ভিক্টৰ দাসে লাভ কৰিলে পূৰ্ণাংগ জামিন
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ ছেপ্টেম্বৰঃ অৱশেষত পূৰ্ণাংগ জামিন লাভ কৰিলে ভিক্টৰ দাসে। গোচৰৰ কেচ ডায়েৰী চাই গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে ভিক্টৰ দাসৰ পূৰ্ণাংগ জামিন। কেচ ডায়েৰী চাই আৰক্ষীয়ে কোনো তথ্য নোপোৱা বুলি উল্লেখ কৰিলে…
