তেজপুৰত গণিত শিক্ষায়তনৰ বিশেষ পদক্ষেপ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২১ অক্টোবৰঃ অসম  গণিত শিক্ষায়তনৰ শোণিতপুৰ জিলা শাখাৰ সহযোগত অসম গণিত শিক্ষানুষ্ঠানে ‘গণিত প্ৰসাৰ অভিযান’ৰ কালি তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয় প্ৰাঙ্গনত শুভাৰম্ভ কৰে৷ বিদ্যালয়ৰ অধ্যক্ষা ভাৰতী…

শোণিতপুৰৰ শিঙৰী তিনিআলিত উচ্ছেদিত ব্যৱসায়ীৰ ক্ষতিপূৰণৰ দাবীৰে মৌন প্ৰতিবাদ 

শতাব্দ প্ৰতিনিধি তেজপুৰ,১৮অক্টোবৰঃ বৰছলা বিধানসভা সমষ্টিৰ শিঙৰী তিনিআলিত প্ৰশাসনৰ দ্বাৰা উচ্ছেদিত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ গৰাকীসকলে আজি ক্ষতিপূৰণ তথা ব্যৱসায় প্ৰতিষ্ঠানৰ পুণৰ স্থাপনৰ দাবীত মৌন প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে অসম মালাৰ…

শোণিতপুৰ জিলা কৃষি বিভাগৰ দৃষ্টান্তমূলক পদক্ষেপ 

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৮ অক্টোবৰঃ শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত আজি দিনৰ ২ বজাৰ পৰা তেজপুৰৰ নিকটৱৰ্তী পক্ষীয়াঝাৰ নামঘৰ প্ৰাঙ্গণত বৰ্ণাঢ্য  কার্যসূচীৰে‍ কাতি বিহু উদযাপন কৰা হয়। অনুষ্ঠানত পৰম্পৰাগতভাৱে তুলসী তলত চাকিৰ পোহৰেৰে আলোকিত…

তেজপুৰত ফিট ইণ্ডিয়া ফ্ৰীডম ৰাণ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১৮অক্টোবৰঃ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি তেজপুৰ জিলা প্ৰশাসনে জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তৃতীয় ফিট ইণ্ডিয়া ফ্ৰিডম ৰাণ প্ৰতিযোগিতাৰ আয়োজন কৰে। ২ অক্টোবৰ পৰা ৩১ অক্টোবৰলৈ আয়োজন কৰা এই মাৰাথনৰ…

সুৰীয়া – সাংগীতিক অনুষ্ঠানেৰে জীপাল হ’ল তেজপুৰৰ বাণ থিয়েটাৰৰ মঞ্চ 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ অক্টোবৰঃ "মোৰ সুৰৰ অৰণ্যত সোণৰ হৰিণা জনী বিচাৰি নেপালোঁ মই," মোৰ স্বপ্ন মৌ প্ৰেমত নন ক্ৰেম, "তুমি দুচকুত কাজল ল'লে ডাৱৰে ডাৱৰে বিজুলী খেলে," ৰাতি বাঁহী বাই-আদি অতি মনপৰশা গীত, জনতাৰ শিল্পী দিলীপ চৌধুৰীৰ কন্ঠৰ…

ভাৰতত নিৰ্মাণ কৰা হ’ব নতুন ৰাইফল

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ অক্টোবৰঃ ভাৰতীয় সেনাই বিশ্বৰ শীৰ্ষ ৫টা মিলিটাৰীৰ ভিতৰত স্থান লাভ কৰিছে আৰু চৰকাৰে নিজৰ শক্তি বৃদ্ধিৰ বাবে অহৰহ চেষ্টা চলাই আহিছে। দীৰ্ঘদিন ধৰি ভাৰতীয় সেনাই অধিক শক্তিশালী ৰাইফল প্ৰয়োগ কৰাৰ পৰিকল্পনা…

২০০ কোটি বছৰ পুৰণি বিচ্ছুৰিত বৰ্ণালী পৃথিৱী পালেহি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ অক্টোবৰঃ এটা এটা তৰংগ। যি বিশ্বব্ৰহ্মাণ্ড, মহাকাশ, মহাকাশত কোটি কোটি বছৰ ধৰি গতি কৰি আহিছে। জ্যোতিৰ্বিজ্ঞানীসকলে ইয়াৰ নাম ৰাখিছিল GRB 21009A। ইয়াক উত্তৰ আকাশত ধনু ৰাশিৰ দিশৰ পৰা সৃষ্টি হোৱা বুলি কয়। কিন্তু ৯…

ন্যায়পালিকাত ৰাজনীতিঃ ন্যায়াধীশ নিযুক্তি প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন আইন মন্ত্ৰীৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ অক্টোবৰঃ ন্যায়াধীশ নিযুক্তিৰ প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছে কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৱে। এই সন্দৰ্ভত তেওঁ কয়— "কলেজিয়াম ব্যৱস্থাক লৈ দেশৰ জনসাধাৰণ সুখী নহয় আৰু সংবিধানৰ…

আই আই টিত অধ্যয়নৰত তিনিচুকীয়াৰ মেধাৱী ছাত্ৰৰ ৰহস্যজনক মৃত্যু

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৪ অক্টোবৰঃ আই আই টি, খড়গপুৰত অধ্যয়নৰত তিনিচুকীয়াৰ ফাইজান আহমেদ নামৰ এজন মেধাৱী ছাত্ৰৰ অকাল মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ইয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আজি দুপৰীয়াৰ ভাগত ছাত্ৰজনৰ মৃত্যুৰ বাতৰি পৰিয়ালৰ লোকে লাভ…

অগপৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসত আঞ্চলিকতাবাদী শক্তি বৃদ্ধি কৰিবলৈ সংকল্প তেজপুৰ জিলা অগপৰ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৪ অক্টোবৰঃ অসম গণ পৰিষদ দলৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আজিৰ দিনটোত অসমত আঞ্চলিকতাবাদী ৰাজনীতিৰ ভেটি শক্তিশালী কৰি তুলিবলৈ পুনৰ তেজপুৰৰ পৰা সৰব হৈ পৰিল অগপৰ তেজপুৰ জিলা সমিতিৰ বিষয়ববীয়া তথা দলীয় নেতা-কৰ্মীসকল।…