰ শিশুৰ মাজত চিত্ৰাঙ্কন প্ৰতিযোগিতা…

আত্ম নিৰ্ভৰশীল হ’ব নোৱৰা দিব্যাংগ সকলৰ ভৱিষ্যৎ কি হ’ব!

শতাব্দ'ৰ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩ডিচেম্বৰ: পিতৃ-মাতৃ অবিহনে তেওঁলোকে বুকুত সাৱতি ৰখা দিব্যাংগ সন্তানৰ ভৱিষ্যৎ কি হ’ব! এনেবোৰ মৰ্মস্পৰ্শী চিন্তাৰেই স্হান লাভ কৰে আজি দিব্যাংগ সুৰক্ষা মঞ্চ অসমৰ উদ্যোগত আৰু জিলা সামাজিক ন্যায় আৰু সৱলীকৰণ…

তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ শিক্ষাৰ্থীৰ উদ্যোগত “সজাগতা” শীৰ্ষক…

শতাব্দ'ৰ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৩ ডিচেম্বৰ : তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ অধীনস্থ উন্নয়নৰ বাবে যোগাযোগৰ বিশেষ কাৰ্যসূচীৰ অধীনত আজি শুভম কুমাৰ, অৰ্জিতা কুমাৰী, নিহাৰিকা স্বৰ্গীয়াৰী আৰু শিৱলিকা পাত্রনবীশ নামৰ…

স্বাস্থ্য, বিজ্ঞান-প্ৰযুক্তি বিভাগৰ বাজেট আৱণ্টিত পুঁজি ব্যৱহাৰৰ অগ্ৰগতিৰ পৰ্যালোচনা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৩ ডিচেম্বৰ : স্বাস্থ্য আৰু বিজ্ঞান-প্ৰযুক্তি বিদ্যা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে আজি দিছপুৰত চলিত বৰ্ষৰ ৰাজ্যিক বাজেটত স্বাস্থ্য-পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা-গৱেষণা…

ৰবাব টেঙা কিয় খাব লাগে

অসমীয়া গ্ৰাম্য জীৱনত নিমখ, জলকীয়া সানি কলপাতত লৈ সমূহীয়াকৈ ৰবাব খোৱাৰ আমেজ খাওঁতাইহে উপলব্ধি আৰু বাখ্যা কৰিব পাৰিব। ৰবাব টেঙা স্বাস্থ্যৰ বাবে অতি উপযোগী এবিধ সহজলভ্য ফল।১)মূত্ৰাশয় সংক্ৰমণ প্ৰতিৰোধক Prevents urinary tract infection:…